Browsing Category

ট্ৰেণ্ডিং

“মেকানিকেল ইঞ্জিনিয়াৰৰ বাবে কেৰিয়াৰ পথ“ শীৰ্ষক আলোচনা সত্ৰ 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী,২৫ আগষ্ট : অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ আৰু কেৰিয়াৰ গাইডেন্স চেলৰ যৌথ উদ্যোগত “মেকানিকেল ইঞ্জিনিয়াৰৰ বাবে কেৰিয়াৰ পথ (Career Path for Mechanical Engineers)”…

পথৰ অনিয়ন্ত্ৰিত গৰু নিয়ন্ত্ৰণৰ বাবে খোৱাৰ খোলাৰ নিৰ্দেশ লক্ষীমপুৰ জিলা দণ্ডাধীশৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লক্ষীমপুৰ, ২৫ আগষ্ট: লক্ষীমপুৰ জিলাৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ সমূহত ঘূৰি ফুৰা অনিয়ন্ত্ৰিত গৰু নিয়ন্ত্ৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে লক্ষীমপুৰ জিলা প্ৰশাসনে। এই গৰুবোৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ সমূহত অবাধে…

চন্দ্ৰযান-৩ৰ সফলতাৰ আঁৰত আছে তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মাৰ বিশেষ অৱদান

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২৩ আগষ্ট: চন্দ্ৰযান-৩ৰ সফলতাৰ সৈতে জড়িত হৈ পৰিছে অসমৰ তিনিচুকীয়া জিলাৰ নাম৷ কিয়নো চন্দ্ৰযান-৩ৰ সফল অভিযানৰ অন্তৰালত আছে সুদীৰ্ঘ এটা দশক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত (ইছৰ’) বিজ্ঞানীৰূপে কৰ্মৰত হৈ থকা…

তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ মহানুভৱতা

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২২ আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ’বেটী বচাও বেটী পঢ়াও’ কাৰ্যসূচীৰ আধাৰত তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনে তেওঁলোকৰ প্ৰথম বাৰ্ষিকী সমাৰোহত আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকল…

পুৰণা পেঞ্চন নীতিৰ বাহাল ৰখাৰ দাবীত তেজপুৰত কৰ্মচাৰীৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ২২ আগষ্টঃ সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো চৰকাৰী কৰ্মচাৰী সকলে আজি পুৰণা পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত অসহযোগ কাৰ্যসূচী পালন কৰে৷ উল্লেখযোগ্য যে, ৰাজ্যৰ প্ৰায় ৩০টা সংস্থা-সংগঠনৰ ঐক্যমঞ্চ সিদ্ধান্ত মৰ্মে আজি আৰু ২৩…

তেজপুৰৰ দৰংমহাবিদ্যালয়ত বহুমুখী প্ৰতিভাধৰ হেমন্ত কুমাৰ বৰুৱালৈ শ্ৰদ্ধাঞ্জলি

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২২ আগষ্টঃ মহামানৱ মহাত্মা গান্ধীৰ বিস্ময়কৰ প্ৰভাবৰ বাবেই ১৯২১ চনৰ পিচত অসমীয়া সত্ত্বাই ভাৰতীয় সত্ত্বাৰ সৈতে বিলীন হৈ একেস্বৰে বিৰল দেশাত্মবোধেৰে স্বাধীনতাৰ জয় গান গাবলৈ আৰম্ভ কৰিছিল৷ ভাৰতীয় চেতনাৰে উজ্জ্বিবিত অসমৰ…

লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত সাহিত্য অকাডেমিৰ অসমীয়া ভাষাত জাতীয়তাবাদ আৰু জনগোষ্ঠীয় পৰিচয়…

উত্তৰ লখিমপুৰ, ২২ আগষ্টঃ উত্তৰ লখিমপুৰৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি অসমীয়া ভাষাত জাতীয়তাবাদ আৰু জনগোষ্ঠীয় পৰিচয়ৰ শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত আৰু সাহিত্য অকাডেমীয়ৰ পূব মণ্ডলৰ উদ্যোগত…

লখিমপুৰত ভদীয়াৰ বানত বুৰিল বহু গাঁও

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২২ আগষ্টঃ অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাত যোৱা তিনিদিন ধৰি একেৰাহে হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন প্ৰান্ত ভদীয়া বানৰ কবলত পৰিছে৷ আজি পুৱাই কদম ৰাজহ চক্ৰৰ বহুকেইখন গাঁও কাকৈ নদীৰ বানত জলমগ্ন হয়৷…

লখিমপুৰত এন পি এছ কৰ্মচাৰী সংস্থাৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২২ আগষ্টঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে লখিমপুৰতো আজি সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ লখিমপুৰ জিলা সমিতিয়ে কৰ্মবিৰতিৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠা আৰু এন পি এছৰ অধীনত…

উত্তৰ লখিমপুৰ ৰেল ষ্টেচনৰ প্লেটফৰ্মত নিশা উদঙীয়া গৰুৰ সন্ত্ৰাস

শতাব্দ প্ৰতিনিধি‍, ২১ আগষ্টঃ কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলোবোৰ ৰেলৱে ষ্টেচন উন্নত কৰি সেই ষ্টেচন সমূহক স্বচ্ছ ভাৰত মিছন অভিযানৰ অন্তৰ্ভূক্ত কৰাৰ সময়তে লখিমপুৰত নিশা ইয়াৰ বিপৰীত প্ৰতিচ্ছবি প্ৰতিফলিত হোৱা কাৰ্যই ৰেল যাত্ৰীসকলক আ(ৰ্য কৰি তুলিছে৷…