Browsing Category
লিড
‘এক দেশ, এক আৰক্ষী!’ জাতীয় ঐক্যৰ স্বাৰ্থত ‘এক ইউনিফৰ্ম’ৰ দাবী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ অক্টোবৰ : দেশৰ আইন-শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিব লাগে আৰু তাৰ বাবে জাতীয় ঐক্যক গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। ২৮ অক্টোবৰত নিজৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দাবী কৰে। তেওঁ কয় যে আইন-শৃংখলা বজাই…
ৰাতিপুৱা হাৰ্ট এটেক হয় কিয়? পুৱাৰ ভাগত মৃত্যুৰ ফান্দ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ অক্টোবৰ : তেতিয়াও ৰাতিপুৱা হোৱা নাছিল। ৰাতিপুৱাৰ পোহৰ মাথোঁ ওলাবহে। সাৰ পাই উঠাৰ লগে লগে চৰাইবোৰে খিকিন্দালি কৰি আছিল। চাৰিওফালে শান্ত, কোমল ভাব। মানৱ সভ্যতাৰ বেছিভাগেই এতিয়াও গভীৰ টোপনিত আছে। কিন্তু আপুনি…
ৰঙানদীত নীপকোৱে এৰা পানীয়ে উটুৱাই নিলে ৩৫খন গাঁৱৰ ৰাইজে গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰা দুখনকৈ দলং
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ অক্টোবৰঃ লখিমপুৰ জিলাৰ বৃহত্তৰ পানীগাঁও অঞ্চলৰ নিচেই সমীপৱৰ্তী আমতলাত এতিয়া ৰঙানদীৰ পানীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে৷ নীপকোৱে ৰঙানদীত এৰি দিয়া বিশাল জলৰাশিৰ বাবেই এই সমগ্ৰ অঞ্চলটোত এতিয়া অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি…
বিলাতৰ গাদীত আমাৰ দেশৰ ‘ঋষি’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ অক্টোবৰ : মচনদৰ একেবাৰে দুৱাৰমুখতে আছে ঋষি সুনক। কাৰণ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছন, যাৰ সৈতে তেওঁ কঠিন যুঁজ কৰিব লাগিলেহেঁতেন, তেওঁ মনোনয়ন দাখিল কৰা নাই। হঠাৎ এক আনুষ্ঠানিক বিবৃতিত তেওঁ কয় যে তেওঁ ব্ৰিটিছ…
কৰ’নাৰ পাৰ্শ্বক্ৰিয়া : কম বয়সতে ঋতুমতী হৈছে ছোৱালী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ অক্টোবৰ : মাত্ৰ ৮ বছৰ বা ৯ বছৰ বয়স। এনে বয়সৰ ছোৱালীৰ ঋতুস্ৰাৱ হৈছে! এজন প্ৰখ্যাত শিশু চিকিৎসকে কয় যে এনে ছোৱালীৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁ উপলব্ধি কৰিছে যে এই ছোৱালীসকল অকাল যৌৱনকালৰ বলি হৈছে। ঋতুস্ৰাৱৰ সময়ত…
গুগলক ভাৰতত ১৩৩৮ মিলিয়ন টকা জৰিমনা! কোম্পানীটোৱেও সকীয়ালে ভাৰতক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ অক্টোবৰ : কেন্দ্ৰৰ ক্ষোভৰ কবলত পৰিল প্ৰযুক্তি কোম্পানী গুগল। কম্পিটিচন কমিছন অব ইণ্ডিয়া বা চিচিআয়ে জৰিমনা বিহিছে বিশ্বৰ ভিতৰতে অন্যতম জনপ্ৰিয় চাৰ্চ ইঞ্জিন গুগলক। যোৱা ২০ অক্টোবৰত কেন্দ্ৰৰ অধীনস্থ নেচনেল…
আহি আছে পৰৱর্তী মহামাৰী ! উৎস— হিমবাহ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ অক্টোবৰ : কৰ’না ভাইৰাছে মানুহক উপলব্ধি কৰাইছে যে যিকোনো দিনতেই এই পৃথিৱীত যিকোনো ঘটনাই ঘটিব পাৰে। এটা ভাইৰাছে সমগ্ৰ মানৱ জাতিক প্ৰায় দুবছৰ গৃহবন্দী কৰি ৰাখিছিল। Covid-19ৰ আগমনৰ পূৰ্বে এই পৰিস্থিতি মানুহৰ বাবে…
উৎপাদন হ’ব সবাতোকৈ সস্তা ইলেক্ট্ৰিক গাড়ী! এলন মাস্কক প্ৰত্যাহ্বান ভাৰতীয় উদ্যোগীৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ অক্টোবৰ : ভাৰতত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহ। বহু কোম্পানীয়ে ভাৰতীয় বজাৰত ইটোৰ পিছত সিটোকৈ নিজৰ ইভিসমূহ মুকলি কৰি আছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় গাড়ী নিৰ্মাতাসকলৰ মাজতো যথেষ্ট উৎসাহ…
‘দ্য চেভেন মুন অব মাৰি আলমিদা’ৰ বাবে বুকাৰ বঁটা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ অক্টোবৰ : সপ্ত চন্দ্ৰৰ কাহিনী— 'দ্য চেভেন মুন অব মাৰি আলমিদা'। শ্বেহান কৰুণাতিলকাৰ গ্ৰন্থ। এইখন তেওঁৰ দ্বিতীয়খন গ্ৰন্থ। মৃত যুদ্ধ ফটোগ্ৰাফাৰৰ কাহিনী; যিয়ে নিজৰ পৰলোকৰ কথা চিন্তা কৰে। কালি ১৭ অক্টোবৰত কুইন কনচৰ্ট…
দুখীয়াৰ দুৱাৰত হাজিৰ হ’ব বেংক!ঃ দেশত ৭৫টা ডিজিটেল বেংকিং ইউনিট উদ্বোধন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ অক্টোবৰ : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিগত বাজেটতে ঘোষণা কৰিছিল যদিও কাৰ্যকৰীকৰণত পলম হ'ল। অৱশেষত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশৰ ৭৫খন জিলাত ৭৫টা ডিজিটেল বেংকিং ইউনিট আৰম্ভ কৰে৷…
