Browsing Category

সাহিত্য

মাজুলী মহাবিদ্যালয়ৰ উদ্যোগত সাহিত্য অকাডেমিৰ ‘গ্ৰামালোক’ অনুষ্ঠান

শতাব্দ প্ৰতিনিধি,মাজুলী,১৯ জুনঃ মাজুলী মহাবিদ্যালয়ৰ উদ্যোগত সাহিত্য অকাডেমিৰ 'গ্ৰামালোক' শীৰ্ষক সাহিত্য-পাঠ তথা মুখামুখি অনুষ্ঠান আজি অনুষ্ঠিত হৈ যায়। কমলাবাৰীৰ উপকণ্ঠ বৰটানীৰ কাণকুৰিকা মধ্য ইংৰাজী বিদ্যালয়ত দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত এই…

২৪ সংখ্যক বছৰত যুক্তৰাজ্যত অসম সাহিত্য সভাঃ বৰ্ণাঢ্য কাৰ্যসূচীৰে অধিৱেশনৰ প্ৰস্তুতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুনঃ গ্ৰেট বিটেইনত থকা অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাই এইবছৰ ২৪ সংখ্যক বছৰত ভৰি দিলে। সেই উপলক্ষে অহা ৯ জুলাইত যুক্তৰাজ্য শাখাই বৰ্ণাঢ্য কাৰ্যসূচীৰে অধিৱেশনৰ প্ৰস্তুতি চলাইছে। যুক্তৰাজ্য শাখাৰ সভানেত্ৰী মঞ্জিৰা…

তিনিটা ভাষাত সাহিত্য সৃষ্টি কৰা ৮ বছৰীয়া কুঁহি চেতিয়াৰ তৃতীয়খন গ্ৰন্থ ‘Little Star’ 

মুক্তাৰ আলী Little Star' শিশু লেখিকা কুঁহি চেতিয়াৰ তৃতীয়খন সদ্য প্ৰকাশিত শিশু উপযোগী গ্ৰন্থ।মূলতঃ গল্প সংকলন Little Star ত সন্নিৱিষ্ট হৈছে দহোটাকৈ চুটি গল্প।শিশু লেখিকা হিচাপে ৰচনাৰ সৰলতা থাকিলেও প্ৰতিটো গল্পতেই নিহিত হৈ আছে একোটাকৈ মহান…

আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱলৈ দলে বলে অসমীয়া লেখক-সাহিত্যিক

১৫ খন দেশৰ ৪২৫ জনৰো অধিক লেখক, বিদ্বান, অনুবাদক, সাংবাদিক আৰু কলাকাৰে অংশগ্ৰহণ কৰিব । ৬০ টা ভাষাই প্ৰতিনিধিত্ব কৰিব।শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৪ জুন : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় আৰু সাহিত্য অকাদেমিয়ে স্বাধীনতাৰ অমৃত মহোৎসৱ…

পোন্ধৰ বছৰীয়া কৰ্কট ৰোগৰ যান্ত্ৰণাৰ মাজতো গ্ৰন্থ ৰচনা তেজপুৰৰ পুতুমাই বৰাৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১১ জুন: বিয়াৰ জোৰোণ আহোতে গোৱা নাম, জোৰোণ আদৰা নাম, জোৰোণ পিন্ধোৱা নাম, কইনা নোৱাওঁতে গোৱা নাম, দৈয়ন দিয়া নাম, গাঁথিয়ন খুন্দাৰ নাম, সুৱাগুৰি তোলা নাম, আখৈ তোলা নাম, দৰাৰ পানী তোলা নাম, জোৰা নামকে ধৰি এখন বিয়াত…

৯১ সংখ্যক ওপজা দিনৰ ওলগত চিকিৎসক-সাহিত্যিক ডাঃ তোষেশ্বৰ দত্তৰ ১০ খন গ্ৰন্থ উন্মোচন

যোৰহাট, ৬জুনঃ কস্তুৰী প্ৰকাশনৰ তৰফৰ পৰা যোৰহাটৰ বিশিষ্ট সাহিত্যিক ডাঃ তোষেশ্বৰ দত্তৰ ৯১ সংখ্যক ওপজা দিনৰ ওলগ আজি দুপৰীয়া চিকিৎসক গৰাকীৰ বাসগৃহত বহুজন গুণমুগ্ধ সমৱেত হৈ পালন কৰে। তদুপলক্ষে বিশিষ্ট সাহিত্যিক, চিকিৎসক গৰাকীয়ে কেক কাটি শুভাৰম্ভ…

‘জগদীন্দ্ৰ মোহন দত্ত প্ৰকৃতি-সাহিত্য বঁটা’ প্ৰদান কৰিব নৰ্থ লখিমপুৰ কলেজে 

প্ৰকৃতি-সাহিত্য হিচাপে চিহ্নিত কৰিব পৰা নিৰ্দিষ্ট এখন প্ৰকাশিত গ্ৰন্থৰ বাবে ‘জগদীন্দ্ৰ মোহন দত্ত প্ৰকৃতি-সাহিত্য বঁটা’ প্ৰদানৰ ঘোষণা নৰ্থ লখিমপুৰ কলেজৰ। উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংৰক্ষক গোষ্ঠী নেচাৰ্চ বেকনৰ লগত নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া…

‘চেক্সৰ বিনিময়ত এখন পি.এইচ.ডি. থেছিছ !’ জুৰী বৰা বৰগোহাঞিৰ নতুন উপন্যাস ‘চিঞৰ’

শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ৫ জুনঃ বিশিষ্ট ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিৰ বহু চৰ্চিত উপন্যাস 'চিঞৰ' আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠস্থিত হোটেল প্ৰিমলেণ্ডত এই সন্দৰ্ভত আয়োজন কৰা সংবাদমেলত উচ্চ শিক্ষা প্ৰতিষ্ঠানত…

৮২ বছৰীয়া অসমীয়া লেখকৰ ব্যতিক্ৰমধৰ্মী ইংৰাজী গ্ৰন্থ প্ৰকাশ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ জুনঃ এজন ৮২ বছৰীয়া ব্যক্তি। এই বয়সত তেখেতে লিখি উলিয়াইছে এখন ব্যতিক্ৰমধৰ্মী কিতাপ।আশ্বিনী বৰুৱা, ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে শেহতীয়াকৈ লিখা LIFE LIKE THAT tales of facts and fiction নামৰ…

পদ্মশ্ৰী য়েচে দৰজে ঠংচিলৈ সাহিত্য সভাৰ সাহিত্যসূৰ্য লুম্মেই দাই বঁটা প্ৰদান

অৰুণাচলবাসীয়ে অসমীয়া ভাষা এৰাৰ সময়ত মই অসমীয়া সাহিত্য চৰ্চা কৰিছিলোঁ --ঠংচিমনোজ কুমাৰ শইকীয়া, তেজপুৰ, ১ জুনঃ যিটো সময়ত অৰুণাচলবাসীয়ে অসমীয়া ভাষা এৰি দিছিল সেই সময়ত মই অসমীয়া ভাষা চৰ্চা কৰিছিলো। লিখিবলৈ লৈছিলো। তাপাম তাৰ্কী হৈছে…