Browsing Category

লিড

আনুষ্ঠানিক উদ্বোধনৰ পূৰ্বেই কলীয়াভোমোৰাৰ কাষৰ দ্বিতীয়খন দলঙৰে চলাচল আৰম্ভ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৮ অক্টোবৰঃ আনুষ্ঠানিক উদ্বোধনৰ পূৰ্বেই পহিলা নৱেম্বৰৰ পৰা তেজপুৰ-নগাঁও সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ কলীয়াভোমোৰাৰ কাষৰ দ্বিতীয়খন দলঙৰে যাতায়াত আৰম্ভ হ’ব৷ আনহাতে সেই দিনাৰ পৰাই ১৯৮৭ত মুকলি কৰা কলীয়া ভোমোৰা দলংখনৰে সকলো…

দেশৰ প্ৰতিখন ৰাজ্যতে হ’ব NIAৰ শাখা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ অক্টোবৰ : ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত কেন্দ্ৰীয় সংস্থা NIAৰ ভূমিকা বৃদ্ধি কৰিছে। এইবাৰ প্ৰতিখন ৰাজ্যতে কেন্দ্ৰই সৃষ্টি কৰিব NIAৰ শাখা। এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ২৭…

গেৰুকামুখত ভয়ংকৰ ৰূপত বালিয়া পাহাৰৰ লগত খহি আছে প্ৰকাণ্ড প্ৰকাণ্ড গছ-গছনি

 দিল্লীৰ পৰা আহিছে ভূ-তত্ত্ববিদৰ দলঃ ২০০০ মেগাৱটৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ কৰাক লৈ বিপাঙত এন এইচ পি চি শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৮ অক্টোবৰঃ পুনৰ অঘটন সংঘটিত হৈছে গেৰুকামুখত৷ এইবাৰ ভয়ংকৰ ৰূপত গেৰুকামুখৰ বালিয়া পাহাৰৰ লগত…

‘এক দেশ, এক আৰক্ষী!’ জাতীয় ঐক্যৰ স্বাৰ্থত ‘এক ইউনিফৰ্ম’ৰ দাবী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ অক্টোবৰ : দেশৰ আইন-শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিব লাগে আৰু তাৰ বাবে জাতীয় ঐক্যক গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। ২৮ অক্টোবৰত নিজৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দাবী কৰে। তেওঁ কয় যে আইন-শৃংখলা বজাই…

ৰাতিপুৱা হাৰ্ট এটেক হয় কিয়? পুৱাৰ ভাগত মৃত্যুৰ ফান্দ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ অক্টোবৰ : তেতিয়াও ৰাতিপুৱা হোৱা নাছিল। ৰাতিপুৱাৰ পোহৰ মাথোঁ ওলাবহে। সাৰ পাই উঠাৰ লগে লগে চৰাইবোৰে খিকিন্দালি কৰি আছিল। চাৰিওফালে শান্ত, কোমল ভাব। মানৱ সভ্যতাৰ বেছিভাগেই এতিয়াও গভীৰ টোপনিত আছে। কিন্তু আপুনি…

ৰঙানদীত  নীপকোৱে এৰা পানীয়ে উটুৱাই নিলে ৩৫খন গাঁৱৰ ৰাইজে গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰা দুখনকৈ দলং

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ অক্টোবৰঃ লখিমপুৰ জিলাৰ বৃহত্তৰ পানীগাঁও অঞ্চলৰ নিচেই সমীপৱৰ্তী আমতলাত এতিয়া ৰঙানদীৰ পানীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে৷ নীপকোৱে ৰঙানদীত এৰি দিয়া বিশাল জলৰাশিৰ বাবেই এই সমগ্ৰ অঞ্চলটোত এতিয়া অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি…

বিলাতৰ গাদীত আমাৰ দেশৰ ‘ঋষি’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ অক্টোবৰ : মচনদৰ একেবাৰে দুৱাৰমুখতে আছে ঋষি সুনক। কাৰণ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছন, যাৰ সৈতে তেওঁ কঠিন যুঁজ কৰিব লাগিলেহেঁতেন, তেওঁ মনোনয়ন দাখিল কৰা নাই। হঠাৎ এক আনুষ্ঠানিক বিবৃতিত তেওঁ কয় যে তেওঁ ব্ৰিটিছ…

কৰ’নাৰ পাৰ্শ্বক্ৰিয়া : কম বয়সতে ঋতুমতী হৈছে ছোৱালী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ অক্টোবৰ : মাত্ৰ ৮ বছৰ বা ৯ বছৰ বয়স। এনে বয়সৰ ছোৱালীৰ ঋতুস্ৰাৱ হৈছে! এজন প্ৰখ্যাত শিশু চিকিৎসকে কয় যে এনে ছোৱালীৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁ উপলব্ধি কৰিছে যে এই ছোৱালীসকল অকাল যৌৱনকালৰ বলি হৈছে। ঋতুস্ৰাৱৰ সময়ত…

গুগলক ভাৰতত ১৩৩৮ মিলিয়ন টকা জৰিমনা! কোম্পানীটোৱেও সকীয়ালে ভাৰতক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ অক্টোবৰ : কেন্দ্ৰৰ ক্ষোভৰ কবলত পৰিল প্ৰযুক্তি কোম্পানী গুগল। কম্পিটিচন কমিছন অব ইণ্ডিয়া বা চিচিআয়ে জৰিমনা বিহিছে বিশ্বৰ ভিতৰতে অন্যতম জনপ্ৰিয় চাৰ্চ ইঞ্জিন গুগলক। যোৱা ২০ অক্টোবৰত কেন্দ্ৰৰ অধীনস্থ নেচনেল…

আহি আছে পৰৱর্তী মহামাৰী ! উৎস— হিমবাহ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ অক্টোবৰ : কৰ’না ভাইৰাছে মানুহক উপলব্ধি কৰাইছে যে যিকোনো দিনতেই এই পৃথিৱীত যিকোনো ঘটনাই ঘটিব পাৰে। এটা ভাইৰাছে সমগ্ৰ মানৱ জাতিক প্ৰায় দুবছৰ গৃহবন্দী কৰি ৰাখিছিল। Covid-19ৰ আগমনৰ পূৰ্বে এই পৰিস্থিতি মানুহৰ বাবে…