Browsing Category

ভাৰত

নিৰ্বাচনী বণ্ড সন্দৰ্ভত ছুপ্ৰিম ক’ৰ্টৰ যুগান্তকাৰী ৰায়

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ ফেব্ৰুৱাৰীঃ সৰ্বোচ্চ ন্যায়ালয়ে আজি ৰাজনৈতিক দলৰ ইলেক্টৰেল বণ্ডৰ ক্ষেত্ৰত এক যুগান্তকাৰী ৰায় প্ৰদান কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ অধ্যক্ষতাত পাঁচজনীয়া সংবিধানিক বিচাৰপীঠে নিৰ্দেশ দিয়ে যে এতিয়াৰ পৰা…

দয়াল কৃষ্ণ নাথলৈ ৰাষ্ট্ৰীয় বঁটা

ষ্টাফ ৰিপৰ্টাৰ, ১৩ ফেব্ৰুৱাৰীঃ সৰুৰে পৰা নাটকৰ লগত জড়িত এজন ব্যক্তি দয়াল কৃষ্ণ নাথ। লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজগাঁৱৰ এইজন ব্যক্তিয়ে একেধাৰে নাটকৰ পৰিচালনা আৰু অভিনয়েৰে সমগ্ৰ ভাৰততে সুখ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছে। লখিমপুৰ জিলাৰ…

বৰ্ণাঢ্য ৰূপত ‘বিয়লি’ৰ দ্বাদশ বৰ্ষপূৰ্তি অনুষ্ঠিত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ ডিচেম্বৰঃ মহাত্মা গান্ধীৰ চিতাভস্মৰ পাত্ৰটো শিৰত লৈ সমদলটোৰ সন্মুখত মানুহজন। সুদীৰ্ঘ জীৱন স্বাধীনতা সংগ্ৰামত লাগি লাগি স্বাধীনতাৰ স্বাদ পোৱাৰ পিছতে হঠাৎ মহাত্মা গান্ধীক হত্যা কৰা বিষয়টোৱে তেখেতক গভীৰভাবে আঘাত…

দিল্লীত সুব্ৰত কাপ স্কুল ফুটবলত লখিমপুৰে দিলে ১৯ গল

নতুন দিল্লী, ২০ ছেপ্টেম্বৰঃ নতুন দিল্লীত চলি থকা ছোৱালীৰ ১৭ বছৰ অনুৰ্দ্ধৰ সুব্ৰত কাপ সৰ্বভাৰতীয় স্কুল ফুটবলৰ প্ৰথমখন গ্ৰুপ লীগৰ খেলত অসমৰ চেম্পিয়ন দল, লখিমপুৰৰ লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক স্কুলে জম্মু-কাশ্মীৰৰ প্ৰতিপক্ষক ১৯-০ ব্যৱধানত…

তেজপুৰত কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুঃ বিৰোধী ঐক্য ইণ্ডিয়া প্ৰত্যাহ্বান নহয়

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫ছেপ্টেম্বৰঃ “অমৃত কালত মাত্ৰ অৰুণাচল প্ৰদেশতেই নহয়,সমগ্ৰ দেশতে কাম চলি আছে।যোৱা ১০ বছৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমোলত দেশৰ উত্তৰ পূৰ্বাঞ্চলত উন্নয়নৰ যি পেকেজ ৰূপায়ণ হৈছে সেয়া অভূতপুৰ্ব৷” এই ভাষ্য…

তেজপুৰত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ণাঢ্য কাযৰ্সূচীৰে ৭৭সংখ্যাক স্বাধীনতা দিৱস পালন

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৬আগষ্টঃ সমগ্ৰ ৰাষ্ট্ৰৰ লগতে তেজপুৰতো শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত দেশৰ ৭৭সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। এই উপলক্ষে তেজপুৰৰ নেহৰু ময়দানত অনুষ্ঠিত শোণিতপুৰ জিলাৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ…

লখিমপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী কেশৱ মহন্তৰ

উত্তৰ লখিমপুৰত আয়োজিত ভাৰতৰ ৭৭সংখ্যক স্বাধীনতা দিৱসৰ লখিমপুৰ জিলাস্তৰীয় অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা-গৱেষণা, বিজ্ঞান প্ৰযুক্তি তথা জলবায়ু পৰিবৰ্তন আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ…

প্ৰধান মন্ত্ৰীয়ে অনা কুৰিটা চিতাবাঘৰ নৱমটোৰ আজি মৃত্যু ঘটিল

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ আগষ্টঃ দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ আনি মধ্যপ্ৰদেশৰ কুন' ৰাষ্ট্ৰীয় উদ্যানত মেলি দিয়া কুৰিটা চিতাবাঘৰ ভিতৰৰে আজি পুৱা নৱমটো চিতা বাঘৰ আকস্মিক মৃত্যু ঘটিল।উল্লেখ্য যে ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

সৰ্বভাৰতীয় পৰ্যায়ৰ কুইজত সফল হৈ লাখ লাখ টকা লাভ তেজপুৰৰ দুই ছাত্ৰৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২আগষ্ট: তেজপুৰ বিশ্ববিদ্যালয় চৌহদত অৱস্হিত চাৰি নম্বৰ কেন্দ্ৰীয় বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ দুজন ছাত্ৰ জিলিকি উঠিছে সৰ্বভাৰতীয় পৰ্যায়ত৷ তেজপুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ দুই ছাত্ৰ ৰংগৰাজ ডেকা আৰু দৰ্শন দিপন বৰুৱাই খেল…

তেজপুৰত ব্যতিক্ৰমী ৰূপত কাৰ্গিল বিজয় দিৱস পালন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৬ জুলাই : সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন স্থানত কালি ২৪ সংখ্যক কাৰ্গিল বিজয় দিৱস উদযাপন কৰে । তেজপুৰত এক ব্যতিক্ৰমী ৰূপত কাৰ্গিল বিজয় দিৱস পালন কৰা হয় । তেজপুৰ বৰপুখুৰীৰ পাৰত ৫২৭ গছ চাকিৰে ৰাজপথত কাৰ্গিল শ্বহীদক…