Browsing Category
লিড
বজাৰলৈ আহিছে পদুমনি নামৰ সুগন্ধি চিৰা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ নৱেম্বৰঃ লখিমপুৰৰ কৃষি বিজ্ঞান কেন্দ্ৰটোৱে সাম্প্ৰতিক সময়ত ন ন উৎপাদনেৰে কৃষকৰ কাষ চপা পৰিলক্ষিত হৈছে৷ লখিমপুৰৰ গৰুমূৰীয়াস্থ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ চৌহদত থকা এই কৃষি বিজ্ঞান কেন্দ্ৰটোৱে এতিয়া বিভিন্ন…
ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱাৰ পৰিকল্পনা এলভিছ আলি হাজৰিকাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৯ নৱেম্বৰঃ শৈশৱতে সাঁতোৰ ক্ষেত্ৰখনত ২২টাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি ইতিহাস ৰচনা কৰা অসম সন্তান এলভিছ আলি হাজৰিকাই এইবাৰ পৰিকল্পনা কৰিছে ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱাৰ। ৰীলে সন্তৰণবিদ ( Relay Swimmer) ৰূপে ইংলেণ্ডৰ পৰা…
‘ৰজনী মাষ্টৰ’ আৰু নাইঃ গণশিল্পী ভোলা কটকীৰ পৰলোকপ্ৰাপ্তি
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৪ নৱেম্বৰঃ অসমৰ মঞ্চ আৰু চলচিত্ৰ জগতৰ প্ৰবীণ অভিনেতা, নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক, গণ শিল্পী ভোলা কটকী আৰু নাই৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত শেহতীয়াকৈ গুৱাহাটী…
শোণিতপুৰৰ শতাধিক শিশু বিজ্ঞানীৰ চমৎকাৰ উদ্ভাৱন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩ নবেম্বৰ : শোণিতপুৰ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ১০ পৰা ১৭ বছৰ বয়সৰ চাৰিকুৰি শিশু বিজ্ঞানীৰ বিজ্ঞানৰ আৰ্হি প্ৰকল্পৰ চমকপ্ৰদ উদ্ভাৱনৰে আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ…
তিনিচুকীয়াৰ বাৰেকুৰিত ’টুইক’ৰ তিনি বছৰীয়া জন্মদিন
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১ নৱেম্বৰ : দুষ্প্ৰাপ্য হলৌ বান্দৰক কেন্দ্ৰ কৰি গ্ৰাম্য পৰ্য্যটনৰ ভেটি গঢ় লৈ উঠা তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ দীঘলসাঁকো গাৱঁত আজি উলহমালহেৰে পালন কৰা হয় ’টুইক’ৰ জন্মদিন ৷ ’টুইক’ৰ জন্মদিন উপলক্ষে…
পুৰুষৰ দেহতো ধৰা পৰিছে স্তন কৰ্কট ৰোগ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩১ অক্টোবৰঃ সাম্প্ৰতিক সময়ত দেশত স্তন কৰ্কট ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এই স্তন কৰ্কট ৰোগ কেৱল মহিলাৰ মাজতে সীমাবদ্ধ থকা নাই৷ এনে স্তন কৰ্কট ৰোগ এতিয়া পুৰুষৰ দেহতো ধৰা পৰিছে৷ বিশ্বত প্ৰতি ১৩ মিনিটত এগৰাকী মহিলাৰ…
”ছেমখৰ” চিনেমাৰ বিৰুদ্ধে জাগিছে ডিমাছা
ডিফু,৩০ অক্টোবৰঃ অসম সাহিত্য সভাৰ, জয়ন্ত কুমাৰ- লখিমী বৰুৱা সদনত আজি ডিমাছা অধিকাৰ সুৰক্ষা কাৰ্য্যকৰী সমিতিয়ে ছেমখৰ চিনেমাখনৰ বিৰুদ্ধে এখনি অভিৱৰ্তন আয়োজন কৰে। উক্ত সভাখন সভাপতিত্ব কৰে বিশিষ্ট ডিমাচা শিল্পী পতমা বাঠাৰিয়ে (chief…
লখিমপুৰ লীলাবাৰী বিমান বন্দৰৰ পৰা প্ৰথম উৰিল “এলায়েন্স এয়াৰ”ৰ বিমান
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৩০ অক্টোবৰ ; আজিৰে পৰা লখিমপুৰৰ লীলাবাৰী বিমানকোঠৰ পৰা চলিছে এলায়েন্স এয়াৰৰ বিমান সেৱা । উত্তৰ পূবৰ আকাশত সেয়ে একেদিনাই উৰিব ৫ খনকৈ এলায়েন্স এয়াৰৰ বিমান। উড়ান আঁচনিৰ অন্তৰ্গত লীলাবাৰী, জিৰ', শ্বিলং, ইম্ফল আৰু আইজল…
স্মাইলিং ছান: নাছাৰ কেমেৰাত ধৰা পৰিছে বিপদ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ অক্টোবৰ : যেন সূৰ্যই হাঁহিছে। হাঁহিৰ ফলত গালত ডিম্পল পৰিছে। তেনে এখন ফটো নাছাৰ ছ'লাৰ ডায়নামিক অবজাৰভেটৰিত ধৰা পৰিছে। সূৰ্যই হাঁহি থকা যেন লাগিলেও বিজ্ঞানীসকলে তাত বিপদ দেখিছে। বিপদ লুকাই আছে সূৰ্যৰ গালত থকা ক’লা…
গুজৰাটত আপৰ চৰকাৰ হ’লে মাহে ৩০ হাজাৰকৈ পাব সকলোৱে!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ অক্টোবৰ : লোকসভা নিৰ্বাচন আহি আছে আৰু তাৰ আগতে সকলোৱে গুজৰাট বিধানসভা নিৰ্বাচনৰ ফালে চকু দিছে। ভাৰতীয় জনতা পাৰ্টী গুজৰাটত ২৭ বছৰ ধৰি ক্ষমতাত আছে। আনহাতে অৰবিন্দ কেজৰিৱালে প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুদ্ধত অংশগ্ৰহণ…
