Browsing Category

লিড

প্লাষ্টিকমুক্তৰে সৌন্দৰ্যময় হ’ব সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ডিচেম্বৰঃ বাৰ বৈষ্ণৱৰ জন্মস্থান তথা বুৰঞ্জী প্ৰসিদ্ধ পিছলাপৰীয়া ৰণৰ স্থান ৰূপে প্ৰসিদ্ধি লাভ কৰা লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰত এইবাৰ অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ ৭৬ সংখ্যক অধিৱেশন। কেইবাটাও দিশৰ পৰা এইবাৰৰ…

শিক্ষকৰ হুংকাৰ– মুঠেও ব্যৱহাৰ নকৰে এপচ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩০ নৱেম্বৰঃ শোণিতপুৰ জিলাৰ সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ অধীনৰ বালিপৰা, গাভৰু, ঢেকীয়াজুলি আৰু নদুৱাৰ খণ্ডৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আজি নিজ নিজ খণ্ডত স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচী পালন কৰি অসম চৰকাৰৰ…

প্ৰথম অসম কন্যা মুনমুনী ভাৰতীয় জুনিয়ৰ মহিলা হকী দললৈ নিৰ্বাচিত

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ নৱেম্বৰ : ভাৰতীয় জুনিয়ৰ মহিলা হকী দললৈ নিৰ্বাচিত প্ৰথম গৰাকী অসমীয়া যুৱতী হোৱাৰ গৌৰৱৰ অধিকাৰী হৈছে তিনিচুকীয়াৰ মুনমুনী দাস ৷ তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ হকী সম্পাদক প্ৰেমানন্দ খনিকৰৰ তত্ত্বাৱধানত হকীৰ…

অভিভাৱকক ‘অভিযোগ’ দিয়া বাবেই গৰ্ভৱতী শিক্ষয়িত্ৰীক ছাত্ৰৰ আক্ৰমণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ নৱেম্বৰ : ডিব্ৰুগড় জিলাত এগৰাকী পাঁচমহীয়া গৰ্ভৱতী শিক্ষয়িত্ৰীক বিদ্যালয়খনত শৈক্ষিক প্ৰদৰ্শন আৰু আচৰণৰ শোচনীয় প্ৰদৰ্শন কৰা ছাত্ৰৰ বিষয়ে অভিভাৱকক অৱগত কৰাৰ পিছতে ছাত্ৰৰ এটা দলে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে।…

গুৱাহাটীত নিৰ্মাণ হ’ব তিনিখন নতুন ফ্লাই অভাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : অসমৰ ৰাজধানী চহৰ গুৱাহাটীত অদূৰ ভৱিষ্যতে আৰু তিনিখন উৰণীয়া সেঁতুৰ ব্যৱস্থা কৰা হ’ব৷ অসম কেবিনেটে গুৱাহাটীত তিনিখন নতুন উৰণীয়া সেতু নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। এই কথা জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত…

গুৱাহাটীত ৩ কোটিৰো অধিক মূল্যৰ গাঞ্জা জব্দ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : গুৱাহাটী মহানগৰীত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ গাঞ্জা। ২৯ নৱেম্বৰ মঙলবাৰে গুৱাহাটী আৰক্ষীয়ে জব্দ কৰে কমেও ৫০০ কেজি গাঞ্জা। জব্দ কৰা গাঞ্জাৰ মূল্য ৩ কোটিৰো অধিক বুলি অনুমান কৰা হৈছে। গড়চুক অঞ্চলত…

অসম চিকিৎসা মহাবিদ্যালয়ত ৰেগিং : দুই স্নাতকোত্তৰ ছাত্ৰক নিলম্বিত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ অধ্যয়ন কৰি থকা দুগৰাকী চিকিৎসকক ৰেগিঙত লিপ্ত হোৱাৰ অভিযোগত ছমাহৰ বাবে শ্ৰেণীত অংশগ্ৰহণৰ পৰা নিলম্বিত কৰাৰ লগতে হোষ্টেলৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি ২৯…

ৰেগিং প্ৰসংগ : ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ব্যৰ্থতাক মুখ্যমন্ত্ৰীৰ তীব্ৰ সমালোচনা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২৯ নৱেম্বৰ মঙলবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ ৰেগিঙৰ বিষয়টো চোৱা-চিতা কৰাত ‘ব্যৰ্থ’ হোৱাক লৈ তীব্ৰ সমালোচনা কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে…

ৰিয়ান পৰাগৰ দুৰ্দান্ত ১৭৪ ৰাণ : বিজয় হাজাৰে ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলত জম্মু কাশ্মীৰক হৰুৱালে অসমে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : আজি সোমবাৰে (২৮ নৱেম্বৰ) আহমেদাবাদত অনুষ্ঠিত বিজয় হাজাৰে ট্ৰফীৰ এখন কোৱাৰ্টাৰ ফাইনেলত জম্মু-কাশ্মীৰৰ বিৰুদ্ধে ৪৬.১ অভাৰত ৩৫১ ৰাণৰ বৃহৎ লক্ষ্য অতিক্ৰম কৰি ৭ উইকেটত দৰ্শনীয় বিজয় সাব্যস্ত কৰিছে অসমে।…

এইবাৰ খাটি অসমীয়াক উচ্ছেদৰ জাননী চৰকাৰৰ

জিলা উপায়ুক্ত কাৰ্যালয়ৰ মুখ্য প্ৰৱেশ দ্বাৰত শ শ লোকৰ উত্তাল প্ৰতিবাদ শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৮ নৱেম্বৰঃ লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ মৰতপুৰত যুগ যুগ ধৰি বসবাস কৰি অহা একাংশ নদীপৰীয়া খিলঞ্জীয়া লোকক অসম চৰকাৰে উচ্ছেদৰ জাননী জাৰি কৰা…