Browsing Category

লিড

ভাৰতৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ উদয় উমেশ ললিতৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ আগষ্ট : আজি ২৭ আগষ্ট শনিবাৰে ভাৰতৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ উদয় উমেশ ললিতে। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ ললিতক শপত গ্ৰহণ কৰায়। ৬৪ বছৰীয়া ন্যায়াধীশ উদয় উমেশ…

অৰুণাচল সীমান্তত উপনীত হ’বলৈ চীনে সম্পূৰ্ণ চাৰিশৰীয়া পথ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ আগষ্ট : অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ বাসিন্দাসকলে চাগলাগামৰ হাদিগৰা-ডেল্টা ৬ৰ ওচৰত চীনা সেনাৰ জোৱান আৰু যন্ত্ৰপাতি নিৰ্মাণৰ কাম চলাই থকা ভিডিঅ’ ৰেকৰ্ডিং কৰিছে। সূত্ৰসমূহে নিশ্চিত কৰিছে যে সাধাৰণতে এজন ব্যক্তি এই…

আন্তঃগাঁথনি জৰীপৰ বাবে হ’ব এইবাৰ হ’ব “স্বাস্থ্য উৎসৱ”

গুৱাহাটী, ২৬ আগষ্ট: চৰকাৰী চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি আৰু সেৱাৰ মান পৰ্যালোচনাৰ বাবে অসমত স্বাস্থ্য উৎসৱৰ আয়োজন কৰিব ৰাজ্য চৰকাৰে। গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰীৰ মহাবিদ্যালয়ত স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজিত এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা…

বতৰৰ পৰকিতি লৰিছে ! উত্তৰ-পূব ভাৰতত ১২২ বছৰৰ সৰ্বনিম্ন বৰষুণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ আগষ্ট : ভাৰতৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ বাকী অংশত যথেষ্ট বৰষুণ হোৱাৰ বিপৰীতে জুলাই মাহত উত্তৰ-পূব ভাৰতত ৪৪ শতাংশ বৰষুণৰ ঘাটি পঞ্জীয়ন কৰা হৈছে। উত্তৰ-পূবত জুলাই মাহৰ ভিতৰত ২৩৪.৬ মিলিমিটাৰ…

ৰাষ্ট্ৰপতিৰ পুৰস্কাৰলৈ  ৰাজ্যৰ একমাত্ৰ শিক্ষক হিচাপে মিনাক্ষী গোস্বামীৰ নাম ঘোষণা

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৫আগষ্ট: ৰাজ্যৰ একমাত্ৰ শিক্ষক হিচাপে এইবাৰ ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰিব তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা, ইংৰাজী বিষয়ৰ এগৰাকী শিক্ষয়িত্ৰী মিনাক্ষী গোস্বামীয়ে৷ উল্লেখযোগ্য…

উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ দৰং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ গৱেষণাগাৰ “ঐতিহ্য…

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৫ আগষ্ট : উত্তৰ পূৰ্বাঞ্চলৰ মহাবিদ্যালয় সমূহৰ ভিতৰত "প্ৰাণীবিজ্ঞান" বিভাগৰ সৰ্ববৃহৎ গৱেষণাগাৰ হিচাপে পৰিগণিত তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ এই গৱেষণাগাৰটো এক উন্নতমানৰ সংগ্ৰহালয় হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰে বিশেষ…

কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য সেৱা আঁচনিৰ দৰেই সা-সুবিধা লাভ কৰিব ৰাজ্যিক বিষয়া-কৰ্মচাৰীয়ে

সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃবৰ্গৰ সৈতে জনতা ভৱনত মুখ্যমন্ত্রীৰ বৈঠক। মাষ্টাৰ ৰোলৰ ১২ হাজাৰ কৰ্মচাৰীলৈ ৩ শতাংশ বছৰেকীয়া বৃদ্ধি আদায় দিয়াৰ লগতে ২০০৫ চনত নিয়মীয়া কৰা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবে ৰিটেনচন ৫ বছৰৰ বাবে ৰেহাই। শতাব্দ…

১২ ছেপ্টেম্বৰৰ পৰা অসম বিধান সভাৰ শৰৎকালীন অধিবেশন

পাঁচদিনীয়া কাৰ্যসূচীৰে হ'ব অসম বিধানসভাৰ ২০২২ চনৰ শৰৎকালীন অধিবেশন। দাখিল হ'ব বিধেয়ক। ২০২২-২৩ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ ওপৰত হ'ব ভোটদান। উপস্থাপন হ'ব ২০২২ চনৰ অসম বিনিয়োজন বিধেয়কসমূহ। শতাব্দ প্ৰতিনিধি,…

মিজোৰামত দেশৰ ভিতৰতে এইডছ আক্ৰান্ত সৰ্বাধিক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : মিজোৰামত ৰাষ্ট্ৰীয় গড়ৰ তুলনাত ১০ গুণ বেছি এইডছ ৰোগী আছে। এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থাই। দেশৰ ভিতৰতে সৰ্বাধিক এইডছ ৰোগীৰ সংখ্যা মিজোৰামত আছে। ১০.৯১ লাখ লোকৰ ভিতৰত (২০১১ চনৰ…

আপোনাৰ ভিটামিন ডিৰ অভাৱ হৈছে নেকি? কেনেকৈ গম পাব

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ আগষ্ট : ভিটামিন ডিৰ অভাৱ যিকোনো বয়সৰ, যিকোনো লিংগৰ লোকৰ ক্ষেত্ৰত হ’ব পাৰে। কিন্তু শৰীৰত ভিটামিন ডিৰ অভাৱ হৈছেনে নাই কেনেকৈ জানিব? শৰীৰত ভিটামিন ডি কম হ’লে কি হয় জানেনে? চাওঁ আহক। * ভিটামিন ডি কম হ’লে কি হ’ব…