Browsing Category
লিড
‘নগা জাতীয় পতাকা’ : কেন্দ্ৰৰ নাকচ, এন এছ চি এনৰ মতে আপোচ নহ’ব
শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ মে' : দীৰ্ঘদিনীয়া নগা সমস্যাটোৰ সমাধানৰ পথত আকৌ জটিলতাৰ সৃষ্টি হৈছে। শেহতীয়াকৈ নগা বিদ্ৰোহী সংগঠন এন এছ চি এন(আই এম) এ তেওঁলোকৰ মুখপত্ৰ 'নাগালিম ভয়চ' ৰ মে' মাহৰ সংখ্যাত কৈছে যে, নগা জাতিৰ অবিচ্ছেদ্য 'নগা জাতীয়…
য়েছে দৰজে ঠংচিলৈ অসম সাহিত্য সভাৰ লুম্মেৰ দাই সাহিত্য বঁটা
অসম সাহিত্য সভাৰ অন্যতম এই বিশিষ্ট সন্মান লুম্মেৰ দাই সাহিত্য বঁটা-২০২১ অৰুণাচল প্ৰদেশৰ প্ৰসিদ্ধ অসমীয়া সাহিত্যিক পদ্মশ্রী য়েছে দৰজে ঠংচিলৈ আগবঢ়োৱা হৈছে। মঙলদৈত ১ জুনত অসম সাহিত্য সভাই তেওঁক এই বঁটা প্ৰদান কৰিব। বঁটাত আছে বঁটা…
পূৰ্বৰ স্বাস্থ্যমন্ত্ৰীৰ ১৫ কোটি টকাৰ ৫০ হাজাৰ পি পি ই কীটৰ তথ্য বিচাৰিছে প্ৰদেশ কংগ্ৰেছে
সংবাদমেলত সৰৱ প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত। ক’ভিডৰ নামত সংঘটিত হোৱা কেলেংকাৰিৰ উত্তৰ দিয়ক এতিয়াৰ মুখ্যমন্ত্ৰীয়ে। অসম চৰকাৰৰ ক’ভিড প্ৰতিৰোধী সকলো সা-সামগ্রী ক্ৰয়ৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে…
৯৬ শতাংশ ভাৰতীয়ই উশাহত লয় বিষবায়ু
বিশেষজ্ঞসকলে কৈছে— দেশত উজ্জ্বলা যোজনা আছে; কিন্তু আমি জানো যে, বেছিভাগ গ্রামীণ পৰিয়ালে ইন্ধনৰ খৰচ বহন কৰিবলৈ সক্ষম নহয়। সেয়ে দেশৰ দুখীয়াসকল বায়ু প্ৰদূষণৰ ফলত প্ৰভাৱিত হোৱাৰ সংশয় বহু বেছি।শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ মে' :…
ইতিহাস সৃষ্টিৰে গীতাঞ্জলি শ্ৰীৰ হিন্দী উপন্যাস ‘ৰেত সমাধি’ ৰ ইংৰাজী অনুবাদ ‘Tomb…
শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ মে' : অৱশেষত ভাৰতীয় সাহিত্যত আৰু এটা মাইলৰ খুঁটি স্থাপিত হ'ল। ভাৰতীয় সাহিত্যত ইতিহাস ৰচনা কৰি লেখিকা গীতাঞ্জলি শ্ৰীৰ হিন্দী উপন্যাস 'ৰেত সমাধি' ৰ ইংৰাজী অনুবাদ 'Tomb of Sand' এ লাভ কৰিলে ২০২২ চনৰ আন্তৰ্জাতিক…
ভাৰতত সৰ্প দংশনৰ চিকিৎসাত নতুন ঔষধ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ মে' : সৰ্প দংশনৰ চিকিৎসাত অৰেল টেবলেটৰ মাধ্যমেৰে সাফল্য পাইছে পশ্চিমবংগই। নেচনেল মেডিকেল কলেজ আৰু হাস্পতালত পৰীক্ষামূলকভাৱে এই টেবলেটৰ প্রয়োগ কৰি সফলতা লাভ কৰা গৈছে। সাপে দংশন কৰা ৰোগীকে বচোৱা সম্ভৱ হৈছে ইয়াৰ…
২০১৪ বৰ্ষত ৰাকেশ পালে বক্রপথেৰে ৰাজপত্ৰিত চাকৰি দিয়া সকলৰ কি হ’ব ?
ৰাকেশ পাল আৰু সহযোগীসকলৰ সংকট অধিক ঘনীভূত। বক্ৰপথেৰে ৰাজপত্ৰিত চাকৰি লোৱা বহু প্ৰাৰ্থীৰ মাজত হাহাকাৰ। আয়োগে দায়িত্ব গ্ৰহণ কৰিয়েই তদন্তৰ প্ৰাৰম্ভিক কামকাজ আৰম্ভ কৰিছে। আয়োগে কৰা তদন্তত সন্দেহৰ আওতাত সোমাই থকা আন বহুকেইজন প্রার্থী…
এবাৰতে ৩০ গুণ তাপপ্রবাহ বাঢ়িছে দেশত !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ মে' : ভাৰতত এই বছৰ মার্চ মাহৰ পৰাই গৰম পৰিবলৈ আৰম্ভ কৰিছে। চৰকাৰী তথ্যই কৈছে যে, বিগত ১২২ বছৰৰ ভিতৰত সকলোতকৈ গৰমৰ মাহ আছিল যোৱাটো মাৰ্চ। কেৱল ভাৰততেই নহয়, পাকিস্তানতো ক্রমশঃ গৰম বাঢ়িবলৈ আৰম্ভ কৰিছে। বতৰৰ হঠাৎ এনে…
১ জুনৰ পৰা চেনি ৰপ্তানিত প্ৰতিবন্ধকতা
শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ মে' : ঘেঁহুৰ পাছত এইবাৰ ভাৰত চৰকাৰে চেনি ৰপ্তানিত নিয়ন্ত্ৰণ ব্যৱস্থা আৰোপ কৰিছে। ভাৰতৰ বৈদেশিক বাণিজ্যৰ মহানিৰ্দেশালয়ে কালি জাৰি কৰা এক নিৰ্দেশ মৰ্মে অহা এক জুনৰ পৰা সকলো প্ৰকাৰ চেনি (অশোধিত, শোধিত আৰু বগা)…
আমেৰিকাৰ বন্দুকপ্ৰীতিক লৈ উদ্বিগ্ন হোৱাইট হাউছঃ যুৱকৰ নিৰ্বিচাৰ গুলী চালনাত ২১ জন নিহত
শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ মে' : আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিদ্যালয়ত পুনৰ সংঘটিত হৈছে গুলী চালনাৰ নিৰ্মম হিংসাত্মক ঘটনা। মঙ্গলবাৰে টেক্সাছৰ প্ৰাথমিক বিদ্যালয় এখনত এজন ১৮ বছৰীয়া যুৱকে জধেমধে গুলী চালনা কৰাৰ ফলত ১৯ টি শিশু আৰু দুজন…
