Browsing Category
লিড
নগ্নতা যেতিয়া প্রতিবাদৰ ভাষা
দাদুল দেৱকৃষ্ণ বৰুৱানগ্নতা। প্রতিবাদৰ অন্য এক ভাষা। তথাকথিত সভ্য সমাজে আদিকালৰ পৰা যি ঢাকিবলৈ শিকিছে তাকেই বুকু ফালি প্রকাশ্যে মেলি ধৰা। বেপৰোৱাগিৰিৰ শেষ কথা। নগ্ন হৈ কৰা প্রতিবাদৰ নতুনকৈ খবৰ আহিছে কান চলচ্চিত্রোৎসৱৰ সৌজন্যত।…
আপুনি উচ্চ ৰক্তচাপত ভুগি আছে ? আপোনাৰ শয়ন ভংগীমা কেনে হোৱা উচিত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ মে' : উচ্চ ৰক্তচাপ মুঠেই উপেক্ষা কৰাৰ দৰে কোনো বিষয় নহয়। ই যিকোনো মুহূর্ততে হার্ট এটেকৰ কাৰণ হ'ব পাৰে আৰু প্রাণহানিৰ আশঙ্কা পর্যন্ত দেখা দিব পাৰে। ৰক্তচাপ নিয়ন্ত্রণত ৰখাৰ বাবে অনেকেই নানা ধৰণৰ নিয়ম মানি চলে। খাদ্য…
‘টাইম’ৰ এশজনীয়া প্ৰভাৱশালী ব্যক্তিৰ তালিকাত তিনি ভাৰতীয়
শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ মে' :'টাইম' আলোচনীখনে কালি ঘোষণা কৰিছে বিশ্বৰ প্ৰভাৱশালী প্ৰথম ১০০ গৰাকী ব্যক্তিৰ তালিকা। সন্মানীয় এই তালিকাত স্থান লাভ কৰিছে তিনি গৰাকী ভাৰতীয়ই। তেওঁলোক হৈছে আদানি গ্ৰুপৰ গৌতম আদানি, আইনজীৱী কৰুণা নন্দী…
২০১৩ৰ পিছত এ পি এছ চিৰ ২০১৪ বৰ্ষৰ নিযুক্তি কেলেংকাৰিৰো তদন্ত কৰিব ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৩ মে' : অসম লোকসেৱা আয়োগত ২০১৪ চনত সংঘটিত নিযুক্তি কেলেংকাৰিৰ তদন্তৰ দায়িত্ব ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে অৰ্পণ কৰিছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক। এক অধিসুচনা যোগে ইতিমধ্যে ৰাজ্য চৰকাৰে ন্যায়াধীশ শৰ্মা…
ভাৰতত আর্থিক অৱস্থাৰ উন্নতি হৈছেনে অৱনতি? কি কৈছে সমীক্ষাই
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ মে' : চলিত বছৰত পৃথিৱীত নতুনকৈ ২৬ কোটি ৩০ লাখৰো বেছি মানুহ চৰম দাৰিদ্ৰতাৰ মুখত পৰিব পাৰে। সদ্য প্রকাশিত Oxfam Internationalৰ প্ৰতিবেদনত এনেদৰেই দাবী কৰা হৈছে। কেৱল ইমানেই নহয়, ইয়াৰ লগত আৰু নানা বিষয়ৰ প্ৰতিবেদন…
অক্সিজেন অবিহনেই এভাৰেষ্ট জয় বংগকন্যাৰঃ নজিৰ গঢ়িলে পিয়ালি বসাকে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ মে' : এভাৰেষ্টৰ শিখৰ চুই আহিল বঙ্গ তনয়াই। সেয়াও আকৌ অক্সিজেন অবিহনেই। চন্দন নগৰৰ বাসিন্দা পিয়ালি বসাকে কালি ২২ মে'ত ভাৰতীয় সময় অনুসৰি পুৱা চাৰে আঠ বজাত এভাৰেষ্ট জয় কৰে। সাধাৰণতে ৮ হাজাৰ ফুট উচ্চতাত বতাহত…
১১খন দেশত মাংকীপক্সৰ আতংকঃ ভাৰতকো সতর্ক কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ মে' : বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা জাৰি কৰা হৈছে বিশেষ সতর্ক বার্তা। ১১খন দেশত মাঙ্কীপক্সৰ ৮০টা কেচ নিশ্চিত কৰা হৈছে। কেনেকৈ বিয়পিছে মাঙ্কীপক্স, ইয়াৰ প্রাদুর্ভাৱৰ মাত্রা আৰু কাৰণ আৰু ভালকৈ বুজাৰ বাবে কাম…
জলবিদ্যুৎ প্ৰকল্প : অৰুণাচল চৰকাৰৰ ওপৰত ক্ষুণ্ণ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ
শতাব্দ বিশেষ প্ৰতিনিধি, ২২ মে' :
বৃহৎ বৃহৎ জলবিদ্যুৎ প্ৰকল্প স্থাপনেৰে উন্নয়নৰ সৌধ গঢ়িবলৈ বদ্ধপৰিকৰ হোৱা অৰুণাচল প্ৰদেশ চৰকাৰৰ ওপৰত খড়্গহস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আৰু কেন্দ্ৰীয় বন, পাৰিপাৰ্শ্বিকতা, জলবায়ু পৰিৱৰ্তন…
মহিলা ৰেফাৰীৰ হুইছেলত পৰিচালিত হ’ব কাটাৰ বিশ্বকাপ ফুটবলৰ শ্বাসৰুদ্ধ ৯০ মিনিট
শতাব্দ বিশেষ প্ৰতিনিধি, ২১ মে' :অহা ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰ তাৰিখলৈকে মধ্যপ্ৰাচ্যৰ কাটাৰত অনুষ্ঠিত হ'বলগীয়া ফিফা বিশ্বকাপৰ ইতিমধ্যে আৰম্ভ হৈছে অন্তিম ক্ষণ গণনা। যুদ্ধকালীন গতিত চলিছে 'দ্য গ্ৰেটেষ্ট শ্ব' অন আৰ্থ'ৰ মহা…
আসন্ন নেকি তৃতীয় বিশ্বযুদ্ধ ? সন্দেহৰ আৱৰ্তত আমেৰিকাৰ ভূমিকা
ৰাণু বৰুৱা, ২১ মে' :
ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ প্ৰায় তিনি মাহ উকলিবৰ হ'ল। কিন্তু যুদ্ধ শাম কটাৰ কোনো লক্ষণেই এতিয়ালৈকে দেখা নাই। ৰাছিয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘই ইটোৰ পাছত সিটো প্ৰস্তাৱ গ্ৰহণ কৰি আছে যদিও কাৰ্যত: যুদ্ধ অন্ত পেলোৱাৰ…
