Browsing Category

লিড

ডিম্বাশয়ৰ কৰ্কট ৰোগ নিৰাময়ৰ পথত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ ছেপ্টেম্বৰ : কৰ্কট ৰোগৰ বিষয়ে সবিশেষ জানিবলৈ গ'লে এতিয়াও প্ৰায় কিংকৰ্তব্যবিমূঢ় হৈ পৰিবলগীয়া হয়। শৰীৰৰ প্ৰতিটো ঠাইতে কৰ্কট ৰোগৰ চৰিত্ৰ বেলেগ বেলেগ। ফলত ব্যৱহাৰো বেলেগ। একে ধৰণৰ কৰ্কট ৰোগত আক্ৰান্ত কিছুমানৰ…

এদিনত আছিল ১৯ ঘণ্টা!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ ছেপ্টেম্বৰ : কিছু বিলিয়ন বছৰৰ আগতে পৃথিৱীত এটা দিনৰ দৈৰ্ঘ্য আছিল ১৯ ঘণ্টা। কিন্তু এতিয়া এটা দিন হ’ল ২৪ ঘণ্টাৰ। এদিনৰ দৈৰ্ঘ্যই ইমান সময় কেনেকৈ বৃদ্ধি কৰিলে? বিজ্ঞানীসকলে ইয়াৰ কাৰণ বিচাৰিছে— ইয়াৰ কাৰণ কি? ইয়াক…

তেজপুৰত অনাথ আশ্ৰমৰ নামত ধন সংগ্ৰহ প্ৰৱঞ্চকৰ

 শতাব্দ প্ৰতিনিধি,তেজপুৰ,২০ছেপ্টেম্বৰ: তেজপুৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত এইবাৰ অনাথ আশ্ৰমৰ নাম লৈ তিনি মহিলাই আৰম্ভ কৰিছে প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ৷ উল্লেখযোগ্য যে,অচিনাক্ত তিনি মহিলাৰ এনে অপকাণ্ডৰ বিষয়ে ইতিমধ্যে সামাজিক মাধ্যমত বহুসংখ্যক…

বিৰল মহাজাগতিক পৰিঘটনা : ৭০ বছৰৰ পাছত পৃথিৱীৰ ওচৰ চাপিব বৃহস্পতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ ছেপ্টেম্বৰ : সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি। ই পৃথিৱীতকৈ প্ৰায় ১১ গুণ ডাঙৰ। ইয়াৰ আকাৰেই ইয়াক সৌৰজগতৰ বাকী গ্ৰহবোৰৰ পৰা পৃথক কৰি তোলে। এই গ্ৰহটোৰ বৃহৎ আকাৰৰ বাবে জ্যোতিৰ্বিজ্ঞানীসকলো আকৰ্ষিত হৈ আহিছে।…

ভৱানী দলে টাহুৰ  ‘O2’ ফিচাৰ ফিল্মৰ দেশ-বিদেশত কেইবাটাও বঁটা লাভ

ৰয়েল পেগু পৰিৱেশ সুৰক্ষাৰ বিষয়কলৈ বিশেষকৈ দেশৰ ৰাজধানী দিল্লীৰ বৰ্ধিত বায়ু প্ৰদূষণৰ ওপৰত আধাৰিত 'O2' নামৰ ফিচাৰ ফিল্মখন দেশ-বিদেশত কেইবাটাও বঁটা লাভ কৰি অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। লখিমপুৰৰ জীয়ৰী তথা বৰ্তমান দিল্লী নিবাসী…

সোৱণশিৰি প্ৰকল্পত পুনৰ অঘটনঃ ভূমিস্খলনত বহি গ’ল ডাইভাৰ্চন টাৰ্নেলৰ মুখ

শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১৬ ছেপ্টেম্বৰঃ নামনিবাসী ৰাইজ আৰু দল-সংগঠনৰ ব্যাপক প্ৰতিবাদক ভেঙুচালি কৰি অসম অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মাণ কৰি থকা অৱস্থাত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত যোৱানিশা ভয়ানক ভূমিস্খলন সংঘটিত…

মহাকাশত সূৰ্যৰ ৰং বগা ! সত্য প্ৰমাণ কৰিলে নাছাৰ প্ৰাক্তন মহাকাশচাৰীয়ে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ ছেপ্টেম্বৰ : জ্বলি থকা জুইকুৰাৰ দৰে সূৰ্যৰ ৰং হালধীয়া। ইয়াৰ ৰং ৰঙা-কমলাও হয়। অন্ততঃ আমি খালী চকুৰে সেইটোৱেই দেখিবলৈ পাওঁ আৰু এই বিশ্বাস দীৰ্ঘদিনীয়া। কিন্তু সেই বিশ্বাসত আঘাত হানিছিল নাছাৰ এজন প্ৰাক্তন…

৪০ হাজাৰ টকাত উপলব্ধ হ’ব ১ লাখ টকীয়া লেপটপ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ ছেপ্টেম্বৰ : অহা দুবছৰত ভাৰতত লেপটপ আৰু ম’বাইলৰ দাম কমি আহিব পাৰে। এতিয়া ১ লাখ টকাৰ মূল্যৰ লেপটপৰ মূল্য ৪০ হাজাৰলৈ নামি আহিব পাৰে। এই কথা দাবী কৰিছে বেদান্ত নিগমৰ অধ্যক্ষ অনিল আগৰৱালাই। ফক্সকনৰ সৈতে যৌথ উদ্যোগত…

অত্যাৱশ্যকীয় তালিকাৰ পৰা বাতিল ২৬বিধ দৰব

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ছেপ্টেম্বৰ : কেন্দ্ৰই অত্যাৱশ্যকীয় ঔষধৰ তালিকাৰ পৰা কিছু পৰিচিত ঔষধ আঁতৰাই পেলাইছে। স্বাস্থ্য মন্ত্ৰালয়ে আশংকা কৰিছে যে একাংশ ঔষধত কেইবাটাও গেছ যৌগ আছে যাৰ ফলত কৰ্কট ৰোগ সৃষ্টি হ’ব পাৰে। অত্যাৱশ্যকীয় তালিকাৰ…

ৰাজ্যৰ ভিতৰতে ধেমাজি আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ শ্ৰেষ্ঠ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১০ ছেপ্টেম্বৰঃ অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ অধীনৰ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত যোৱা ৭-৯ ছেপ্টেম্বৰত,(২০২২) গুৱাহাটী আই আই টিত অনুস্থিত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ…