Browsing Category
লিড
সোৱণশিৰি বান্ধৰ নিৰ্মাণ সম্পূৰ্ণঃ সামগ্ৰিক অগ্ৰগতি ৯০ শতাংশ
আগন্তুক মাৰ্চ মাহৰ পৰা বিদ্যুৎ উৎপাদন আৰম্ভ হ’ব
বছৰি উৎপাদন হ’ব ৭৫০০ নিযুত একক বিদ্যুৎ শক্তি
২০০৪ চনত গেৰুকামুখত নিৰ্মাণ কাৰ্য আৰম্ভ
১১৬ মিটাৰ উচ্চতালৈ সম্পূৰ্ণ হৈ উঠিল বান্ধ
নিৰ্মাণ সম্পূৰ্ণ হোৱালৈ প্ৰায় ১৯ হাজাৰ কোটি টকা…
তেজপুৰ বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব প্ৰতিৰক্ষা অধ্যয়ন বিভাগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুনঃ দেশৰ উত্তৰ-পূবৰ অগ্রণী উচ্চ শিক্ষা প্রতিষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ে প্ৰতিৰক্ষা অধ্যয়ন বিভাগ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে । বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু পৰিচালনা পৰিষদে ইতিমধ্যে এই সিদ্ধান্তক অনুমোদন…
তেজপুৰৰ পৰা কলকাতালৈ অসামৰিক বিমান সেৱা আৰম্ভ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২৫জুনঃ তেজপুৰৰ শালনিবাৰী অসামৰিক বিমান বন্দৰৰ পৰা সপ্তাহৰ ছটা দিনত চলিব বিমান৷ কলকাতাৰ পৰা তেজপুৰলৈ আৰু তেজপুৰৰ পৰা কলকাতা সংযোগী এই অসামৰিক বিমান সেৱা আজিৰ পৰা আৰম্ভ হৈছে৷ স্পাইছ জেট কোম্পানীয়ে আৰম্ভ কৰা এই…
সকলো নিৰ্বাচনত ভোট বৰ্জনৰ সকীয়নি ঘূনাসুঁতিবাসীৰ
ঘূনাসুঁতিত বৃহৎ প্ৰতিবাদী সভা
সোৱণশিৰি পঞ্চায়তত যুদ্ধ সদৃশ পৰিস্থিতিশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ২৫ জুনঃ ভাৰতৰ নিৰ্বাচনী আয়োগে সমষ্টি সীমা নিৰ্ধাৰণৰ বাবে প্ৰস্তুত কৰা খচৰাখনক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছে সোৱণশিৰিৰ চৌদিশ ৷…
লখিমপুৰত বাহৰ পাতি চি বি আইৰ অভিযান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২১ জুনঃ এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তথা নকল সোণ, জাল নোটৰ ব্যৱসায় সন্দৰ্ভত লখিমপুৰত চি বি আইৰ অভিযান তীব্ৰতৰ হৈছে৷ চি বি আই দলে আজি লখিমপুৰ আৱৰ্ত ভৱনত বাহৰ পাতি তদন্ত অব্যাহত ৰাখিছে৷ কালি চি বি…
জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তঃ লক্ষীমপুৰত চি বি আইৰ অভিযান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ জুনঃ ৰাজ্য জোকাৰি যোৱা এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে অসমলৈ অহা চি বি আই দলটো আজি আহি লক্ষীমপুৰত উপস্থিত হয়৷ ৰাজ্য চৰকাৰে জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে চি বি আইলৈ গোচৰটো হস্তান্তৰ কৰাৰ…
চৰকাৰী মাটি বেদখল কৰি আট্টালিকা নিৰ্মাণ বিধায়ক গণেশ লিম্বুৰঃ ব্যপক প্ৰতিক্রিয়া
শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ১৯জুনঃ চৰকাৰী ভূমিত বসবাস কৰা সকল বেদখলকাৰী৷ ইতিমধ্যে ৰাজ্য চৰকাৰে বেদখলকাৰী সকলক উচ্ছেদৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ ৰাজ্যজুৰি অব্যাহত আছে উচ্ছেদ অভিযান৷ বনাঞ্চলৰ লগতে সত্ৰৰ ভূমি বেদখল মুক্ত কৰিছে চৰকাৰে৷ কাৰণ…
১৪ খন জিলাৰ ৩২হেজাৰ লোক বানত আক্ৰান্ত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯জুনঃ সম্প্ৰতি ৰাজ্যৰ ১৪খন জিলা বানৰ কবলত পৰিছে৷ এই জিলা সমূহৰ ৩২টা ৰাজহ চক্ৰৰ ৩২হেজাৰ লোক বানত আক্ৰান্ত হোৱাৰ লগতে আঠটা স্থানত মথাউৰি ভাঙিছে৷ আজি তেজপুৰত সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰি কৰিছে ৰাজ্যৰ ৰাজহ আৰু…
২৭ টা নাট্য দলৰ অংশ গ্ৰহণেৰে তেজপুৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী সদৌ অসম ভিত্তিক একাংক নাট…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৯ জুন : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি বিজড়িত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ উদ্যোগত কলাগুৰু গৰাকীৰ ৫৫ সংখ্যক স্মৃতিদিৱসৰ লগত সংগতি ৰাখি আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম ভিত্তিক একাংক নাট…
অসমৰ বন বিষয়া-কৰ্মীলৈ অৰুণাচলীৰ গুলীচালনা
অসম অৰুণাচল সীমান্তৰ ৰামপুৰত উত্তেজনা
পুনৰ অসমৰ বনাঞ্চল ধবংস
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ জুনঃ লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত ৰামপুৰত আজি অৰুণাচলীয়ে পুনৰ অসমৰ বন বিষয়া-কৰ্মীলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷…
