Browsing Category
লিড
ম্যানমাৰত ছু কীক আৰু তিনি বছৰৰ কাৰাদণ্ড
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰ : ম্যানমাৰৰ প্ৰাক্তন শাসক তথা গণতন্ত্ৰ সমৰ্থক আন্দোলনৰ নেত্ৰী আং ছান ছু কীক সেই দেশৰ আদালতে আৰু তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। দুৰ্নীতিৰ পিছত এইবাৰ 'ৰাষ্ট্ৰীয় গোপনীয়তা ফাদিল কৰা' অপৰাধৰ বাবে…
অসম-অৰুণাচলৰ দুদিনীয়া ভ্ৰমণ সূচীৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ উপস্থিত দিনজানত
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৮ ছেপ্টেম্বৰঃ অৰুণাচল প্ৰদেশৰ তথা ভাৰত চীন আন্তৰাষ্ট্ৰীয় সীমান্তত দেশৰ প্ৰতিৰক্ষা শিবিৰ সমূহ পৰিদৰ্শন কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণ সূচীৰে আজি ৰাজ্যত পদাৰ্পণ কৰিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷ প্ৰতিৰক্ষা…
৯ বছৰীয়া ভাৰতীয় কন্যাৰ প্ৰতিভাত আপ্লুত এপলৰ চিইঅ’ টিম কুক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ ছেপ্টেম্বৰ : বৰ্তমান এপলক বিশ্বৰ অন্যতম বিখ্যাত টেক কোম্পানী হিচাপে গণ্য কৰা হয়। লগতে প্ৰাৰ্থীসকলে কঠোৰ পৰিশ্ৰম কৰি এই সংস্থাটোত চাকৰি এটা লাভ কৰে। অৱশ্যে এইবাৰ এপলৰ চিইঅ’ টিম কুক (টিম কুক) নিজেই এগৰাকী ভাৰতীয়…
আশা পাৰেখলৈ দাদাচাহেব ফাল্কে বঁটা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ ছেপ্টেম্বৰ : প্ৰবীণ অভিনেত্ৰী আশা পাৰেখক ভাৰতীয় চিনেমাৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অপৰিসীম অৱদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্বৰ্ধনা জনাব অভিনেত্ৰীগৰাকীক।…
ভূ-গৰ্ভৰ পানীৰ ব্যৱহাৰৰ বাবে কৰ দিব লাগিব কেন্দ্ৰীয় চৰকাৰক
ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ভূ-জল প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত 'এৰিডা'ৰ সংবাদমেল। ভূগৰ্ভস্থ পানী ব্যৱহাৰকাৰীৰ বাবে কেতবোৰ কঠোৰ নিয়ম জাৰি কৰা হৈছে। যাৰ ফলত ভূ-গৰ্ভৰ পানী ব্যৱহাৰ কৰাটো অধিক ব্যয়বহুল হৈ পৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…
সোৱণশিৰি প্ৰকল্পত এইবাৰ ভাগিল পাৱাৰ হাউচৰ গাৰ্ড ৱাল
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ ছেপ্টেম্বৰঃ দুৰ্ভাগ্যই লগ নেৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত এইবাৰ খহিল পাৱাৰ হাউচৰ গাৰ্ড ৱাল৷ ফলত এতিয়া পাৱাৰ হাউচৰ প্ৰায় চাৰি হাজাৰ শ্ৰমিক কৰ্মচাৰীয়ে আধাতে কাম এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিব লগা…
অৰ্থনৈতিক সংকটৰ দিশে ভাৰত !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ ছেপ্টেম্বৰ : অৰ্থনৈতিক সংকটৰ অভিলেখ গঢ়াৰ প্ৰক্ৰিয়া অব্যাহত আছে মোদী চৰকাৰৰ। ৪৫ বছৰৰ ভিতৰত এতিয়ালৈকে সৰ্বাধিক নিবনুৱা সমস্যা, ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পোৱাৰ অভিলেখ, ২৫ বছৰত পাইকাৰী মূল্য বৃদ্ধিৰ আন এক…
কলীয়াভোমোৰাৰ কাষৰ দ্বিতীয়খন দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ: উদ্বোধনৰ বাবে সাজু
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ছেপ্টেম্বৰঃ তেজপুৰৰ ভোমোৰাগুৰি আৰু নগাঁৱৰ কলিয়াবৰ সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে৷ অহা মাহত দলংখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰাৰ সম্ভাৱনা আছে৷ উল্লেখযোগ্য যে,গেমন…
৪৩২ মিলিয়ন কিলোমিটাৰ দূৰৰ বৰফ দৈত্যৰ স্পষ্ট ফটো
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ ছেপ্টেম্বৰ : নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপে মহাকাশ বিজ্ঞানত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। এই টেলিস্কোপে প্ৰকাশ কৰি থকা ফটোৰ সৈতে জড়িত তথ্যই জ্যোতিৰ্বিজ্ঞানৰ জ্ঞানৰ পৰিসৰ ক্ৰমাগতভাৱে বৃদ্ধি কৰি আহিছে। মানুহ আচৰিত…
৩০ ছেপ্টেম্বৰত চিত্ৰগৃহত ‘ব্ৰিজ’ৰ শুভ মুক্তি
দেশৰ শ্ৰেষ্ঠ দহখন ছবিৰ ভিতৰত ব্ৰিজ’ৰ স্থান লাভ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ ছেপ্টেম্বৰঃ অহা ৩০ ছেপ্টেম্বৰত অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব্ৰিজ নামৰ অসমীয়া কথাছবি খনে৷ ইতিমধ্যে এই ছবিখনে দেশ বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ…
