Browsing Category
লিড
১০ মহীয়া কেঁচুৱাক ৰে’লৰ চাকৰি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুলাই : দুৰ্ঘটনাত পিতৃ-মাতৃক হেৰুওৱা এটি ১০ মহীয়া কেঁচুৱা। চত্তিচগড়ত হোৱা এক দুৰ্ঘটনাৰ ফলত শিশুটি অনাথ হৈ পৰে। অৱশ্যে এইবাৰ ৰেলৱেই তেওঁক চাকৰিৰ প্ৰস্তাৱ দিলে। ৰে’লৱেৰ সূত্ৰ অনুসৰি তেওঁক অনুকম্পামূলক কাৰণত চাকৰি…
ভাৰতীয় মূলৰ ঋষি সুনক বৃটেইনৰ প্ৰধানমন্ত্ৰী !
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুলাই: বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিচ জনচনে পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে । কভিড লকডাউনৰ সময়ত বাৰ্থডে পাৰ্টি কৰা, যৌন কেলেংকাৰি আদি কেইবাটাও অভিযোগৰ বাবে জনচনৰ জনপ্ৰিয়তা হ্ৰাস পাইছিল আৰু তেওঁ নেতৃত্বৰ প্ৰতি চাপ সৃষ্টি…
এইবাৰ বজাৰলৈ স্মাৰ্ট বটলঃ কৈ দিব পানী খোৱাৰ সময় আৰু পৰিমাণ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : সমগ্ৰ বিশ্বতে উষ্ণতা বৃদ্ধি। দিনক দিনে গৰম বাঢ়ি গৈ আছে। মেৰুৰ বৰফো গলি গৈ আছে। বিশেষজ্ঞসকলে কয় যে, এই তীব্ৰ তাপত মানুহৰ শৰীৰটোও শুকাই গৈছে। ইয়াৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায় হ’ল পৰ্যাপ্ত পৰিমাণে পানী…
যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ মাৰিয়ানালৈ ফিল্ডছ মেডেল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : ইউক্ৰেইনৰ মেৰিনা ভ্যাজ’ভস্কাই বিশ্বৰ দ্বিতীয়গৰাকী মহিলা হিচাপে ফিল্ডছ মেডেল লাভ কৰে। তেওঁ এই পদকটো ৰাছিয়া-ইউক্ৰেইন যুদ্ধত প্ৰাণ হেৰুওৱা ইউক্ৰেইনৰ জনসাধাৰণলৈ উছৰ্গা কৰিছে। ফিল্ডছ মেডেলক গণিতৰ নোবেল বঁটা…
কভিড পৰীক্ষাত বৃহৎ সফলতা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : ভাৰতকে ধৰি বিশ্বৰ বহু দেশত যোৱা কেইদিনমানৰ পৰা কৰ’নাৰ সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰিছে আৰু বহু দেশত অমিক্ৰন ভেৰিয়েন্টৰ উপ-ভেৰিয়েন্টৰো আবিৰ্ভাৱ হৈছে। ইফালে, বিশেষজ্ঞসকলে আৱিষ্কাৰ কৰিছে কভিড-১৯ পৰীক্ষাৰ এক…
সাকাৰ হৈছে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপোন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : ঘৰুৱা প্ৰযুক্তিৰ সহায়ত ভাৰতীয় নৌসেনা শক্তিশালী হৈ উঠিছে। স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ উদযাপনৰ বাবে নৌসেনাই অহা বছৰ কমেও ৭৫ টা নতুন থলুৱা প্ৰযুক্তি আৰু সামগ্ৰী অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। 'স্প্ৰিণ্ট'…
দেশৰ ১০ ৰাজ্যত কভিডৰ নতুন ভেৰিয়েণ্টঃ ৬৯ জন আক্ৰান্ত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুলাই : দেশৰ ১০ খন ৰাজ্যত ধৰা পৰিছে নতুন উপপ্ৰজাতিৰ কভিড। ইজৰাইলৰ টেল হাছ’মাৰা চাৰ্ভিচ মেডিকেল চেণ্টাৰৰ ভাইৰ’লজি লেবৰেটৰীৰ গৱেষক ডাঃ শ্বে ফ্লেছনে জানিবলৈ দিয়ামতে ভাৰতত চিনাক্ত কৰা হৈছে কৰ’না ভাইৰাছৰ অতি সংক্ৰমক…
মহাভাৰতৰ ইংৰাজ কথক পিটাৰ ব্ৰুকৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুলাই : পিটাৰ ব্ৰুকৰ মৃত্যু হৈছে। মৃত্যুৰ সময়ত এইজন ইংৰাজী থিয়েটাৰ আৰু চিনেমা পৰিচালকৰ বয়স আছিল ৯৮ বছৰ। পেৰিছত তেওঁৰ মৃত্যু হোৱা বুলি ৩ জুন দেওবাৰে খবৰ প্ৰকাশ পাইছে। ব্ৰুকৰ জন্ম হৈছিল ১৯২৫ চনত। ১৯৫০ চনৰ আৰম্ভণিৰ…
সাৱধানঃ চাইবাৰ ক্ৰাইমৰ পাশত আপুনিও পৰিব পাৰে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ জুলাই : ডিজিটেল ইণ্ডিয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ এটা ভাৰ্চুৱেল সপোনৰ জৰিয়তে দেশখনক ‘আত্মনিৰ্ভৰশীল’ কৰি তুলিব বিচাৰিছে। প্ৰধানমন্ত্ৰীৰ এই সপোন কেতিয়া সফল হ’ব সেয়া সময়েহে ক’ব। কিন্তু আধুনিকতাৰ…
টকাৰ অৱমূল্যায়ন ৰোধৰ প্ৰচেষ্টাত চৰকাৰ সফল হ’বনে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ জুলাইঃ বিগত কেইমাহমান ধৰি আমেৰিকান ডলাৰৰ বাহিৰে বিশ্বৰ প্ৰায়বোৰ দেশৰ মুদ্ৰাৰ মূল্য নিম্নগামী হৈছে । ইয়াৰ প্ৰভাৱ ভাৰতীয় টকাৰ ওপৰতো পৰিছে । প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে কেইমাহমান আগলৈকে ৭৫-৭৬ টকা হৈ থকা ভাৰতীয় টকাৰ…
