Browsing Category
লিড
‘লাইনচ্যুত’ মোদীৰ স্বপ্নৰ বন্দে ভাৰত !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ এপ্ৰিল : যুদ্ধৰ পৰিণতিত ইউক্রেইনত আবদ্ধ মোদীৰ স্বপ্নৰ 'বন্দে ভাৰত'ৰ চকা ! আগন্তুক মাহত এই চকাবোৰ এয়াৰলিফ্ট কৰা হ'ব বুলি জনা গৈছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ উন্নয়নক যি গতিত আগুৱাই লৈ যোৱাৰ স্বপ্ন দেখিছে,…
অকিনাৱা : দীৰ্ঘায়ুৰ ৰহস্যময় দ্বীপ!
দাদুল দেৱকৃষ্ণ বৰুৱা
অকিনাৱা (Okinawa)। জাপানৰ পঞ্চম বৃহত্তম দ্বীপভূমি। আয়তনত সৰু। জনসংখ্যাও কম। কিন্তু প্রশান্ত মহাসাগাৰীয় এই দ্বীপভূমিতেই আছে মানুহৰ দীর্ঘ জীৱনৰ ৰহস্য। ইয়াতেই আছে পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি শতায়ুপ্ৰাপ্ত লোক। প্রতি ১…
ইকাৰিয়া : মৃত্যু য’ত থমকি ৰয় !
দাদুল দেৱকৃষ্ণ বৰুৱাপৃথিৱীত এনে পাঁচটা অঞ্চল বা এলেকা আছে য'ত গড় আয়ুসতকৈ বেছিদিন বাচি থকা মানুহৰ সংখ্যা তুলনামূলকভাৱে আন ঠাইতকৈ বহু বেছি। Gianni Pes আৰু Michel Poulain-এ এনেধৰণৰ পাঁচটা নীল মণ্ডল বা Blue zones বিচাৰি…
ৰান্ধনিশালত খোৱাতেলৰ উতলাংকই দহিব দেশবাসীক
শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ এপ্ৰিলঃ ভাৰতৰ ৰান্ধনিশাল সমূহত এতিয়া ৰন্ধন তেলৰ উতলাংকই অভিলেখ সৃষ্টিৰ দিশত অগ্ৰসৰ হৈছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ খাৰ-বাৰুদৰ ধোঁৱা ইতিমধ্যে ভাৰতৰ প্ৰতিটো পৰিয়ালৰ ৰান্ধনিশালতো প্ৰৱেশ কৰিছে। নিয়মিত মূল্য বৃদ্ধিৰ…
ভাৰতবৰ্ষ অজেয় আৰু ভাৰতীয় সেনা অজেয় : ৰাজনাথ সিং
কলাক্ষেত্রত ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ বীৰ যোদ্ধাসকলক সন্মানিত কৰাৰ বাবে অসম চৰকাৰে আয়োজন কৰা বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রী। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত সাহসিকতা তথা আত্মবলিদানৰ উৎকৃষ্ট নিদৰ্শন দেখুওৱা…
বিজ্ঞানীৰ নজৰত পৃথিৱীৰ এটা বিশেষ ‘ফুটা’
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ এপ্ৰিলঃ পৃথিৱী কিদৰে সৃষ্টি হৈছিল সেই ৰহস্যৰ জঁট খুলিবলৈ আৰম্ভ কৰিছে বিজ্ঞানীয়ে। বিশ্বৰ মূল অংশত এটা ‘ফুটা’ পোৱা গৈছে, যিটোৱে ভবাই তুলিছে বিজ্ঞানীসকলক। কাৰণ সেই ঠাইৰ পৰা বাহিৰ হৈছে হিলিয়াম-৩। কোটি কোটি বছৰ আগেয়েই…
নতুন প্ৰযুক্তিৰ যন্ত্ৰ পিগীফ্লাক্স উদ্ভাৱন
শতাব্দ প্ৰতিনিধি, যোৰহাট, ২২ এপ্ৰিল : অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা গাহৰি পালকৰ বাবে অধিক লাভজনক হোৱাৰ দিশৰ প্ৰত্যাহ্বান সমুহ নাইকীয়া কৰি থলুৱা গাহৰি পালকসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াইছে অসম কৃষি বিশ্ববিদ্যালয়ে। গাহৰি পালকসকলক সকাহ দিবলৈ…
নতুন ধৰণৰ বৰফৰ সম্ভেদ লাভ বিজ্ঞানীৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ এপ্ৰিলঃ উচ্চ চাপৰ মাধ্যমেৰে পানীৰ বিভিন্ন উপকৰণ পৰ্যালোচনা কৰি নতুন ধৰণৰ যিবিধ বৰফৰ সম্ভেদ বিজ্ঞানীয়ে লাভ কৰিছে,সেইবিধ বৰফ পৃথিৱীত থকাৰ সম্ভাৱনাই নাই ! আৱিষ্কাৰ কৰা হৈছে dubbed Ice-VIIt নামৰ বৰফৰ নতুন ৰূপ। নতুন…
আজি ৫২ সংখ্যক আন্তৰ্জাতিক ধৰিত্ৰী দিৱস
শতাব্দ বিশেষ প্ৰতিনিধি, ২২ এপ্ৰিলঃ আজি ২২ এপ্ৰিল। সমগ্ৰ বিশ্বতে আজি উদযাপন কৰা হৈছে ৫২ তম আন্তৰ্জাতিক ধৰিত্ৰী দিৱস। মাতৃস্বৰূপা আমাৰ একমাত্ৰ ধৰাখনে সন্মুখীন হৈ অহা পাৰিপাৰ্শ্বিক সমস্যা সমূ্হৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰা আৰু ইয়াৰ সমাধানৰ বাবে…
‘এয়াৰ ইণ্ডিয়া’ৰ নতুন সাজোন-কাচোন
শতাব্দ বিশেষ প্ৰতিনিধি, ২২ এপ্ৰিলঃ যোৱা ২৭ জানুৱাৰীত টাটা গ্ৰুপে 'এয়াৰ ইণ্ডিয়া'ক অধিগ্ৰহণ কৰাৰ পাছত বিমান সংস্থাটোক নতুনকৈ সজাই-পৰাই তোলাৰ কামত এতিয়া ব্যস্ত হৈ পৰিছে টাটা গোষ্ঠী। প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ প্ৰতীক 'এয়াৰ ইণ্ডিয়া'…
