Browsing Category

লিড

ভয়ংকৰ টাইফুন : গতিবেগ ঘণ্টাত ২৫৭ কিলোমিটাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ছেপ্টেম্বৰ: সাগৰত এটা ভয়ানক ধুমুহা ওচৰ চাপি আহিছে। ২০২২ চনৰ আটাইতকৈ প্ৰবল ধুমুহা আহি আছে। সম্প্ৰতি পূব চীন সাগৰৰ সিপাৰে শক্তি লাভ কৰিছে ছুপাৰ টাইফুন ‘হিন্নামেন’-এ। ইয়াৰ ফলত জাপানৰ দক্ষিণ দ্বীপসমূহৰ লগতে…

নগাঁৱত ৪৫ফুট গভীৰ কুঁৱাৰ পৰা ভিন্ন প্ৰজাতিৰ ১২টা দুস্প্ৰাপ্য কাছ উদ্ধাৰ 

শতাব্দ প্ৰতিনিধি তেজপুৰ,৩১আগষ্ট: এটা ৪৫ফুট গভীৰ কুঁৱাৰ পৰা কালি উদ্ধাৰ কৰা হয় বিভিন্ন প্ৰজাতিৰ মুঠ ১২টা দুস্প্ৰাপ্য কাছ ৷ নগাঁৱৰ লাওখোৱা বজাৰ অঞ্চলত কালি চলা চাৰি ঘন্টাযোৰা এই সফল অভিযানক নেতৃত্ব দিয়ে নগাঁও কন্যা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ…

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ইতিহাসত প্ৰথমটো অস্থি মজ্জা সংৰোপণ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ আগষ্টঃ ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ডই আন এক মাইলৰ খুঁটি স্থাপন কৰিলে। অস্থি মজ্জা সংৰোপণৰ (bone marrow transplant) ক্ষেত্রত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে লাভ কৰিলে সফলতা। এতিয়াৰে পৰা গুৱাহাটী চিকিৎসা…

জানুৱাৰীত উৎপাদন হ’ব ৫০০ মেগাৱাট বিদ্যুৎ শক্তিঃ সম্পূৰ্ণ হৈ উঠিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ২৯ আগষ্টঃ অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মীয়মান ২০০০ মেগাৱাট নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ গেৰুকামুখত নিৰ্মাণ কৰা এই বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ পৰা বান্ধ…

বিশ্বশ্ৰেষ্ঠ তথ্য প্ৰযুক্তিৰ চহৰৰ তালিকাত ভাৰতৰ ৬খন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ আগষ্ট : এটা ব্যক্তিগত সংস্থাই তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত দেশ আৰু বিদেশৰ ১১৫খন শ্ৰেষ্ঠ চহৰৰ তালিকা প্ৰস্তুত কৰিছে। সেই তালিকাত ভাৰতৰ ৬খন চহৰে স্থান পাইছে। ভাৰতৰ চহৰসমূহৰ ভিতৰত বাংগালুৰু এক নম্বৰ স্থানত আছে। এই…

১০০ বছৰ পাছত নাগালেণ্ডত দ্বিতীয়টো ৰে’ল ষ্টেচন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ আগষ্ট : আজিকালি ৰে'ল যাত্ৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। কাৰণ দেশৰ পৰিবহণ ব্যৱস্থাৰ অন্যতম মূল স্তম্ভ হ’ল ৰে’ল সেৱা৷। সেইবাবেই যাত্ৰীসকলে দৈনন্দিন ভ্ৰমণৰ লগতে দীৰ্ঘ দূৰত্ব ভ্ৰমণৰ বাবে ভাৰতীয় ৰে’লৱেক বিশ্বাস…

মংগলৰ ৰহস্যময় গহ্বৰত প্ৰৱেশ নাছাৰ ৰোভাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ আগষ্ট : মংগল গ্ৰহৰ আটাইতকৈ ৰহস্যজনক গহ্বৰত প্ৰৱেশ কৰিবলৈ ওলাইছে নাছাৰ পাৰ্চেভাৰেন্স ৰোভাৰ। ৰেড প্লেনেটৰ এটা প্ৰাচীন নদী উপত্যকাৰ নামকৰণ কৰা হৈছে জেজেৰো গহ্বৰ। এই গাঁতটো ইয়াৰ পশ্চিম মূৰত আছে। নাছাৰ মতে, অহা…

মাত্ৰ ৯ ছেকেণ্ডত নয়ডাৰ টুইন টাৱাৰ মাটিত মিহলি হৈ গল

শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ আগষ্টঃ মাত্ৰ ৯ ছেকেণ্ডতে দিল্লী নয়ডাৰ ১০০ মিটাৰ ওখ টুইন টাৱাৰ মাটিত মিহলি হৈ পৰিল। গোটেই আকাশখন ধূলিৰে আবৃত হৈ পৰিছিল। ওচৰৰ ঘৰবোৰ পূৰ্বে ঢাকি থোৱা আছিল। কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছিল। নয়ডাত এই টুইন টাৱাৰ ভাঙি…

ভাৰতৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ উদয় উমেশ ললিতৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ আগষ্ট : আজি ২৭ আগষ্ট শনিবাৰে ভাৰতৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ উদয় উমেশ ললিতে। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ ললিতক শপত গ্ৰহণ কৰায়। ৬৪ বছৰীয়া ন্যায়াধীশ উদয় উমেশ…

অৰুণাচল সীমান্তত উপনীত হ’বলৈ চীনে সম্পূৰ্ণ চাৰিশৰীয়া পথ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ আগষ্ট : অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ বাসিন্দাসকলে চাগলাগামৰ হাদিগৰা-ডেল্টা ৬ৰ ওচৰত চীনা সেনাৰ জোৱান আৰু যন্ত্ৰপাতি নিৰ্মাণৰ কাম চলাই থকা ভিডিঅ’ ৰেকৰ্ডিং কৰিছে। সূত্ৰসমূহে নিশ্চিত কৰিছে যে সাধাৰণতে এজন ব্যক্তি এই…