Browsing Category
লিড
আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনৰ পাতে পাতে আৰক্ষীৰ “কৃতিত্ব” উন্মোচিত
ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰতিবেদনত প্ৰকাশ আৰক্ষীৰ আচৰণ। আৰক্ষীৰ বিৰুদ্ধে ২৩০ টা অভিযোগ। অসম আৰক্ষীৰ বিৰুদ্ধে ৫৫ টা গুৰুতৰ অসদাচৰণ আৰু ১৭৫ টা অসদাচৰণৰ ঘটনা। এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰ তলৰ পৰ্যায়ৰ বিষয়াৰ পৰিৱৰ্তে উচ্চ পৰ্যায়ৰ…
১৮ জুলাইত ৰাষ্ট্রপতি নির্বাচন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুন : আগন্তুক ১৮ জুলাইত হ'ব ৰাষ্ট্রপতি নির্বাচন। তিনিদিন পিছত (আগন্তুক ২১ জুলাই) প্রয়োজন হ'লে ভোট গণনা হ'ব। এনেকৈয়ে ঘোষণা কৰিলে নির্বাচন আয়োগে। আগন্তুক ২৪ জুলাইত ৰাষ্ট্রপতি হিচাবে ৰামনাথ কোবিন্দৰ ম্যাদ শেষ হ'ব।…
৫জিতকৈ এক লক্ষ গুণ দ্রুতগতিৰ ইন্টাৰনেট ! জাপানী বিজ্ঞানীৰ চমক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুন : ইন্টাৰনেটেৰ গতি প্রতি ছেকেণ্ডত ১.০২ পেটাবিট। সহজ ভাষাত ক'লে, বর্তমান ব্যৱহৃত ৫জি ইন্টাৰনেট পৰিসেৱাতকৈ প্রায় এক লক্ষ গুণ বেছি গতিত ‘ডাটা’ পৰিবহণ কৰাৰ পদ্ধতি আৱিষ্কাৰ কৰি চমক দেখুৱাইছে জাপানী বিজ্ঞানীসকলে।…
সলনি হৈছে ভূ-ৰাজনৈতিক প্রেক্ষাপট
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুন : তালিবান শাসিত আফগানিস্তানৰ লগত পুনৰ এবাৰ কূটনৈতিক সম্পর্ক স্থাপনৰ কথা ভাবিবলৈ আৰম্ভ কৰিছে নতুন দিল্লীয়ে। যদিও আফগানিস্তানৰ তালিবানী শাসনক এতিয়াই স্বীকৃতি দিয়াৰ কোনো পৰিকল্পনা নাই ভাৰতৰ। উল্লেখ্য যে, কিছুদিন…
অসমৰ পৰা ভূটানলৈ ৰে’ল সংযোগ
শতাব্দ বিশেষ প্ৰতিনিধি, ৬ জুন : ভাৰত চৰকাৰে চুবুৰীয়া দেশ বাংলাদেশ আৰু নেপাললৈ ৰে'ল যোগাযোগ স্থাপন কৰাৰ পাছত এইবাৰ হিমালয়ৰ দেশ ভূটানলৈ ৰে'ল সংযোগ ঘটোৱাৰ পৰিকল্পনা হাতত লৈছে। প্ৰকৃততে আজি প্ৰায় দুটা দশকৰ আগেয়েই ইয়াৰ চিন্তা-চৰ্চা আৰম্ভ…
‘চেক্সৰ বিনিময়ত এখন পি.এইচ.ডি. থেছিছ !’ জুৰী বৰা বৰগোহাঞিৰ নতুন উপন্যাস ‘চিঞৰ’
শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ৫ জুনঃ বিশিষ্ট ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিৰ বহু চৰ্চিত উপন্যাস 'চিঞৰ' আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠস্থিত হোটেল প্ৰিমলেণ্ডত এই সন্দৰ্ভত আয়োজন কৰা সংবাদমেলত উচ্চ শিক্ষা প্ৰতিষ্ঠানত…
ভাৰতৰ চাহ ঘূৰাই পঠিয়ালে একাধিক দেশে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুন : চাহ উদ্যোগলৈ উদ্বেগৰ খবৰ। আতিৰিক্ত মাত্ৰাৰ কীটনাশক আৰু ৰাসায়নিক দিয়া হৈছে— এই অভিযোগত দেশীয় আৰু আন্তর্জাতিক বজাৰত একাধিক চাহৰ অর্ডাৰ বাতিল কৰা হৈছে। কালি ৩ জুনত ইণ্ডিয়ান টি এক্সপর্টার্ছ এছচিয়েচন (ITEA)ৰ…
চাইকেল-কথা
দাদুল দেৱকৃষ্ণ বৰুৱা
কোনো কোনোৱে কয় 'বাইচকুল'। কোনো কোনোৱে কয় ‘শখ–ঘোঁৰা’। এতিয়াৰ পৰা প্রায় দুই শতাব্দী আগেয়ে আজিৰ চাইকেলক কোৱা হৈছিল শখ-ঘোঁৰা নামেৰে। কোনো কোনোৱে কৈছিল মানৱচালিত মেচিন। কাৰণ চকা থাকিলেও আকাৰ আৰু আয়তন আছিল অনেক ডাঙৰ আৰু…
ভাৰতত গঢ়ি তোলা হ’ব থলুৱা হাইপাৰলুপ ব্যৱস্থা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ জুন : ৰে’ল মন্ত্ৰালয়ে আই আই টি মাদ্ৰাজৰ সৈতে এক থলুৱা হাইপাৰলুপ ব্যৱস্থা বিকাশৰ বাবে সহযোগিতা কৰিব আৰু লগতে প্ৰিমিয়াৰ প্ৰতিষ্ঠানটোত হাইপাৰলুপ প্ৰযুক্তিৰ বাবে এটা Centre of Excellence স্থাপন কৰাত সহায় কৰিব। ২০১৭…
