Browsing Category

লিড

দেশদ্রোহিতা আইন পুনর্বিবেচনাৰ সিদ্ধান্ত কেন্দ্রৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : কিছুদিনৰ ব্যৱধানত ১৮০ ডিগ্রীলৈ ঘূৰিছে কেন্দ্রীয় চৰকাৰ। বিগত সপ্তাহত ছুপ্রিম ক'র্টত কেন্দ্রই জনাইছিল যে, নতুনকৈ ভাৰতীয় দণ্ডবিধিৰ ১২৪এ ধাৰাৰ পুনর্বিবেচনাৰ প্রয়োজন নাই। কিন্তু ৯ মে' সোমবাৰে শীর্ষ আদালতত নৰেন্দ্র…

অচিৰেই গুৱাহাটী আৰু ডিব্ৰুগড়ত বৈদ্যুতিক জলযানৰ প্ৰৱৰ্তন

শতাব্দ বিশেষ প্ৰতিনিধি, ৮ মে' : ভাৰতবৰ্ষৰ স্থলপথত বৈদ্যুতিক বাহন চলাচলৰ জনপ্ৰিয়তা বৃদ্ধিৰ পাছত এতিয়া দেশখনৰ জলপথতো বৈদ্যুতিক নাও চলাচলৰ বাবে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। ৰোৱা ৬ মে' তাৰিখে নতুন দিল্লীত অনুষ্ঠিত হোৱা 'সাগৰমালা…

উধাও দেশৰ ‘বলশালী বিদেশনীতি’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ মে' : ইউপিএ জমানাৰ শেষৰ ফালে মনমোহন সিঙক ‘দুর্বল প্রধানমন্ত্রী’ আখ্যা দিছিল বিজেপিয়ে। কোৱা হৈছিল, নৰেন্দ্র মোদী ক্ষমতালৈ আহিলে ‘বলশালী’ নীতিৰে চলিব কেন্দ্র। ৰাজনৈতিক সূত্রৰ মতে, ঘৰুৱা প্রচাৰত ‘ছাপন্ন ইঞ্চি’ৰ কথা…

সোৱণশিৰি প্ৰকল্পৰ ক্ষতিপূৰক বনানিকৰণ : নিৰুদ্বেগ অৰুণাচল চৰকাৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ৮ মে' : অহা আগষ্ট মাহত ভাৰতৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ প্ৰথম গোটটোৰ পৰা উৎপাদনৰ কাম আৰম্ভ হ'ব। কিন্তু এই জলবিদ্যুৎ প্ৰকল্পটোৰ বাবে ধ্বংস কৰা এক বৃহৎ…

ট্ৰেক কঁপাবলৈ সাজু ভাৰতৰ দ্রুততম ৰেল

দাদুল দেৱকৃষ্ণ বৰুৱা সপোন বাস্তৱ হ'বলৈ আৰু বেছি দিন নাই। এইবাৰ ভাৰতৰ মাটিতো চলিব দ্রুতগতিৰ ৰেল; যি ৰেলে গন্তব্যত পোৱাই দিব খুব কম সময়তে। ৰেল পলমকৈ অহা-যোৱা কৰা সময়সূচী আৰু বাতিল হোৱাৰ ৰেকর্ড সৃষ্টিত আগৰণুৱা ভাৰতত এয়াও যে সম্ভৱ, সেই কথা…

অনিৰ্দিষ্ট কাললৈ পিছুৱালে এছিয়ান গেমছ

শতাব্দ বিশেষ প্ৰতিনিধি, ৬ মে': এছিয়াৰ অলিম্পিক কমিটীয়ে আজি ঘোষণা কৰা মতে, চীনৰ হাংঝাও অনুষ্ঠিত হ'বলগীয়া আগন্তুক ১৯তম এছিয়ান গেমছ অনিৰ্দিষ্ট কালৰ বাবে পিছুৱাই দিয়া হৈছে। পূৰ্বৰ সূচী অনুযায়ী অহা ছেপ্টেম্বৰ মাহৰ ১০ ৰ পৰা ২৫ তাৰিখলৈকে…

চলিত শতিকাতে বিনষ্ট হ’ব বিশ্বৰ সমস্ত সমুদ্র জগত !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ মে' : বিশ্বত পৰিৱেশ-প্রকৃতিৰ ওপৰত প্ৰদূষণে নানা ধৰণৰ প্রভাৱ পেলাইছে। কেতিয়াবা হিমবাহ গলি গৈছে, বাঢ়িছে তাপপ্রবাহ, বাঢ়িছে অতিবেঙুনীয়া ৰশ্মিৰ বিকিৰণ পৰিৱেশবিদসকলে ইয়াৰ বাবে দায়ী কৰিছে গোলকীয় উষ্ণতাকেই। আৰু তাৰ…

৭১ কোটিৰো অধিক মূল্যত বিক্ৰী হ’ল মাৰাডোনাৰ জাৰ্চি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ মে' : নতুন ৰেকর্ড গঢ়িলে ডিয়েগ' মাৰাডোনাই (Diego Maradona)। এই ৰেকর্ড তেওঁৰ জনপ্রিয়তাৰ সাক্ষী। ১৯৮৬ চনৰ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে বিতর্কিত Hand of God গ'ল কৰিছিল তেওঁ। সেইটো গ'ল কৰাৰ সময়ত তেওঁ যিটো…

 ভাৰতত শীঘ্ৰে 5G সেৱা

শতাব্দ বিশেষ প্ৰতিনিধি, ৫ মে': শীঘ্ৰেই ভাৰতবৰ্ষত আৰম্ভ হ'ব তীব্ৰ গতিৰ 5G ম'বাইল সেৱা। কেন্দ্ৰীয় দূৰসংযোগ বিভাগে জনোৱা মতে এই বছৰতেই দেশত 5G সেৱা প্ৰৱৰ্তন কৰাৰ যো-জা সম্পূৰ্ণ কৰা হৈছে। প্ৰথম পৰ্যায়ত দেশৰ ১৩ খন মহানগৰ দিল্লী, মুম্বাই,…

বিশ্ব সংবাদ মাধ্যমৰ স্বতন্ত্ৰ সূচাংক ২০২২ত ভাৰত অৱনমিত

শতাব্দ বিশেষ প্ৰতিনিধি, ৪ মে': বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ স্বাধীনতা এতিয়া মুঠেও সুৰক্ষিত নহয়। আৰু ক্ৰমে ক্ৰমে এই স্বাধীনতাৰ অৱক্ষয় ঘটাৰহে উপক্ৰম হৈছে। ৩ মে'ত বিশ্ব সংবাদ মাধ্যম…