Browsing Category

লিড

‘গ্ৰীন ইউৰিয়া’ : পৰিৱেশ বান্ধৱ সাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুন : শতাধিক বছৰৰ পুৰণি পদ্ধতি নহয়। নতুন পদ্ধতিত পৰিৱেশ বান্ধৱ ইউৰিয়া (Nature Friendly Urea) প্ৰস্তুত কৰিছে বেলুৰ মাঠ ৰামকৃষ্ণ মিছন বিদ্যামন্দিৰৰ গৱেষকসকলে। এই পদ্ধতিত ইউৰিয়া তৈয়াৰ কৰিলে বায়ু প্ৰদূষণৰ আশঙ্কা…

৭ দশকৰ পিছত চিতা বাঘক আদৰিবলৈ ভাৰতত প্ৰস্তুতি তুংগত

শতাব্দ বিশেষ প্ৰতিনিধি, ১জুন : পৃথিৱীৰ আটাইতকৈ দ্ৰুতবেগী (ঘণ্টাত ৮০ৰ পৰা ১৩০ কিলোমিটাৰ) প্ৰাণী চিতা বাঘৰ ভাৰতলৈ পুনৰাগমণৰ বাবে ঘৰ-দুৱাৰ সকলো ইতিমধ্যে সজাই-পৰাই তোলা হৈছে। পৰিকল্পনা অনুসৰি সকলো ঠিকেই থাকিলে এই বছৰৰ শেষৰ ফালে ভাৰতত চিতা বাঘৰ…

৩৫ টকাৰ বাবে পাঁচ বছৰৰ সংগ্ৰাম, উপকৃত ২.৯৮ লক্ষ লোক

শতাব্দ বিশেষ প্ৰতিনিধি, ৩১ মে' : মাত্ৰ ৩৫ টা টকাৰ বাবে পাঁচ বছৰৰ অবিৰাম যুঁজ-বাগৰ ! এগৰাকী উপভোক্তাৰ নিৰৱিচ্ছিন্ন সংগ্ৰামৰ বাবেই এতিয়া সুফল লাভ কৰিব ২.৯৮ লক্ষ লোকে। ঘটনাটো আছিল এনেধৰণৰ - ৰাজস্থানৰ কোটাৰ এগৰাকী ৩০ বছৰীয়া অভিযন্তা সুজিত…

১১২ বছৰ পিছত এবিধ বিৰল প্ৰজাতিৰ সাপ অসমত 

দাদুল দেৱকৃষ্ণ বৰুৱা"দাদা সাপটোনো কি?"— এটা সৰু প্ৰশ্ন। অথচ এই সৰু প্ৰশ্নটোৱেই মুকলি কৰি দিছিল ১১২ বছৰ ধৰি বন্ধ হৈ থকা এখন দুৱাৰ। দুৱাৰখন খোল খোৱাৰ লগে লগে ক্ৰমশঃ বিয়পি পৰিছিল পুনৰাৱিষ্কাৰৰ উচ্ছাস। সেয়া আছিল ২০২১ চনৰ ২৫ মে'ৰ…

মুম্বাই আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ উত্তৰ পূবৰ তেৰখন ছবি

শতাব্দ বিশেষ প্ৰতিনিধি, ৩০ মে' :কালিৰে পৰা মুম্বাইৰ নেহৰু চেণ্টাৰত জাকজমকতাৰে আৰম্ভ হৈছে ১৭ তম মুম্বাই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আয়োজন কৰা এই মহোৎসৱত প্ৰধানকৈ তথ্যচিত্ৰ, চুটি ছবি আৰু এনিমেছন…

‘কবৰস্থান’ত সজ্জিত হাজাৰ হাজাৰ যুদ্ধবিমান

দাদুল দেৱকৃষ্ণ বৰুৱাকাৰোবাৰ শৰীৰত ধূলি জমা হৈছে। কাৰোবাৰ ডেউকাত মামৰে ধৰিছে। তথাপি কোনো কোনো এতিয়াও বীৰ বিক্রমেৰে উৰণৰ অপেক্ষাত আছে। বিচাৰে শত্রুপক্ষক মাটিৰ লগত মিলাই দিবলৈ। কিন্তু বেছিভাগৰ সঙ্গীয়েই মৃতপ্রায়। যেন এখন মৃত নগৰীত…

আমাজনৰ অৰণ্যত প্রাচীন ৰহস্যময় নগৰ সভ্যতা

দাদুল দেৱকৃষ্ণ বৰুৱা আমাজনৰ গভীৰ অৰণ্যৰ আঁৰত লুকাই আছে প্রাচীন চহৰ। কিন্তু ইমান দিন কোনো মানুহে সন্ধান পোৱা নাছিল এই চহৰৰ। কিন্তু সম্প্রতি এই চহৰৰ সন্ধান পোৱা গৈছে অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰি। নতুন প্রযুক্তি ব্যৱহাৰ কৰি এই হেৰুৱা…

ৰবঃ চাৰধাম যাত্ৰা বিপদ সংকুল হৈ পৰিছে

শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ মে' : উত্তৰাখণ্ডত চাৰধাম যাত্ৰা আৰম্ভ হোৱাৰ চাৰি সপ্তাহ নৌহওঁতেই ইতিমধ্যে ৭৮ জন তীৰ্থযাত্ৰীৰ শাৰীৰিক অসুস্থতাত মৃত্যু হোৱা ঘটনাই সকলোকে উদ্বিগ্ন কৰি তুলিছে। ক'ভিড পৰিস্থিতিৰ বাবে দুবছৰ বন্ধ হৈ থকাৰ পাছত যোৱা ৩ মে'…

‘নগা জাতীয় পতাকা’ : কেন্দ্ৰৰ নাকচ, এন এছ চি এনৰ মতে আপোচ নহ’ব

শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ মে' : দীৰ্ঘদিনীয়া নগা সমস্যাটোৰ সমাধানৰ পথত আকৌ জটিলতাৰ সৃষ্টি হৈছে। শেহতীয়াকৈ নগা বিদ্ৰোহী সংগঠন এন এছ চি এন(আই এম) এ তেওঁলোকৰ মুখপত্ৰ 'নাগালিম ভয়চ' ৰ মে' মাহৰ সংখ্যাত কৈছে যে, নগা জাতিৰ অবিচ্ছেদ্য 'নগা জাতীয়…

য়েছে দৰজে ঠংচিলৈ অসম সাহিত্য সভাৰ লুম্মেৰ দাই সাহিত্য বঁটা

অসম সাহিত্য সভাৰ অন্যতম এই বিশিষ্ট সন্মান লুম্মেৰ দাই সাহিত্য বঁটা-২০২১ অৰুণাচল প্ৰদেশৰ প্ৰসিদ্ধ অসমীয়া সাহিত্যিক পদ্মশ্রী য়েছে দৰজে ঠংচিলৈ আগবঢ়োৱা হৈছে। মঙলদৈত ১ জুনত অসম সাহিত্য সভাই তেওঁক এই বঁটা প্ৰদান কৰিব। বঁটাত আছে বঁটা…