Browsing Category
লিড
নয়নমণি শইকীয়াক অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পদৰ নিযুক্তি পত্র প্ৰদান
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ ছেপ্টেম্বৰঃ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষ্যে আজি জনতা ভৱনত চৰকাৰীভাৱে ক্ৰীড়া পেঞ্চন দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত কমনৱেল্থ গেমছত ল'ন বলত সোণৰ পদক লাভ কৰা নয়নমণি শইকীয়াক অসম ক্ৰীড়া নীতি অনুসৰি ৫০ লাখ টকাৰ…
‘টাইটানিক’ উদ্ধাৰ আছিল সামৰিক অভিযান!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ ছেপ্টেম্বৰ : টাইটানিক। এই জাহাজখনৰ নাম নুশুনা মানুহ হয়তো খুব কমেই আছে! ১৯৯৭ চনত জেমছ কেমেৰুনৰ অস্কাৰ বিজয়ী কথাছবি 'টাইটানিক'-এ এই অভিশপ্ত জাহাজখনক বিশ্বজুৰি প্ৰাধান্য প্ৰদান কৰিছিল। হোৱাইট ষ্টাৰলাইন যাত্ৰীবাহী…
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ‘জয়মালা’ক আনিবলৈ যাব বন বিভাগৰ দল
শতাব্দ প্ৰতিনিধি গুৱাহাটী,১ ছেপ্টেম্বৰঃ তামিলনাডুত আৱদ্ধ হৈ থকা অসমৰ 'জয়মালা' নামৰ হাতীজনীক ঘূৰাই অনাৰ বাবে অসম চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে শুকুৰবাৰে বন বিভাগৰ এটা দল তামিলনাডুলৈ পঠিওৱা হ'ব। বন…
ভয়ংকৰ টাইফুন : গতিবেগ ঘণ্টাত ২৫৭ কিলোমিটাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ছেপ্টেম্বৰ: সাগৰত এটা ভয়ানক ধুমুহা ওচৰ চাপি আহিছে। ২০২২ চনৰ আটাইতকৈ প্ৰবল ধুমুহা আহি আছে। সম্প্ৰতি পূব চীন সাগৰৰ সিপাৰে শক্তি লাভ কৰিছে ছুপাৰ টাইফুন ‘হিন্নামেন’-এ। ইয়াৰ ফলত জাপানৰ দক্ষিণ দ্বীপসমূহৰ লগতে…
নগাঁৱত ৪৫ফুট গভীৰ কুঁৱাৰ পৰা ভিন্ন প্ৰজাতিৰ ১২টা দুস্প্ৰাপ্য কাছ উদ্ধাৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩১আগষ্ট: এটা ৪৫ফুট গভীৰ কুঁৱাৰ পৰা কালি উদ্ধাৰ কৰা হয় বিভিন্ন প্ৰজাতিৰ মুঠ ১২টা দুস্প্ৰাপ্য কাছ ৷ নগাঁৱৰ লাওখোৱা বজাৰ অঞ্চলত কালি চলা চাৰি ঘন্টাযোৰা এই সফল অভিযানক নেতৃত্ব দিয়ে নগাঁও কন্যা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ…
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ইতিহাসত প্ৰথমটো অস্থি মজ্জা সংৰোপণ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ আগষ্টঃ ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ডই আন এক মাইলৰ খুঁটি স্থাপন কৰিলে। অস্থি মজ্জা সংৰোপণৰ (bone marrow transplant) ক্ষেত্রত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে লাভ কৰিলে সফলতা। এতিয়াৰে পৰা গুৱাহাটী চিকিৎসা…
জানুৱাৰীত উৎপাদন হ’ব ৫০০ মেগাৱাট বিদ্যুৎ শক্তিঃ সম্পূৰ্ণ হৈ উঠিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প
শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ২৯ আগষ্টঃ অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মীয়মান ২০০০ মেগাৱাট নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ গেৰুকামুখত নিৰ্মাণ কৰা এই বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ পৰা বান্ধ…
বিশ্বশ্ৰেষ্ঠ তথ্য প্ৰযুক্তিৰ চহৰৰ তালিকাত ভাৰতৰ ৬খন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ আগষ্ট : এটা ব্যক্তিগত সংস্থাই তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত দেশ আৰু বিদেশৰ ১১৫খন শ্ৰেষ্ঠ চহৰৰ তালিকা প্ৰস্তুত কৰিছে। সেই তালিকাত ভাৰতৰ ৬খন চহৰে স্থান পাইছে। ভাৰতৰ চহৰসমূহৰ ভিতৰত বাংগালুৰু এক নম্বৰ স্থানত আছে। এই…
১০০ বছৰ পাছত নাগালেণ্ডত দ্বিতীয়টো ৰে’ল ষ্টেচন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ আগষ্ট : আজিকালি ৰে'ল যাত্ৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। কাৰণ দেশৰ পৰিবহণ ব্যৱস্থাৰ অন্যতম মূল স্তম্ভ হ’ল ৰে’ল সেৱা৷। সেইবাবেই যাত্ৰীসকলে দৈনন্দিন ভ্ৰমণৰ লগতে দীৰ্ঘ দূৰত্ব ভ্ৰমণৰ বাবে ভাৰতীয় ৰে’লৱেক বিশ্বাস…
মংগলৰ ৰহস্যময় গহ্বৰত প্ৰৱেশ নাছাৰ ৰোভাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ আগষ্ট : মংগল গ্ৰহৰ আটাইতকৈ ৰহস্যজনক গহ্বৰত প্ৰৱেশ কৰিবলৈ ওলাইছে নাছাৰ পাৰ্চেভাৰেন্স ৰোভাৰ। ৰেড প্লেনেটৰ এটা প্ৰাচীন নদী উপত্যকাৰ নামকৰণ কৰা হৈছে জেজেৰো গহ্বৰ। এই গাঁতটো ইয়াৰ পশ্চিম মূৰত আছে। নাছাৰ মতে, অহা…
