Browsing Category

লিড

আমেৰিকাৰ সংগ্ৰহালয়ত স্থান ভাৰতীয় পাইলট জয়া আগৰৱালাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ আগষ্ট : উত্তৰ মেৰুৰ ওপৰেৰে সফলতাৰে বিমান উৰুৱাই নিয়া যোৱা বছৰৰ এয়াৰ ইণ্ডিয়াৰ সৰ্বমহিলা পাইলট দলটোৰ নেতৃত্ব দিয়া জয়া আগৰৱালাক ছান ফ্ৰান্সিস্কো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (এছ এফ অ’)ৰ বিমান সংগ্ৰহালয়ত স্থান…

বুলেট ট্ৰেইনৰ অগ্ৰগতি কিমানঃ প্ৰতিবেদন দাখিল ৰে’ল মন্ত্ৰালয়ৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ আগষ্ট : আহমেদাবাদ আৰু মুম্বাইৰ মাজৰ হাইস্পীড ৰে’ল কৰিডৰত প্ৰতি ঘণ্টাত ৩২০ কিলোমিটাৰ বেগত চলিবলগীয়া মুম্বাই-আহমেদাবাদ হাই স্পীড ৰে’ল (MAHSR) প্ৰকল্পৰ বৰ্তমানৰ অৱস্থা বিষয়ে ৰে'ল মন্ত্ৰালয়ে সবিশেষ ভাগ-বতৰা কৰিছে…

শৰাইঘাট দলঙত ভয়ংকৰ দুৰ্ঘটনা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৯ আগষ্টঃ নতুন শৰাইঘাট দলঙত শুকুৰবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এ এছ-২৫-ইচি-৩৬৪৩ নম্বৰৰ আমিনগাওঁ অভিমুখী তীব্ৰবেগী ডাম্পাৰখনে আগে আগে গৈ থকা এএছ-০১-এইচচি-৪৫৮৮ নম্বৰৰ আন এখন ডাম্পাৰক পিচফালৰ খুন্দা…

ভাৰত ভূষণ দেৱ চৌধুৰী অসম লোক সেৱা আয়োগৰ নতুন অধ্যক্ষ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৮ আগষ্টঃ অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্তি। জ্যেষ্ঠ আই এ এছ বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীক ৰাজ্য চৰকাৰে অসম লোক সেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিছে। পূৰ্বেও এ পি এছ চিৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন…

গ্ৰীণ টিত পদিনা পাত মিহলাই খাওকঃ দ্ৰুততাৰে ওজন কমাওক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : অতিৰিক্ত ওজন সকলোৰে বাবে চিন্তাৰ বিষয়। এই ওজনৰ পৰা যিহেতু বহু ৰোগৰ সৃষ্টি হ’ব পাৰে। সৌন্দৰ্যৰ বাটতো ই সদায় বাধাৰ সৃষ্টি কৰে। ওজন কমাবলৈ সকলোৱে কিছুমান পদক্ষেপ লয়। কিছুমানে কঠোৰ খাদ্য মানি চলে আন…

মোবাইলৰ সকলো ডিভাইচৰ বাবে একেটাই চাৰ্জিং প’ৰ্ট!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : সমগ্ৰ দেশৰ সকলো ফোন আৰু ইলেক্ট্ৰনিক গেজেটত একেটা চাৰ্জিং চকেট ব্যৱহাৰ কৰিব পৰা যাবনে নাই তাক চাবলৈ কেন্দ্ৰীয় চৰকাৰে এখন কমিটী গঠন কৰিছে। ১৭ আগষ্ট বুধবাৰে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা মন্ত্ৰী ৰোহিত কুমাৰ সিং…

শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিত শৈক্ষিক অঘটনৰ আশংকা : শিক্ষক দিৱসত ঘূৰাই দিব টেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰ

শতাব্দ প্ৰতিনিধি, ধেমাজি, ১৭ আগষ্টঃ “ শিক্ষা বিভাগৰ বিশেষ টেট আছিল এক ক’লা অধ্যায় । আমি বিশেষ টেট উত্তীৰ্ণসকলে অহা ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসত আমাৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ ঘূৰাই দিম ৷ শিক্ষা মন্ত্ৰীয়ে মানৱতাৰ দৃষ্টিৰে আমাৰ বিষয়টো অধ্যয়ন কৰা…

পৃথিৱীলৈ পানী ক’ৰ পৰা আহিল জানেনে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ আগষ্ট : পৃথিৱী উত্তপ্ত হৈ আছিল। ইয়ালৈ পানী ক’ৰ পৰা আহিল? এই প্ৰশ্নৰ উত্তৰ এতিয়াও পোৱা নাই। জ্যোতিৰ্বিজ্ঞানীসকলে এতিয়াও গৱেষণা কৰি আছে। অৱশ্যে শেহতীয়াকৈ জাপানৰ মহাকাশ অভিযানৰ গৱেষণাত পৃথিৱীৰ পানীৰ উৎস সম্পৰ্কে…

বুধবাৰে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৬ আগষ্টঃ অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন বুধবাৰে অনুষ্ঠিত হ’ব। স্বাধীনতাৰ অমৃত মহোৎসৱৰ বাবে এদিনীয়া এই বিশেষ অধিৱেশনৰ আয়োজন কৰা হৈছে। বুধবাৰে বিয়লি ৩ বজাত আৰম্ভ হ’বলগীয়া বিশেষ অধিৱেশনখন সন্ধিয়া ৭ বজালৈ…

৬খন মহাদেশলৈ ৭ মহীয়া ভ্ৰমণলৈ যোৱাৰ মাজতে ইউৰোপৰ মহা সমুদ্ৰত “তৰংগিনী”ত ত্ৰিৰংগা উত্তোলন

শতাব্দ বিশেষ প্ৰতিনিধি, ১৫ আগষ্টঃ ইউৰোপৰ সুদূৰ সমুদ্ৰৰ নীলা গভীৰ জলৰাশিৰ মাজত আজি ত্ৰিৰংগা উত্তোলন কৰে ভাৰতীয়ে নৌ সেনাই।উল্লেখ্য যোৱা মে মাহত এণ্টাৰ্কটিকা মহাদেশক বাদ দি আন ৬ খন মহাদেশলৈ বুলি পাল তৰি যাত্ৰা আৰম্ভ কৰিছিল নৌ সেনাৰ…