Browsing Category

লিড

‘দ্য চেভেন মুন অব মাৰি আলমিদা’ৰ বাবে বুকাৰ বঁটা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ অক্টোবৰ : সপ্ত চন্দ্ৰৰ কাহিনী— 'দ্য চেভেন মুন অব মাৰি আলমিদা'। শ্বেহান কৰুণাতিলকাৰ গ্ৰন্থ। এইখন তেওঁৰ দ্বিতীয়খন গ্ৰন্থ। মৃত যুদ্ধ ফটোগ্ৰাফাৰৰ কাহিনী; যিয়ে নিজৰ পৰলোকৰ কথা চিন্তা কৰে। কালি ১৭ অক্টোবৰত কুইন কনচৰ্ট…

দুখীয়াৰ দুৱাৰত হাজিৰ হ’ব বেংক!ঃ দেশত ৭৫টা ডিজিটেল বেংকিং ইউনিট উদ্বোধন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ অক্টোবৰ : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিগত বাজেটতে ঘোষণা কৰিছিল যদিও কাৰ্যকৰীকৰণত পলম হ'ল। অৱশেষত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশৰ ৭৫খন জিলাত ৭৫টা ডিজিটেল বেংকিং ইউনিট আৰম্ভ কৰে৷…

গেৰুকামুখত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে মানৱ শৃংখলেৰে আছুৰ বিশাল প্ৰতিবাদ

 গেৰুকামুখৰ পৰা এন এইচ পি চিক খেদি পঠোৱা হ’বঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয়-ৰাজ্য চৰকাৰ প্ৰতাৰকঃ সদৌ অসম ছাত্ৰ সন্থা শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ অক্টোবৰঃ গেৰুকামুখত এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম প্ৰায় ৮০…

বিশ্ব ক্ষুধা সূচকাংকত ১০৭ নম্বৰ স্থানলৈ ভাৰত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ অক্টোবৰ : বিশ্ব ক্ষুধা সূচকাংকত ভাৰত ৬ ৰেংক তললৈ নামিল। গ্ল’বেল হাংগাৰ ইনডেক্স ২০২২ৰ তথ্য অনুসৰি বৰ্তমান ১২১খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১০৭। যুদ্ধবিধ্বস্ত আফগানিস্তানৰ বাহিৰে দক্ষিণ এছিয়াৰ সকলো দেশৰ ভিতৰতে ভাৰত পিছ…

ছাবমেৰিনৰ পৰা বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ অক্টোবৰ : প্ৰতিৰক্ষাৰ ক্ষেত্রত ভাৰত শক্তিশালী হৈ উঠিছে৷ এইবাৰ চাবমেৰিনৰ পৰাও সফলতাৰে পৰীক্ষামূলকভাৱে নিক্ষেপ কৰা হ’ল এটা পাৰমাণৱিক বেলিষ্টিক মিছাইল। ১৪ অক্টোবৰ শুকুৰবাৰে আই এন এছ আৰিহন্তৰ পৰা নিক্ষেপ কৰা হৈছিল এই…

বৃহস্পতিবাৰে ধুবুৰী চিকিৎসা মহাবিদ্যালয় গুৱাহাটীৰ পৰা ভাৰ্চুৱেলী উদ্বোধন কৰিব  ৰাষ্ট্ৰপতি দ্ৰৌপদী…

ধুবুৰী, ১২ অক্টোবৰ : অসমৰ নৱমখন চিকিৎসা মহাবিদ্যালয় ৰূপে কাইলৈ আনুষ্ঠানিক ভাৱে আত্মপ্ৰকাশ কৰিব নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ে। গুৱাহাটীৰ আইআইটি চৌহদত বৃহস্পতিবাৰে দুপৰীয়া আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ চৰকাৰী অনুষ্ঠানৰ মঞ্চৰ পৰা ভাৰতৰ…

ডিগবৈত ৰজাফেঁটী সাপৰ চফৰ, উদ্ধাৰ, মুক্তি

ডিগবৈ, ১২ অক্টোবৰঃ সমগ্ৰ সৰ্পকূলৰ ভিতৰত আটাইতকৈ বিষধৰ বুলি পৰিচিত তথা অসমত সেৰেঙা উপস্থিতি থকা এটা ৰজা ফেঁটী সাপ আজি ডিগবৈত উদ্ধাৰ হয়। বিষধৰ হলেও সততে বিহ প্ৰয়োগ নকৰা তথা সৰ্প জগতৰ মাজত "গহীন", "ভদ্ৰ" বুলি পৰিচিত ৰজাফেঁটীক কিং কোব্ৰা…

তাচ পাতৰ দৰে খহিছে গেৰুকামুখ পাহাৰ

থৰকাছুটি হেৰুৱাইছে এন এইচ পিচিয়ে শতাব্দ প্ৰতিনিধি,লখিমপুৰ,১১অক্টোবৰঃ এন এইচ পিচিত ধাৰাবাহিক খহনীয়া অব্যাহত আছে।তাচপাতৰ দৰে খহিবলৈ ধৰিছে এন এইচ পিচিৰ গেৰুকামুখৰ পাহাৰ।প্ৰথমে গাৰ্ড ৱাল,তাৰ পাছত টাৰ্নেল আৰু শেহতীয়াকৈ হুৰাহুৰে খহিছে এন এইচ…

ডি ৱাই চন্দ্ৰচুড় ভাৰতৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ অক্টোবৰ : ভাৰতৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব লোৱাৰ কিছুদিনৰ ভিতৰতে তেওঁৰ উত্তৰাধিকাৰীৰ নাম প্ৰস্তাৱ কৰিছে। তেওঁ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ ডি ৱাই…

গেৰুকামুখত বৃহৎ নদীবান্ধ সম্পূৰ্ণ হ’বলৈ নিদিয়ে প্ৰকৃতিয়ে

 খহিয়ে আছে পাহাৰঃ ভূমিস্খলনত বন্ধ হৈ পৰিছে এটাৰ পিছত আন এটা টাৰ্নেলঃ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ অশনি সংকেত শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১০ অক্টোবৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক নিৰ্মাণ হৈ উঠিবনে? শেহতীয়াকৈ এনে আশংকাই ঘনীভূত হৈ পৰিছে…