Browsing Category
লিড
৪০ হাজাৰ টকাত উপলব্ধ হ’ব ১ লাখ টকীয়া লেপটপ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ ছেপ্টেম্বৰ : অহা দুবছৰত ভাৰতত লেপটপ আৰু ম’বাইলৰ দাম কমি আহিব পাৰে। এতিয়া ১ লাখ টকাৰ মূল্যৰ লেপটপৰ মূল্য ৪০ হাজাৰলৈ নামি আহিব পাৰে। এই কথা দাবী কৰিছে বেদান্ত নিগমৰ অধ্যক্ষ অনিল আগৰৱালাই। ফক্সকনৰ সৈতে যৌথ উদ্যোগত…
অত্যাৱশ্যকীয় তালিকাৰ পৰা বাতিল ২৬বিধ দৰব
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ছেপ্টেম্বৰ : কেন্দ্ৰই অত্যাৱশ্যকীয় ঔষধৰ তালিকাৰ পৰা কিছু পৰিচিত ঔষধ আঁতৰাই পেলাইছে। স্বাস্থ্য মন্ত্ৰালয়ে আশংকা কৰিছে যে একাংশ ঔষধত কেইবাটাও গেছ যৌগ আছে যাৰ ফলত কৰ্কট ৰোগ সৃষ্টি হ’ব পাৰে। অত্যাৱশ্যকীয় তালিকাৰ…
ৰাজ্যৰ ভিতৰতে ধেমাজি আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ শ্ৰেষ্ঠ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১০ ছেপ্টেম্বৰঃ অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ অধীনৰ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত যোৱা ৭-৯ ছেপ্টেম্বৰত,(২০২২) গুৱাহাটী আই আই টিত অনুস্থিত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ…
নদীবান্ধ আন্দোলনৰ সুফল- ২৭১ মিটাৰলৈ বাঢ়িল মূলবান্ধৰ প্ৰস্থ
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দৰে সোৱণশিৰিৰ ওপৰত নিৰ্মাণ হ’ব আৰু দুটা বৃহৎ নদীবান্ধ প্ৰকল্পঃ সোৱণশিৰি নদীতে উৎপাদন হ’ব ৫৮০০ মেগাৱাট বিদ্যুৎ শক্তিপ্ৰকল্পস্থলীৰ পৰা শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৯ ছেপ্টেম্বৰঃ অসম-অৰুণাচল সীমান্তৱৰ্তী…
‘ক্লাইমেট পেনাল্টি’ঃ কিছুদিনৰ পাছত উশাহ ল’বলৈ নাপাব পৰিষ্কাৰ বতাহ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ ছেপ্টেম্বৰ : জলবায়ু পৰিৱৰ্তনৰ ফলত সঘনাই চৰম গ্ৰীষ্ম প্ৰবাহ আৰু বন্য অগ্নিকাণ্ডৰ সৃষ্টি হৈছে। ফলত সমগ্ৰ বিশ্বতে বায়ুৰ গুণাগুণ দিনক দিনে বেয়া হৈ যাব ধৰিছে। ইয়াৰ ফলত মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ বহু ক্ষতি হ’ব। এই…
ধেমাজিত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰিলে আছুৱে
শতাব্দ প্ৰতিনিধি, ধেমাজি, ৭ ছেপ্টেম্বৰ : ৰাষ্ট্ৰীয় ঘাইপথ নহয় যেন মীন বিভাগৰ “ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ” আঁচনিহে ৰূপায়ণ হৈছে ৰাষ্ট্ৰীয় ঘাইপথত ৷ চৰ্মৰোগ হোৱাৰ হোৱাৰ দৰেই বখলা-বখলে এৰি যোৱাৰ উপৰি পুখুৰীসদৃশ দ গাঁতৰ সৃষ্টি হোৱাত পথচাৰীয়ে…
গেৰুকামুখত তৃতীয় দিনাও স্তব্ধ নদীবান্ধ প্ৰকল্পৰ কাম-কাজ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৬ ছেপ্টেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সৃষ্টি হোৱা সংকট আজিও আঁতৰা নাই৷ আজি তৃতীয় দিনাও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম কাজ একপ্ৰকাৰে স্তব্ধ হৈ আছে৷ যোৱা দেওবাৰৰ পৰা বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ কেবাখনো…
লখিমপুৰৰ ঘনচৰাইত যিকোনো মুহূৰ্ততে মথাউৰি চিঙাৰ আশংকাত আতংকিত ৰাইজ
শতাব্দ প্ৰতিনিধি লখিমপুৰ, ৫ ছেপ্টেম্বৰঃ সোৱণশিৰি নদীয়ে লখিমপুৰৰ ঘনচৰাই চন্দ্ৰপুৰত তীব্ৰ গৰা খহনীয়াৰ সৃষ্টি কৰি ভীমপৰা মথাউৰিলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ নদীখনে উক্ত স্থানত যিকোনো সময়তে মথাউৰি চিঙাৰ আশংকাত লখিমপুৰ জিলা প্ৰশাসন সস্তম হৈ থকাৰ…
৫০ বছৰৰ পিছত চন্দ্ৰলৈ মানুহ পঠিয়াব নাছাই
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ ছেপ্টেম্বৰ : ১৯৭২ চনৰ ডিচেম্বৰ মাহত মানুহ চন্দ্ৰত অৱতৰণ কৰিছিল। নাছাৰ এপ’ল’ অভিযানৰ ফলত চন্দ্ৰলৈ যোৱা শেষৰটো মানৱীয় অভিযান সম্ভৱ হৈ উঠিছিল। তাৰ পাছত ৫০ বছৰ পাৰ হৈ গ’ল৷ আৰু কোনো মহাকাশ সংস্থাই চন্দ্ৰলৈ মানুহ…
ৰাজ্যখনৰ সকলো মথাউৰিৰ সম্পূৰ্ণ তথ্য থকাটো অতি প্ৰয়োজনঃ জলসম্পদ মন্ত্রী
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ ছেপ্টেম্বৰঃ ৰাজ্যখনৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ বাবে দুদিনীয়াকৈ আয়োজন কৰা কৰ্মশালাৰ আজি প্ৰথম দিনাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই অভিযন্তাসকলৰ পৰা ৰাজ্যখনত বান আৰু খহনীয়া ৰোধৰ বাবে চলি…
