Browsing Category
লিড
উইম্বলডনৰ গ্ৰাছ ক’ৰ্টতো যুদ্ধৰ ছাঁ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ এপ্ৰিল : উইম্বলডন মানেই টেনিছপ্ৰেমীৰ বাবে এক সুকীয়া শিহৰণ। নিজৰ নিজৰ অনুপম ক্ৰীড়া নৈপুণ্যৰে এই মেগা ইভেণ্টত জিলিকি উঠে টেনিছ তাৰকা। কোনো খেলুৱৈৰ ঘৰ্মাক্ত মুখাবয়ৱত সফলতাৰ সুবিমল হাঁহি বিৰিঙে আৰু কোনো খেলুৱৈৰ…
পাহাৰে য’ত কথা কয় ৰামধেনুৰ ৰঙেৰে
দাদুল দেৱকৃষ্ণ বৰুৱা
আশ্চর্যজনক এই পৃথিৱী। চমৎকাৰ এই প্ৰকৃতি। ৰহস্যৰ অন্ত নাই এই অৱনীত। আমি পৃথিৱী নাম দিয়া এই গ্রহটোত এনে অনেক মনমুগ্ধকৰ আৰু ৰহস্যময় স্থান আছে যিবোৰৰ প্রাকৃতিক সৌন্দর্য অবৰ্ণনীয়। এই সমস্ত স্থানৰ অকৃত্রিম সৌন্দর্য আৰু…
নিষেধাজ্ঞাৰ মাজতে ভাৰতে ৰাছিয়ালৈ আৰম্ভ কৰিলে সামগ্ৰী ৰপ্তানি
শতাব্দ বিশেষ প্ৰতিনিধি, ২১ এপ্ৰিলঃ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ ঘোষণা কৰাৰ পাছতেই বিশ্বৰ ভালেসংখ্যক দেশৰ বিভিন্ন নিষেধাজ্ঞাৰ সন্মুখীন হোৱা ৰাছিয়াক প্ৰকাশ্যে সমৰ্থন নকৰিলেও এই দুৰ্যোগৰ মুহূৰ্ত্তত দেশখনৰ কাষত থিয় দিছে পুৰণি বন্ধু…
উৰিষ্যাৰ মহানদী ক’ল ফিল্ডচৰ কাৰিকৰী সঞ্চালক পদত অসম সন্তান যুগল কুমাৰ বৰা
শতাব্দ প্ৰতিবেদক, মাৰ্ঘেৰিটা ২০ এপ্রিলঃ ক'ল ইণ্ডিয়াৰ অন্তৰ্গত উৰিষ্যাৰ মহানদী ক'ল ফিল্ডচৰ (MCL) কাৰিকৰী সঞ্চালক পদত নিযুক্তি পাইছে অসম সন্তান যুগল কুমাৰ বৰাই | নগাঁৱত জন্ম গ্রহণ কৰা বৰাই হ'ল এনে শীৰ্ষ পদত নিযুক্তি পোৱা প্রথমজন অসমীয়া |…
ওচৰ চাপিব মঙ্গল, শুক্র, বৃহস্পতি আৰু শনি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ এপ্ৰিল : ৰাতিৰ আকাশ যেন এক যাদুকৰৰ মঞ্চ ! মাজে সময়ে তাত দেখা পোৱা দুর্দান্ত মহাজাগতিক দৃশ্য দেখি মুগ্ধ হয় মহাকাশপ্রেমী। এইবাৰ তেনে মহাকাশপ্ৰেমীৰ বাবে নতুন সুখবৰ। এই মাহতে একে ৰেখাত ওচৰা ওচৰিকৈ দেখা যাব সৌৰজগতৰ…
সোতৰ বছৰীয়া ‘এনাষ্টেচিয়া’ক লৈ ক্ৰ’য়েছিয়াত হৈ চৈ
দাদুল দেৱকৃষ্ণ বৰুৱা
নাম এনাষ্টেচিয়া। বয়স ১৭ বছৰ। সোতৰ বছৰীয়া এনাষ্টেচিয়াক লৈয়েই এখন দেশত লাগিছে হৈ চৈ। ১২ হাজাৰ মানুহ থিয় দিছে এনাষ্টেচিয়াৰ কাষত। এয়া অৱশ্যে কোনো সোতৰ বছৰীয়া সুন্দৰী যুৱতীৰ কাহিনী নহয়। এজনী মেকুৰীৰ কাহিনীহে। সোতৰ…
H-1B আমেৰিকান ভিজা লাভত ভাৰতীয়ৰ পুনৰ আধিপত্য
শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ এপ্ৰিলঃ 'দ্য গ্ৰেট এমেৰিকান ড্ৰিম' এই স্বপ্নৰ দৌৰত সফল হৈছে ভাৰতীয়সকল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হ'মলেণ্ড চিকিউৰিটিজ বিভাগৰ পৰা অলপতে প্ৰকাশ কৰা তথ্য অনুযায়ী ২০২১ বিত্তীয় বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে…
পাক-ভাৰতৰ নতুন সম্পৰ্কত জল্পনা-কল্পনা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ এপ্রিল : পাকিস্তানৰ নতুন প্রধানমন্ত্রী চাহবাজ শ্বৰিফৰ লগত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সম্ভাৱ্য সাক্ষাতক লৈ দুয়োখন দেশৰ শীর্ষ পর্যায়ত আলাপ-আলোচনা আৰম্ভ হৈছে। আগন্তুক জুলাইত তাচখণ্ডত চাংহাই কো-অপাৰেচন…
গাঁৱৰ নাম সলনি কৰি ৰাখিলে ‘ইউক্ৰেইন’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ এপ্ৰিল : সহানুভূতি প্রকাশৰ বাবে দূৰত্ব কেতিয়াও সমস্যা হ'ব নোৱাৰে। প্রমাণ কৰি দেখুৱালে স্পেইনৰ দক্ষিণাঞ্চলৰ শান্তিপূর্ণ সৰু এখন গাঁৱৰ বাসিন্দাসকলে। ফুৱেন্তেচ দ্য আন্দালুচিয়া (Fuentes De Andalucia) নামৰ এই গাঁওখনৰ…
হিমালয়তকৈ চাৰিগুণ দীঘল পর্বতমালা !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ এপ্ৰিল : এছিয়া মহাদেশৰ এক বৃহৎ অংশ জুৰি আছে হিমালয় পর্বতমালা। কিন্তু হিমালয়তকৈয়ো বিস্তৃত পর্বতমালা যে এইখন পৃথিৱীতে আছিল, তাৰ প্রমাণ পাইছে Australian National Universityৰ গৱেষকসকলে। তেওঁলোকে এই পৰ্বতমালাক আখ্যা…
