Browsing Category

লিড

এটা চিপে ধৰা পেলাব হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ আগতীয়া লক্ষণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুন : শেহতীয়া দিনবোৰত হৃদৰোগ এক সাধাৰণ পৰিঘটনা হৈ পৰিছে। যোৱা বছৰ প্ৰকাশিত বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, বিশ্বজুৰি হৃদযন্ত্ৰৰ ৰোগ (CVD) হৈছে মৃত্যুৰ প্ৰধান কাৰণ। সেয়েহে সকলোৱে…

লিচবনত আৰম্ভ ৰাষ্ট্রসংঘৰ মহাসাগৰ সন্মিলন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুন : বিশ্ব উষ্ণায়ন আৰু জলবায়ু পৰিৱর্তনৰ প্রভাৱ মানৱ জীৱনত পৰিবলৈ আৰম্ভ কৰিছে। একাধিক হিমবাহ গলিবলৈ ধৰিছে। বিশ্ব উষ্ণায়নৰ প্ৰভাৱ সমুদ্রৰ তলৰ পৰিস্থিতিতন্ত্ৰতো পৰিবলৈ আৰম্ভ কৰিছে। বিশ্ব উষ্ণায়ন আৰু জলবায়ু পৰিৱর্তনৰ…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত আজৱ কাণ্ডঃ নিশাৰ ভিতৰতে ল’ৰাৰ সলনি মাতৃৰ বুকুত সোমাল কন্যা…

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ জুন : অথন্তৰে লগ নেৰা লখিমপুৰ নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়ত এইবাৰ ঘটিল অন্য এক আজব ঘটনা। চিকিৎসা মহাবিদ্যালয়খনত ল'ৰা সন্তান জন্ম হোৱাৰ পিছত নিশাটোৰ ভিতৰতে অভিভাৱকে কন্যা সন্তান লাভ কৰা ঘটনাই তীব্ৰ…

মহাৰাষ্ট্রজুৰি গৃহযুদ্ধ শিৱসেনাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ জুন : বিনা যুদ্ধে সূচ্যগ্র মেদিনী দিবলৈ ৰাজি নহয় উব্ধৱ থাকৰে। নাটকৰ শেষ দৃশ্যৰ আগেয়ে তেওঁ ইস্তফা নিদিয়ে। কাৰণ, এতিয়া আৰু চৰকাৰ নহয়, দলৰ অধিকাৰ ৰক্ষাই প্রধান যুদ্ধত পৰিণত হৈছে। এই পৰিস্থিতিত ২৫ জুনত মহাৰাষ্ট্রৰ…

নামছাই দেশৰ শীৰ্ষ আকাংক্ষিত জিলা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : এপ্ৰিল মাহৰ ডেল্টা স্ক’ৰৰ ভিত্তিত নীতি আয়োগে শ্ৰেণীভুক্ত কৰা সামগ্ৰিক প্ৰদৰ্শনৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ নামছাই জিলাই দেশৰ শীৰ্ষ আকাংক্ষিত জিলাত স্থান লাভ কৰিছে। নামছায়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত লাভ কৰা…

এবাৰ বেজি ল’লেই নিৰ্মূল হ’ব এইডছ !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : কেন্সাৰৰ পিছত এইবাৰ এইডছ (AIDS)। দুৰাৰোগ্য ৰোগত সোণালী আলোকৰ ৰেখা। এইচ আই ভি (HIV) বা হিউমেন ইমিউনোডেফিচিয়েন্সি ভাইৰাছক কাবু কৰাৰ চাবিকাঠি পাই গৈছে গৱেষকসকলে। তেল আভিভ বিশ্ববিদ্যালয়ৰ এদল মেধাবী, অনুসন্ধিৎসু…

পৰী হিলৈদাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমি অনুবাদ বঁটা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ জুনঃ  সাহিত্যৰ অকাডেমিয়ে অসমীয়া ভাষাৰ বাবে পৰী হিলৈদাৰীলৈ ২০২১ বৰ্ষৰ অনুবাদ বঁটা আগবঢ়াইছে। অৰুণাচলৰ প্ৰসিদ্ধ লেখিকা মামং দাইৰ ইংৰাজী উপন্যাস The Legends of Pensam গ্ৰন্থখনিৰ অসমীয়া অনুবাদ "দাঁতি পাৰৰ মানুহ"ৰ বাবে…

অসমৰ তপন কুমাৰ ডেকাক আই বিৰ মুৰব্বী নিযুক্তি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : অহা ৩০ জুনত বৰ্ধিত কাৰ্যকাল সমাপ্ত হ’বলগীয়া অৰবিন্দ কুমাৰৰ ঠাইত আজি ২৪ জুনত আই পি এছৰ জ্যেষ্ঠ বিষয়া তপন কুমাৰ ডেকাক চোৰাংচোৱা ব্যুৰোৰ (আই বি) মুৰব্বী নিযুক্তি দিয়া হয়। তেওঁ আই বিৰ অপাৰেচন উইং চম্ভালি…

সমুদ্রৰ বুকু ফালি দুৰন্ত গতিত চলিব ট্রেইন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : এইবাৰ দক্ষিণ ৰেলৱেই এক অবিশ্বাস্য কাম কৰিবলৈ আগবাঢ়িছে। ৰামেশ্বৰমলৈ অহা পর্যটকসকলো সাক্ষী থাকিব এক বিষ্ময়কৰ সৃষ্টিৰ। জনা গৈছে যে, এইবাৰ নিৰ্মাণ হ'বলৈ গৈ আছে প্রায় ৫৬০ কোটি টকা ব্যয়সাপেক্ষ পামবান সেতু। মূলতঃ…

দেশৰ ১৭টা বেংকত ৩৪,৬১৫ কোটিৰ জালিয়াতি !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : দেশৰ বৃহত্তম বেংক জালিয়াতিৰ ক'লা ছাঁ পৰিছে ভাৰতৰ অর্থনীতিত। এইবাৰ ১৭টা বেংকৰ পৰা প্রায় ৩৪ হাজাৰ কোটি টকা উধাও হোৱাৰ তথ্য ফাদিল হৈছে। অভিযোগৰ আঙুলি উঠিছে এটা সংস্থাৰ প্রাক্তন চিএমডি কপিল ৱাধৱান, পৰিচালক ধীৰজ…