Browsing Category
লিড
ভাৰতত শীঘ্ৰে 5G সেৱা
শতাব্দ বিশেষ প্ৰতিনিধি, ৫ মে': শীঘ্ৰেই ভাৰতবৰ্ষত আৰম্ভ হ'ব তীব্ৰ গতিৰ 5G ম'বাইল সেৱা। কেন্দ্ৰীয় দূৰসংযোগ বিভাগে জনোৱা মতে এই বছৰতেই দেশত 5G সেৱা প্ৰৱৰ্তন কৰাৰ যো-জা সম্পূৰ্ণ কৰা হৈছে। প্ৰথম পৰ্যায়ত দেশৰ ১৩ খন মহানগৰ দিল্লী, মুম্বাই,…
বিশ্ব সংবাদ মাধ্যমৰ স্বতন্ত্ৰ সূচাংক ২০২২ত ভাৰত অৱনমিত
শতাব্দ বিশেষ প্ৰতিনিধি, ৪ মে': বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ স্বাধীনতা এতিয়া মুঠেও সুৰক্ষিত নহয়। আৰু ক্ৰমে ক্ৰমে এই স্বাধীনতাৰ অৱক্ষয় ঘটাৰহে উপক্ৰম হৈছে। ৩ মে'ত বিশ্ব সংবাদ মাধ্যম…
দেশে-বিদেশে ৮টা ‘তাজমহল’
দাদুল দেৱকৃষ্ণ বৰুৱাতাজমহল। নামটোৰ লগত জড়িত হৈ আছে এটুকুৰা ইতিহাস আৰু হিচাপ কৰিব নোৱৰা ভালপোৱা। বিশ্বৰ সপ্ত আশ্চর্যৰ অন্যতম আশ্চর্য। আগ্ৰা চহৰত যমুনাৰ পাৰত এই ভালপোৱাৰ অমলিন ইতিহাস। মোগল সম্রাট ছাহজাহানে তেওঁৰ প্রিয়তমা মমতাজৰ স্মৃতিত…
গুৱাহাটীত সপত্নীক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ
চাৰিদিনীয়া অসম আৰু মিজোৰাম ভ্ৰমণসূচী লৈ গুৱাহাটীত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। নিশাটো গুৱাহাটীত কটাই বুধবাৰে তামুলপুৰত বড়ো সাহিত্য সভাৰ অধিবেশনত ভাগ ল’ব দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ মে' :…
আগন্তুক ২৭ বছৰত শেষ হ’ব বিশ্বৰ খাদ্যভাণ্ডাৰ !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ মে' : বিশ্ববাসীৰ বাবে বৰ বেয়া খবৰ শুনাইছে বিশেষজ্ঞসকলে। The World Count নামৰ এটা সংস্থাৰ হিচাপে কৈছে, আগন্তুক ২৭ বছৰৰ ভিতৰতেই পৃথিৱীৰ খাদ্যৰ ভাণ্ডাৰ শেষ হৈ যাব ! কার্যতঃ মৰামৰি আৰম্ভ হ'ব পেয় জলৰ ভাগ বতৰাক…
ভাৰতৰ বিমান বন্দৰত আৰম্ভ হৈছে টেক্সিব’ট সেৱা
শতাব্দ বিশেষ প্ৰতিনিধি, ৩ মে' : অসামৰিক বিমান পৰিৱহণৰ ক্ষেত্ৰত ইন্ধন ৰেহাই, কাৰ্বন নিৰ্গমন হ্ৰাসকে ধৰি কেইবাটাও কাৰণৰ বাবে বিমান বন্দৰ সমূহত এতিয়া টেক্সিব'ট (TaxiBot) নামৰ এটা নতুন পদ্ধতিৰ সংযোজন ঘটিছে। 'টেক্সিব'ট' হৈছে বিমান এখন টানি অনা…
অসমত আজিৰে পৰা ৯০ মেগাৱাট সৌৰশক্তি উৎপাদন আৰম্ভ
শতাব্দ বিশেষ প্ৰতিনিধি, ২ মে': ভাৰতৰ এটা আগশাৰীৰ নৱীকৰণীয় শক্তি উৎপাদন প্ৰতিষ্ঠান 'এজিঅ'ৰ পাৱাৰ' এ অসমত ৯০ মেগাৱাটৰ সৌৰশক্তি উৎপাদন প্ৰকল্প এটাৰ পৰা সম্পূৰ্ণ বিদ্যুৎ শক্তি উৎপাদনৰ কাম আজিৰে পৰা আৰম্ভ কৰিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ…
ভাৰতক ৰঙা চকু দেখুওৱা পশ্চিমীয়া দেশৰ দুমুখীয়া স্বাৰ্থপৰ চৰিত্ৰ খোল খালে
শতাব্দ বিশেষ প্ৰতিনিধি, ২ মে': ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছতেই আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি ইউৰোপীয় দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ মাজতেই ভাৰতবৰ্ষই ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি কৰাত ৰঙা চকু দেখুওৱা দেশসমূহে…
দেশৰ কিছু অংশত ভূপৃষ্ঠৰ তাপমাত্ৰা ৬০ ডিগ্ৰী চেণ্টিগ্ৰেড হোৱাৰ আশংকা
শতাব্দ বিশেষ প্ৰতিনিধি, ২ মে': বা-মাৰলী, ভূমিকম্প নহয়, অধিক উষ্ণপ্ৰৱাহৰ দৰে প্ৰাকৃতিক পৰিঘটনাৰে ভয়ানক দুৰ্যোগৰ সন্মুখীন হৈছে ভাৰতবৰ্ষ। ক্ৰমাৎ বৃদ্ধি পাই আহিছে দেশখনৰ বায়ুমণ্ডল, ভূপৃষ্ঠৰ তাপমাত্ৰা। গ্ৰীষ্মকাল অহাৰ পূৰ্বেই অসহনীয় হৈ পৰিছে…
ভাৰতত শীঘ্ৰেই পৰিহাৰ কৰা হ’ব ট’ল গেট আৰু ফাষ্টটেগ ব্যৱস্থা
শতাব্দ বিশেষ প্ৰতিনিধি, ১ মে' : ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে'ত গাড়ী চলোৱা সকলৰ বাবে সুখবৰ। সম্ভৱত: চলিত বছৰৰ ভিতৰতেই দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহত থকা ট'ল গেট সমূহ বন্ধ কৰাৰ উপৰি ফাষ্টটেগ(FASTag) ব্যৱস্থা পৰিহাৰ কৰা হ'ব। ইয়াৰ সলনি…
