Browsing Category
সাহিত্য
পদ্মশ্ৰী য়েচে দৰজে ঠংচিলৈ সাহিত্য সভাৰ সাহিত্যসূৰ্য লুম্মেই দাই বঁটা প্ৰদান
অৰুণাচলবাসীয়ে অসমীয়া ভাষা এৰাৰ সময়ত মই অসমীয়া সাহিত্য চৰ্চা কৰিছিলোঁ --ঠংচিমনোজ কুমাৰ শইকীয়া, তেজপুৰ, ১ জুনঃ যিটো সময়ত অৰুণাচলবাসীয়ে অসমীয়া ভাষা এৰি দিছিল সেই সময়ত মই অসমীয়া ভাষা চৰ্চা কৰিছিলো। লিখিবলৈ লৈছিলো। তাপাম তাৰ্কী হৈছে…
যোৰহাটত একেলগে ১০ খন গ্ৰন্থ উন্মোচন
যোৰহাট, ২৯ মেঃ যোৰহাট জিলা সাহিত্য সভা আৰু কস্তৰী প্ৰকাশনৰ যৌথ উদ্যোগত,যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহত আজি বিয়লি বিশিষ্ট চিত্ৰ শিল্পী,কেপ্তেইন বিপিন চন্দ্ৰ হাজৰিকা আৰু কাব্য নন্দিনী গীতিকাৰ নলিনীবালা হাজৰিকাৰ মুঠ দহখন গ্ৰন্থ উন্মোচন…
ইতিহাস সৃষ্টিৰে গীতাঞ্জলি শ্ৰীৰ হিন্দী উপন্যাস ‘ৰেত সমাধি’ ৰ ইংৰাজী অনুবাদ ‘Tomb…
শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ মে' : অৱশেষত ভাৰতীয় সাহিত্যত আৰু এটা মাইলৰ খুঁটি স্থাপিত হ'ল। ভাৰতীয় সাহিত্যত ইতিহাস ৰচনা কৰি লেখিকা গীতাঞ্জলি শ্ৰীৰ হিন্দী উপন্যাস 'ৰেত সমাধি' ৰ ইংৰাজী অনুবাদ 'Tomb of Sand' এ লাভ কৰিলে ২০২২ চনৰ আন্তৰ্জাতিক…
ৰহস্য সাহিত্য সম্ৰাট ৰঞ্জু হাজৰিকাক ‘টীয়কপৰীয়া সাহিত্য বঁটা-২০২১’ প্ৰদান
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২২ মে’: সাহিত্য বিহীন জাতি কেতিয়াও সুস্থ আৰু সুস্থিৰ হৈ থাকিব নোৱাৰে । জাতিৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ আৰু উত্তৰণৰ বাবে সাহিত্য অতি প্ৰয়োজনীয় । অসমীয়া ভাষাটো জীয়াই থাকিবলৈ হ’লে সাহিত্য চৰ্চা বা সাহিত্য পঢ়া দুয়োটা কথা…
হোমেন বৰগোহাঞিৰ “প্ৰজ্ঞাৰ সাধনা” আৰু মোৰ কিছু অনুভৱ
বিমল বৰগোঁহাই
হোমেন বৰগোহাঞি ছাৰৰ প্ৰতিখন গ্ৰন্থই মোৰ প্ৰিয়। তেখেতৰ এখন বিশেষ গ্ৰন্থৰ বিষয়ে কবলৈ বা সেই গ্ৰন্থখনৰ ওপৰত মন্তব্য বা সমালোচনা কৰাটো মোৰ দৰে এজন সাধাৰণ ন লেখকৰ বাবে বৰ সমীচীন নহব। তথাপি মোৰ মন আৰু মগজুত সদায় আলোড়ন সৃষ্টি…
সাহিত্য অকাডেমী বঁটাপ্ৰাপক সাহিত্যিক হৰেন্দ্ৰ নাথ বৰঠাকুৰ অসুস্থ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ মে’ : সাহিত্য অকাডেমী বঁটাপ্ৰাপক শিশু সাহিত্যিক, নাট্যকাৰ হৰেন্দ্ৰ নাথ বৰঠাকুৰ সম্প্ৰতি অসুস্থ হৈ তিনিচুকীয়াৰ এখন ব্যক্তিগত ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । যোৱা নিশা হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰাত…
