Browsing Category

লিড

দেশে-বিদেশে ৮টা ‘তাজমহল’

দাদুল দেৱকৃষ্ণ বৰুৱাতাজমহল। নামটোৰ লগত জড়িত হৈ আছে এটুকুৰা ইতিহাস আৰু হিচাপ কৰিব নোৱৰা ভালপোৱা। বিশ্বৰ সপ্ত আশ্চর্যৰ অন্যতম আশ্চর্য। আগ্ৰা চহৰত যমুনাৰ পাৰত এই ভালপোৱাৰ অমলিন ইতিহাস। মোগল সম্রাট ছাহজাহানে তেওঁৰ প্রিয়তমা মমতাজৰ স্মৃতিত…

গুৱাহাটীত সপত্নীক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

চাৰিদিনীয়া অসম আৰু মিজোৰাম ভ্ৰমণসূচী লৈ গুৱাহাটীত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। নিশাটো গুৱাহাটীত কটাই বুধবাৰে তামুলপুৰত বড়ো সাহিত্য সভাৰ অধিবেশনত ভাগ ল’ব দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে।শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ মে' :…

আগন্তুক ২৭ বছৰত শেষ হ’ব বিশ্বৰ খাদ্যভাণ্ডাৰ !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ মে' : বিশ্ববাসীৰ বাবে বৰ বেয়া খবৰ শুনাইছে বিশেষজ্ঞসকলে। The World Count নামৰ এটা সংস্থাৰ হিচাপে কৈছে, আগন্তুক ২৭ বছৰৰ ভিতৰতেই পৃথিৱীৰ খাদ্যৰ ভাণ্ডাৰ শেষ হৈ যাব ! কার্যতঃ মৰামৰি আৰম্ভ হ'ব পেয় জলৰ ভাগ বতৰাক…

ভাৰতৰ বিমান বন্দৰত আৰম্ভ হৈছে টেক্সিব’ট সেৱা

শতাব্দ বিশেষ প্ৰতিনিধি, ৩ মে' : অসামৰিক বিমান পৰিৱহণৰ ক্ষেত্ৰত ইন্ধন ৰেহাই, কাৰ্বন নিৰ্গমন হ্ৰাসকে ধৰি কেইবাটাও কাৰণৰ বাবে বিমান বন্দৰ সমূহত এতিয়া টেক্সিব'ট (TaxiBot) নামৰ এটা নতুন পদ্ধতিৰ সংযোজন ঘটিছে। 'টেক্সিব'ট' হৈছে বিমান এখন টানি অনা…

অসমত আজিৰে পৰা  ৯০ মেগাৱাট সৌৰশক্তি উৎপাদন আৰম্ভ

শতাব্দ বিশেষ প্ৰতিনিধি, ২ মে': ভাৰতৰ এটা আগশাৰীৰ নৱীকৰণীয় শক্তি উৎপাদন প্ৰতিষ্ঠান 'এজিঅ'ৰ পাৱাৰ' এ অসমত ৯০ মেগাৱাটৰ সৌৰশক্তি উৎপাদন প্ৰকল্প এটাৰ পৰা সম্পূৰ্ণ বিদ্যুৎ শক্তি উৎপাদনৰ কাম আজিৰে পৰা আৰম্ভ কৰিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ…

ভাৰতক ৰঙা চকু দেখুওৱা পশ্চিমীয়া দেশৰ দুমুখীয়া স্বাৰ্থপৰ চৰিত্ৰ খোল খালে

শতাব্দ বিশেষ প্ৰতিনিধি, ২ মে': ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছতেই আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি ইউৰোপীয় দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ মাজতেই ভাৰতবৰ্ষই ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি কৰাত ৰঙা চকু দেখুওৱা দেশসমূহে…

দেশৰ কিছু অংশত ভূপৃষ্ঠৰ তাপমাত্ৰা ৬০ ডিগ্ৰী চেণ্টিগ্ৰেড হোৱাৰ আশংকা

শতাব্দ বিশেষ প্ৰতিনিধি, ২ মে': বা-মাৰলী, ভূমিকম্প নহয়, অধিক উষ্ণপ্ৰৱাহৰ দৰে প্ৰাকৃতিক পৰিঘটনাৰে ভয়ানক দুৰ্যোগৰ সন্মুখীন হৈছে ভাৰতবৰ্ষ। ক্ৰমাৎ বৃদ্ধি পাই আহিছে দেশখনৰ বায়ুমণ্ডল, ভূপৃষ্ঠৰ তাপমাত্ৰা। গ্ৰীষ্মকাল অহাৰ পূৰ্বেই অসহনীয় হৈ পৰিছে…

ভাৰতত শীঘ্ৰেই পৰিহাৰ কৰা হ’ব ট’ল গেট আৰু ফাষ্টটেগ ব্যৱস্থা

শতাব্দ বিশেষ প্ৰতিনিধি, ১ মে' : ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে'ত গাড়ী চলোৱা সকলৰ বাবে সুখবৰ। সম্ভৱত: চলিত বছৰৰ ভিতৰতেই দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহত থকা ট'ল গেট সমূহ বন্ধ কৰাৰ উপৰি ফাষ্টটেগ(FASTag) ব্যৱস্থা পৰিহাৰ কৰা হ'ব। ইয়াৰ সলনি…

দেশজুৰি পৰ্যটনৰ সমীক্ষা চলোৱাৰ প্ৰস্তুতি

শতাব্দ বিশেষ প্ৰতিনিধি, ১ মেঃ দেশৰ কোনোবা ঠাইলৈ ফুৰিবলৈ গ'লে এতিয়াৰে পৰা আপোনাক নিৰীক্ষণ কৰা হ'ব পাৰে। কোনো এডোখৰ পৰ্যটন স্থলীত আপুনি ক'ৰ পৰা আহিছে, ক'ত আছে, কি কি দৰ্শন কৰিলে, কিমান ধন ব্যয় কৰিলে ইত্যাদি প্ৰশ্নৰ মুখামুখি হয়তো আপুনি…

চিটাগং বন্দৰ ভাৰতৰ বাবে মুকলি কৰি দিয়াৰ ঘোষণা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ৩০ এপ্ৰিলঃ বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ বাংলাদেশ ভ্ৰমণৰ সময়ত দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই চিটাগং বন্দৰটোক ভাৰতৰ বাবে মুকলি কৰি দিয়াৰ ঘোষণা উত্তৰ পূব ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত…