Browsing Category
ৰাজধানী
কৰ্মচাৰীক প্ৰহাৰ কৰিলে বিধায়কে
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৪ আগষ্টঃ জনতা ভৱনত উত্তপ্ত পৰিস্থিতি। জনপ্ৰতিনিধিয়ে সচিবালয়ৰ কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে পৰিবহণ বিভাগৰ এজন কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাক…
দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ কামৰূপ চি জে এম আদালতৰ চমন জাৰি
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৩ আগষ্টঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চমন জাৰি কামৰূপ চি জে এম আদালতৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা মানহানি গোচৰ সন্দৰ্ভত কামৰূপ চি জে এম আদালতে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ…
ভাল কামৰ বাবে ৯৯ কৰ্মচাৰীক বাচনি চৰকাৰৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : অসম চৰকাৰে ৰাজ্যিক পর্যায়ত ১০ জন নন-গেজেটেদ আৰু জিলা পর্যায়ত ৮৯ জন কৰ্মচাৰীক পুৰস্কৃত কৰি তেওঁলোকৰ কৰ্মক্ষমতাক স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে যিসকল কৰ্মচাৰীয়ে…
ৰাজ্যিক কেবিনেটে ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ জুলাইঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি জনতা ভৱনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত…
পুটিনৰ সিদ্ধান্ত: ইউক্ৰেইনত নিষিদ্ধ হ’ব গুগল!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুলাই : ৰাছিয়া-ইউক্ৰেইন যুদ্ধ এতিয়াও বন্ধ হোৱা নাই। এনে অৱস্থাত পুটিন চৰকাৰৰ সিদ্ধান্তৰ বাবে আকৌ এবাৰ উত্তেজনা বৃদ্ধি হ’বলৈ গৈ আছে। ইউক্ৰেইনৰ বিতৰ্কিত ডনেস্ক আৰু লুহানস্ক অঞ্চলত নিষিদ্ধ হ’বলৈ গৈ আছে গুগল।…
১০০ গৰাকী শিল্পীয়ে নিৰ্মাণ কৰিলে বৃহৎ অশোক স্তম্ভ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই : চেণ্ট্ৰেল ভিষ্টাৰ মাজমজিয়াত নিৰ্মাণ কৰি থকা হৈছে দেশৰ নৱতম সংসদ ভৱন। এই সংসদ ভৱনৰ ছাদত ১১ জুলাইত স্থাপন কৰা হয় ব্ৰঞ্জেৰে নিৰ্মিত জাতীয় প্ৰতীক অশোক স্তম্ভ। এই স্তম্ভটো উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…
সদ্ভাৱনা প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ জুলাইঃ সদ্ভাৱনা প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যৰে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিভিন্ন…
পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ দায়িত্ব
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ৫ জুলাইঃ ৰাজ্যসভাৰ সাংসদ পবিত্র মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্ত কৰা হৈছে। পূৰ্বে এই দায়িত্বত আছিল জয়ন্তমল্ল বৰুৱা। জয়ন্ত মল্ল বৰুৱাক শেহতীয়াকৈ জনস্বাস্থ্য কাৰিকৰী,…
২০জুনৰ আন্তঃৰাষ্ট্ৰীয় বিধবা দিৱসৰ দিনা ১৫০০০ বিধবা মহিলাক ১৫ হাজাৰকৈ ধন প্ৰদান
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৪জুনঃ সাংস্কৃতিক নগৰী তেজপুৰ বাটমাৰী সভা কক্ষত যোৱা ১১জুনৰ পুৱাৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা ৰাজ্যৰ ৩৫খন জিলাৰ জিলা উপায়ুক্ত সকলৰ সন্মিলন কালি নিশা…
গুৱাহাটীৰ বান : বুধবাৰে বন্ধ থাকিব গুৱাহাটীৰ শিক্ষানুষ্ঠান
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ জুনঃ প্ৰৱল বৃষ্টিপাতৰ ফলত ব্যাহত হৈ পৰিছে গুৱাহাটী মহানগৰীৰ জীৱন যাত্ৰা। সোমবাৰে নিশাৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰী কৃত্রিম বান বুৰ যোৱাৰ লগতে ভূমিস্খলনত চাৰিজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ…