Browsing Category

ৰাজধানী

মন্ত্রীসভাত স্থান পালে জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই 

 শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুনঃ অৱশেষত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাত নতুনকৈ দুজন বিধায়কক স্থান দিয়া হ'ল। মিত্রদলক বাদ দি নিজ দলৰে দুই বিধায়কক মন্ত্রীসভাৰ সম্প্ৰসাৰণত অন্তৰ্ভুক্ত কৰিলে। তেওঁলোক হৈছে নন্দিতা গার্লোচা…

আলফা স্বাধীনক ক্ষমা খুজি বিপদত মন্ত্রী সঞ্জয় কিষান

মন্ত্রী সঞ্জয় কিষাণলৈ মুখ্যমন্ত্রীৰ কাৰণ দৰ্শোৱাৰ জাননী। কি পৰিস্থিতিত মন্ত্ৰীগৰাকীয়ে পৰেশ বৰুৱাক ক্ষমা খুজিলে সেই বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰিব লাগিব সঞ্জয় কিষাণে। এগৰাকীক মন্ত্রীয়ে বিদ্ৰোহী সংগঠনৰ ওচৰত ক্ষমা খোজাৰ বিষয়টোক…

এবছৰত অসম বিধানসভাত ৫৮ খন বিধেয়ক গৃহীত

পঞ্চদশ অসম বিধান সভাৰ প্ৰথম বৰ্ষ উপলক্ষ্যে অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ সংবাদমেল সম্বোধন। অসম বিধান সভা সাধাৰণ লোকৰ দৰ্শনৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু গল্ফ কাৰ্টৰ যোগেদি ৰাইজে বিধানসভা চৌহদ দৰ্শন কৰিব পাৰিব। অতিথি আপ্যায়নৰ…

প্ৰধানমন্ত্ৰী মোদীৰ নেপাল ভ্ৰমণ : ছখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ১৬ মে' : বুদ্ধ পূৰ্ণিমাৰ দিনাই নেপালৰ লুম্বিনী ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণকালত আজি দুয়োখন দেশৰ মাজত ছখনকৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। "নেপালৰ লগত ভাৰতৰ সম্পৰ্ক অতি প্ৰাচীন আৰু…

কা – এন এইছ পি চিৰ বিৰুদ্ধে পুনৰ আন্দোলন ঘোষণা অখিল গগৈৰ

শতাব্দ প্ৰতিনিধি,লখিমপুৰ ১২ মেঃ লখিমপুৰত আজি উপস্থিত হৈ কা আৰু এন এইছ পি চি ৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে অখিল গগৈয়ে। লখিমপুৰত উপস্থিত হৈয়ে অখিল গগৈয়ে আজি এই হুংকাৰ দিয়াৰ লগতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাতা…

চাৰি বছৰীয়া সন্তানক এৰি আলফা (স্বাধীন)লৈ কাকপথাৰৰ এক দম্পতী

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ মেঃ আলফা(স্বা)ৰ শেহতীয়া কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ আলফাত যোগ দিছে কাকপথাৰৰ এক দম্পতিয়ে। তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ১নং চেলেংগুৰিৰ বাসিন্দা সন্মিন নেওগৰ দুই পুত্ৰ বোৱাৰীয়ে আলফা…

অসমৰ বাবে ৪০৭.৫০ কোটি টকা মুকলি কেন্দ্রৰ

ৰাজহ ঘাটিৰ অনুদান হিচাপে চলিত বিত্তীয় বৰ্ষত অসমে লাভ কৰিব ৪,৮৯০ কোটি টকা। পঞ্চদশ বিত্ত আয়ােগৰ পৰামর্শমর্মে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে প্রতিমাহে ৪০৭.৫০ কোটি টকাকৈ উক্ত বুজন পৰিমাণৰ ধন মােকলাই দিব। অসমে লাভ কৰিলে দ্বিতীয় কিস্তিৰ…