Browsing Category

লিড

গেৰুকামুখত বৃহৎ নদীবান্ধ সম্পূৰ্ণ হ’বলৈ নিদিয়ে প্ৰকৃতিয়ে

 খহিয়ে আছে পাহাৰঃ ভূমিস্খলনত বন্ধ হৈ পৰিছে এটাৰ পিছত আন এটা টাৰ্নেলঃ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ অশনি সংকেত শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১০ অক্টোবৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক নিৰ্মাণ হৈ উঠিবনে? শেহতীয়াকৈ এনে আশংকাই ঘনীভূত হৈ পৰিছে…

অৱশেষত উদ্ধাৰ পৰ্বতাৰোহী দ্বীপশিখাৰ শৱদেহ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ অক্টোবৰঃ অৱশেষত সন্ধান পোৱা গ'ল অসমৰ পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকাৰ। অৱশ্যে এই সন্ধান জীৱন্ত অৱস্থাত পোৱা হোৱা নাই। গিৰিৰাজ হিমালয়ৰ তুষাৰ বক্ষত উদ্ধাৰ হৈছে দ্বীপশিখা হাজৰিকাৰ শৱদেহ। হিমালয়ক ভালপোৱা অসম…

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তিনিচুকীয়াতো আছুৰ তীব্ৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ ছেপ্টেম্বৰঃ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে পুনৰ ৰাজ্যজুৰি উঠিছে প্ৰতিবাদৰ জোৱাৰ ৷ উল্লেখ্য যে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা সন্দেহ ব্যক্ত কৰা প্ৰতিটো কথাই আখৰে আখৰে ফলিয়াবলৈ আৰম্ভ কৰিছে ৷ সেয়েহে অসমৰ মূৰৰ…

ম্যানমাৰত ছু কীক আৰু তিনি বছৰৰ কাৰাদণ্ড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰ : ম্যানমাৰৰ প্ৰাক্তন শাসক তথা গণতন্ত্ৰ সমৰ্থক আন্দোলনৰ নেত্ৰী আং ছান ছু কীক সেই দেশৰ আদালতে আৰু তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। দুৰ্নীতিৰ পিছত এইবাৰ 'ৰাষ্ট্ৰীয় গোপনীয়তা ফাদিল কৰা' অপৰাধৰ বাবে…

অসম-অৰুণাচলৰ দুদিনীয়া ভ্ৰমণ সূচীৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ উপস্থিত দিনজানত

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৮ ছেপ্টেম্বৰঃ অৰুণাচল প্ৰদেশৰ তথা ভাৰত চীন আন্তৰাষ্ট্ৰীয় সীমান্তত দেশৰ প্ৰতিৰক্ষা শিবিৰ সমূহ পৰিদৰ্শন কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণ সূচীৰে আজি ৰাজ্যত পদাৰ্পণ কৰিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷ প্ৰতিৰক্ষা…

৯ বছৰীয়া ভাৰতীয় কন্যাৰ প্ৰতিভাত আপ্লুত এপলৰ চিইঅ’ টিম কুক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ ছেপ্টেম্বৰ : বৰ্তমান এপলক বিশ্বৰ অন্যতম বিখ্যাত টেক কোম্পানী হিচাপে গণ্য কৰা হয়। লগতে প্ৰাৰ্থীসকলে কঠোৰ পৰিশ্ৰম কৰি এই সংস্থাটোত চাকৰি এটা লাভ কৰে। অৱশ্যে এইবাৰ এপলৰ চিইঅ’ টিম কুক (টিম কুক) নিজেই এগৰাকী ভাৰতীয়…

আশা পাৰেখলৈ দাদাচাহেব ফাল্কে বঁটা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ ছেপ্টেম্বৰ : প্ৰবীণ অভিনেত্ৰী আশা পাৰেখক ভাৰতীয় চিনেমাৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অপৰিসীম অৱদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্বৰ্ধনা জনাব অভিনেত্ৰীগৰাকীক।…

ভূ-গৰ্ভৰ পানীৰ ব্যৱহাৰৰ বাবে কৰ দিব লাগিব কেন্দ্ৰীয় চৰকাৰক

ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ভূ-জল প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত 'এৰিডা'ৰ সংবাদমেল। ভূগৰ্ভস্থ পানী ব্যৱহাৰকাৰীৰ বাবে কেতবোৰ কঠোৰ নিয়ম জাৰি কৰা হৈছে। যাৰ ফলত ভূ-গৰ্ভৰ পানী ব্যৱহাৰ কৰাটো অধিক ব্যয়বহুল হৈ পৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

সোৱণশিৰি প্ৰকল্পত এইবাৰ ভাগিল পাৱাৰ হাউচৰ গাৰ্ড ৱাল

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ ছেপ্টেম্বৰঃ দুৰ্ভাগ্যই লগ নেৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত এইবাৰ খহিল পাৱাৰ হাউচৰ গাৰ্ড ৱাল৷ ফলত এতিয়া পাৱাৰ হাউচৰ প্ৰায় চাৰি হাজাৰ শ্ৰমিক কৰ্মচাৰীয়ে আধাতে কাম এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিব লগা…

অৰ্থনৈতিক সংকটৰ দিশে ভাৰত !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ ছেপ্টেম্বৰ : অৰ্থনৈতিক সংকটৰ অভিলেখ গঢ়াৰ প্ৰক্ৰিয়া অব্যাহত আছে মোদী চৰকাৰৰ। ৪৫ বছৰৰ ভিতৰত এতিয়ালৈকে সৰ্বাধিক নিবনুৱা সমস্যা, ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পোৱাৰ অভিলেখ, ২৫ বছৰত পাইকাৰী মূল্য বৃদ্ধিৰ আন এক…