Browsing Category
লিড
ভাৰতত শীঘ্ৰেই পৰিহাৰ কৰা হ’ব ট’ল গেট আৰু ফাষ্টটেগ ব্যৱস্থা
শতাব্দ বিশেষ প্ৰতিনিধি, ১ মে' : ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে'ত গাড়ী চলোৱা সকলৰ বাবে সুখবৰ। সম্ভৱত: চলিত বছৰৰ ভিতৰতেই দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহত থকা ট'ল গেট সমূহ বন্ধ কৰাৰ উপৰি ফাষ্টটেগ(FASTag) ব্যৱস্থা পৰিহাৰ কৰা হ'ব। ইয়াৰ সলনি…
দেশজুৰি পৰ্যটনৰ সমীক্ষা চলোৱাৰ প্ৰস্তুতি
শতাব্দ বিশেষ প্ৰতিনিধি, ১ মেঃ দেশৰ কোনোবা ঠাইলৈ ফুৰিবলৈ গ'লে এতিয়াৰে পৰা আপোনাক নিৰীক্ষণ কৰা হ'ব পাৰে। কোনো এডোখৰ পৰ্যটন স্থলীত আপুনি ক'ৰ পৰা আহিছে, ক'ত আছে, কি কি দৰ্শন কৰিলে, কিমান ধন ব্যয় কৰিলে ইত্যাদি প্ৰশ্নৰ মুখামুখি হয়তো আপুনি…
চিটাগং বন্দৰ ভাৰতৰ বাবে মুকলি কৰি দিয়াৰ ঘোষণা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ
শতাব্দ বিশেষ প্ৰতিনিধি, ৩০ এপ্ৰিলঃ বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ বাংলাদেশ ভ্ৰমণৰ সময়ত দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই চিটাগং বন্দৰটোক ভাৰতৰ বাবে মুকলি কৰি দিয়াৰ ঘোষণা উত্তৰ পূব ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত…
ভাৰততেই সৰ্বাধিক ইণ্টাৰনেট বন্ধ কৰা হয়
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ এপ্ৰিলঃ কা আন্দোলনৰ সময়ৰ কথা মনত আছেনে? ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন কৰাৰ বাবে যে অসমত হাহাকাৰ লাগিছিল। কেৱল অসমতেই নহয়, সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰততেই সকলোতকৈ বেছি ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন কৰা হয়। ২০২১ চনত ভাৰতত…
নীৰৱ ঘাতক উষ্ণ প্ৰবাহঃ কৃষি- স্বাস্থ্যত বিৰূপ প্ৰভাব
শতাব্দ বিশেষ প্ৰতিনিধি, ২৯ এপ্ৰিলঃ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ বাহিৰে এইকেইদিন উৎকট গ্ৰীষ্মপ্ৰবাহৰ ফলত সমগ্ৰ দেশতে জনসাধাৰণৰ জীৱন দুৰ্বিষহ হৈ পৰিছে। কেইবাখনো ঠাইত পাৰাস্তম্ভই ৪৫ ডিগ্ৰী ছেণ্টিগ্ৰেড স্পৰ্শ কৰিছে। তাপপ্ৰবাহৰ ফলত কেইবাজনো…
৬০ বছৰ পিছত উভতিল নালন্দাৰ ‘বুদ্ধিসত্ত্ব মৈত্ৰেয়’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ এপ্ৰিলঃ বিদেশৰ বজাৰত চোৰাংকৈ বিক্ৰী কৰা ঐতিহাসিক ভাৰতীয় মূৰ্তি কিছুমান ভাৰত চৰকাৰে ক্রমাগতভাৱে ইখনৰ পিছত সিখন দেশৰ পৰা ঘূৰাই আনিছে। এইবাৰ বিহাৰৰ নালন্দাৰ পৰা চুৰি কৰি আমেৰিকালৈ লৈ যোৱা গৌতম বুদ্ধৰ এটা ব্রঞ্জৰ…
পৃথিৱীৰ ফালে অহা গ্রহাণু ভাঙিব চীনা প্ৰযুক্তিয়ে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ এপ্ৰিল : এক নতুন প্রযুক্তি লৈ কাম আৰম্ভ কৰিছে চীনৰ মহাকাশ বিজ্ঞানী আৰু গৱেষকে। তেওঁলোকে এনে এক ছফ্টৱেৰ তৈয়াৰ কৰিছে, যাৰ সহায়ত পৃথিৱীৰ ফালে ধীয়াই অহা যিকোনো গ্রহাণুক চিহ্নিত কৰিব পাৰিব। সংবাদ মাধ্যমক এই কথা…
