Browsing Category
লিড
সঘনে দিখৌ নদীৰ পানীৰ বৰণ সলনিঃ চাঞ্চল্য
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১৬ এপ্ৰিলঃ বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন, বিগত এটা পষেক ধৰি অব্যাহত থকা বৰষুণৰ মাজতেই এইবাৰ দিখৌ নদীত পৰিলক্ষিত হৈছে এক অস্বাভাৱিক পৰিৱৰ্তন । নৈপৰীয়া জন জীৱনত অভ্যস্ত হৈ পৰা সাধাৰণ ৰাইজকো দিখৌ নদীৰ জলৰাশিৰ এই…
দ্বিতীয় পৃথিৱীৰ সন্ধানত চীন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ এপ্ৰিল : জোনলৈ ৰবট প্ৰেৰণ কৰাৰ পিছত, মঙলত অৱতৰণৰ অন্তত নিজা মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ সমৰ্থ হোৱা চীনে এইবাৰ চকু দিছে সৌৰ জগতৰ বাহিৰলৈ। দ্বিতীয় এখন বিশ্বৰ অনুসন্ধান আৰম্ভ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ চীনে।…
পৃথিৱীত হ’ব পাৰে শক্তিশালী সৌৰ ধুমুহা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ এপ্ৰিল : মাৰ্কিন মহাকাশ গৱেষণা সংস্থা, নাছাৰ সতর্কবাণীয়ে উদ্বেগ বঢ়াইছে আমাৰ এই গ্রহত। নতুন এটা চক্রত প্রৱেশ কৰিছে সূর্য। ইয়াৰ প্রভাৱত পৃথিৱীত আছাৰ খাই পৰিব পাৰে এক শক্তিশালী সৌৰ ধুমুহা। হাতত মাত্র ২৪…
অপুষ্টি আঁতৰাবলৈ ‘সুৰক্ষিত চাউল’ !
দাদুল দেৱকৃষ্ণ বৰুৱা
সম্প্রতি কেন্দ্রীয় মন্ত্রীসভাই (Union Cabinet) চৰকাৰী কর্মসূচীৰ অধীনত ফর্টিফাইড চাউল বা সুৰক্ষিত চাউল (Fortified Rice) বিতৰণৰ এটা প্রকল্পত অনুমোদন জনাইছে। ভাৰতীয় খাদ্য নিগম বা Food Corporation of India আৰু ৰাজ্যৰ…
