Browsing Category
লিড
ভাৰতত মানুহৰ আয়ুস ৫ বছৰকৈ কমিছে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুন : ভাৰতত মানুহৰ গড় আয়ুস মাৰাত্মক হাৰত কমিছে। কোনো কোনো চহৰ বা তাৰ চৌপাশৰ এলেকাত মানুহৰ গড় আয়ুস কমি গৈছে ৭ বছৰ পর্যন্ত। ইয়াৰ বাবে দায়ী বায়ু প্ৰদূষণ। স্বাস্থ্যকৰ খাদ্য নোপোৱা, ধূমপানৰ কাৰণে গড় আয়ুস কমি যোৱাৰ…
১৭ জুনলৈ প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনাঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট জাৰি
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুনঃ সোমবাৰৰ নিশাৰে পৰা অহা প্ৰৱল বৃষ্টিপাতৰ ফলত গুৱাহাটী মহানগৰী বিধ্বস্ত হৈ পৰিছে। ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱনযাত্রা। সমগ্ৰ মহানগৰী কৃত্ৰিম বানৰ কৱলত পৰাৰ লগতে ভূমিস্খলনে ৪ জন লোকৰ প্ৰাণ কাঢ়িলে। আনহাতে…
আজি আকাশত জিলিকিব ‘ষ্ট্ৰবেৰী মুন’
দাদুল দেৱকৃষ্ণ বৰুৱা
জোন মানেই স্নিগ্ধতা। জোন মানেই প্রেম। জোনৰ প্রতি মানুহৰ আগ্রহৰ অন্ত নাই। বিজ্ঞানৰ পৰা আৰম্ভ কৰি সাহিত্য, সংস্কৃতিত জোনৰ আছে বিশেষ আদৰ। জোনৰ ৰূপ-গুণৰ কোনো শেষ নাই। বিশেষকৈ পূৰ্ণিমাৰ জোনৰ। বছৰত অন্ততঃ ১২টা পূর্ণিমা থাকে।…
কাঁইটীয়া তাঁৰৰ বাহিৰৰ গাঁৱক ভিতৰলৈ আনিব চৰকাৰে
শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ, ১৩ জুনঃ বছৰ বছৰ ধৰি যমৰ যাতনা ভুগি অহা কৰিমগঞ্জ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বাহিৰৰ গাঁৱৰ ৰাইজলৈ এক সকাহৰ বতৰা। বহু কষ্টৰ মাজেৰে বন্দী জীৱন যাপন কৰি অহা গাঁওবাসীক কাঁইটীয়া তাঁৰৰ ভিতৰলৈ অনাৰ বাবে…
তেজপুৰ কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদ মেল
ৰাজ্যৰ বিভিন্ন স্থানত দলং পথ নিৰ্মানৰ লগতে সৌৰ প্ৰকল্প: ভূমি আৱন্টন: লাচিতৰ মৈদাম আৰু আলাবৈ ৰণৰ স্মাৰকৰে সজোৱাৰ প্ৰস্তাৱ:শতাব্দ প্ৰতিনিধি তেজপুৰ, ১১জুন: “বাকী মন্ত্ৰী সকলৰ কামৰ মূল্যায়ন হোৱাৰ পূৰ্বে মোৰ কামৰ মূল্যায়ন হ’ব লাগিব।মোৰ…
ইচ্ছাকৃতভাৱে ভোটদান নকৰা বিষয়া-কৰ্মচাৰীক চিনাক্ত কৰিব নিৰ্বাচন আয়োগে
শতাব্দ বিশেষ প্ৰতিনিধি, ১১ জুন : লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন সমূহত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে এইবাৰ এটা সুকীয়া পন্থা অৱলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুযায়ী নিৰ্বাচন আয়োগে এতিয়া দেশখনৰ জিলা সমূহৰ নিৰ্বাচনী…
বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে দায়ী হ’ব চেলিব্ৰেটি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুন : কেন্দ্ৰীয় চৰকাৰৰ দ্য কনজিউমাৰ প্ৰটেকচন অথৰিটিয়ে প্ৰয়োজনীয় নীতি-নিৰ্দেশনা ২০২২ৰ অধীনত ছপা, টেলিভিছন আৰু ছ’চিয়েল মিডিয়াত গণ বিজ্ঞাপনৰ ক্ষেত্ৰত কঠোৰ নীতি-নিয়মসমূহ জাৰি কৰিছে। গ্ৰাহক সুৰক্ষা আইনৰ অধীনত ১০…
আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনৰ পাতে পাতে আৰক্ষীৰ “কৃতিত্ব” উন্মোচিত
ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনত প্ৰকাশ আৰক্ষীৰ আচৰণ। আৰক্ষীৰ বিৰুদ্ধে ২৩০ টা অভিযোগ। অসম আৰক্ষীৰ বিৰুদ্ধে ৫৫ টা গুৰুতৰ অসদাচৰণ আৰু ১৭৫ টা অসদাচৰণৰ ঘটনা। এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰ তলৰ পৰ্যায়ৰ বিষয়াৰ পৰিৱৰ্তে উচ্চ পৰ্যায়ৰ…
১৮ জুলাইত ৰাষ্ট্রপতি নির্বাচন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুন : আগন্তুক ১৮ জুলাইত হ'ব ৰাষ্ট্রপতি নির্বাচন। তিনিদিন পিছত (আগন্তুক ২১ জুলাই) প্রয়োজন হ'লে ভোট গণনা হ'ব। এনেকৈয়ে ঘোষণা কৰিলে নির্বাচন আয়োগে। আগন্তুক ২৪ জুলাইত ৰাষ্ট্রপতি হিচাবে ৰামনাথ কোবিন্দৰ ম্যাদ শেষ হ'ব।…
৫জিতকৈ এক লক্ষ গুণ দ্রুতগতিৰ ইন্টাৰনেট ! জাপানী বিজ্ঞানীৰ চমক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুন : ইন্টাৰনেটেৰ গতি প্রতি ছেকেণ্ডত ১.০২ পেটাবিট। সহজ ভাষাত ক'লে, বর্তমান ব্যৱহৃত ৫জি ইন্টাৰনেট পৰিসেৱাতকৈ প্রায় এক লক্ষ গুণ বেছি গতিত ‘ডাটা’ পৰিবহণ কৰাৰ পদ্ধতি আৱিষ্কাৰ কৰি চমক দেখুৱাইছে জাপানী বিজ্ঞানীসকলে।…
