Browsing Category
ভাৰত
ডেৰাডুনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্যোগত দুদিনীয়া স্বাস্থ্য চিন্তন শিবিৰ
ডেৰাডুন, ১৪ জুলাই : কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মান্দাভিয়াৰ অধ্যক্ষতাত সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্যমন্ত্ৰীসকলক লৈ গঠিত 'কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদ' (চি চি এইচ এফ ডব্লিউ)ৰ…
তেজপুৰত ডি আৰ এল,ডি আৰ ডি অ ৰ প্ৰদৰ্শনীঃ আলোচনা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮জুলাইঃ ডি আৰ ডিঅ’ৰ অধীনস্হ তেজপুৰস্হিত প্ৰতিৰক্ষা গৱেষণাগাৰৰ উদ্যোগত আজি স্হানীয় হেমবৰুৱা ভৱনত এক প্ৰদৰ্শনী আৰু আলোচনা কাৰ্যসূচী অনুষ্ঠিত হয়৷বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ লোকে অংশ গ্ৰহণ…
পুৰণি পেঞ্চন বাহাল কৰা দলেই লাভ কৰিব দেশৰ শাসনভাৰ
এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ সভাত শ্ৰমিক নেতা শিৱগোপাল মিশ্ৰই কলে- যি দলে পুৰণি পেঞ্চন বাহাল কৰিব, সেই দলেই দেশৰ শাসনভাৰ লাভ কৰিবশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ জুলাই : যি দলে পুৰণি পেঞ্চন বাহাল কৰিব, সেই দলেই দেশৰ শাসনভাৰ লাভ…
তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনলৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ,২৩ জুন : তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক শম্ভু নাথ সিঙে যোৱা ২১ জুনত ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে।ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীক সাক্ষাৎ কালত বিশ্ববিদ্যালয়খনৰ…
ট্ৰাকৰ কেবিন বাধ্যতামূলকভাৱে এয়াৰ কণ্ডিচনাৰ হ’বঃ গাডকাৰী
নতুন দিল্লী, ২১ জুনঃ ২০২৫ চনৰ পৰা সকলো ট্ৰাকৰ কেবিন বাধ্যতামূলকভাৱে এয়াৰ কণ্ডিচনাৰ হ’ব লাগিব, যাৰ ফলত প্ৰায়ে ১১-১২ ঘণ্টা অসহ্যকৰ গৰমৰ পৰিৱেশত কটোৱা চালকসকলক অতি প্ৰয়োজনীয় আৰাম প্ৰদান কৰা হ’ব। কঠিন পৰিস্থিতি আৰু পথত দীঘলীয়া সময় কটোৱা…
লখিমপুৰত চিবিএছইৰ অধীনত ইংৰাজী মাধ্যমৰ চৰকাৰী বিদ্যালয় উদ্বোধন মন্ত্ৰী অতুল বৰাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২০জুনঃ লক্ষীমপুৰৰ ঘিলামৰাত আজি এখন আদৰ্শ বিদ্যালয় কৃষি, পশুপালন আৰু পশুচিকিৎসা বিভাগৰ মন্ত্ৰী তথা লক্ষীমপুৰৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানটি কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ…
ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত তেজপুৰৰ প্ৰশান্তৰ দুটাকৈ সোণৰ পদক অৰ্জন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫মে’ঃ দেশৰ পাঞ্জা নিয়ন্ত্ৰণ ব’ৰ্ডৰ দ্বাৰা বাংগালুৰুত আয়োজিত তৃতীয় ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত তেজপুৰৰ প্ৰশান্ত তামুলীয়ে দুটা সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ প্ৰতিযোগীজনে সোঁ আৰু বাওঁ দুয়োখন হাতৰে খেলি এই…
মহিলা মল্লযুঁজাৰুৰ ওপৰত যৌন নিৰ্যাতনৰ চলোৱা সাংসদ ব্ৰীজভূষন শ্বৰণ সিঙক গ্ৰেপ্তাৰৰ দাবীত তেজপুৰত…
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৮ মে’ঃ মহিলা মল্লযুঁজাৰুৰ ওপৰত চলা যৌন নিৰ্যাতনৰ ন্যায় বিছাৰি আৰু অভিযুক্ত বিজেপি সাংসদক গ্ৰেপ্তাৰৰ দাবীত আজি দেশযোৰা প্ৰতিবাদৰ অংশ হিচাপে তেজপুৰতো এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ নিখিল ভাৰত…
লখিমপুৰৰ জীয়ৰী ভৱানী দলেৰ চুটি ছবি ‘সক্ষম’ৰ সৰ্বভাৰতীয় চুটি ছবি প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ মে’ ঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ চুটি ছবি প্ৰতিযোগিতাত লখিমপুৰৰ জীয়ৰী পৰিচালক ভৱানী দলে টাহু আৰু সহকাৰী পৰিচালক গুৱাহাটীৰ গৌৰী শইকীয়াৰ “সক্ষম’’ (Enabled) নামৰ অসমীয়া ভাষাৰ চুটি ছবিখনে সৰ্ব ভাৰতীয় পৰ্যায়ত…
দেশৰ ভিতৰতে ডিজিটেল বিত্তীয় লেনদেনৰ শীৰ্ষত অসমৰ তিনি মহিলা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৩ মে' : দেশৰ গ্ৰামাঞ্চলত ঘৰে ঘৰে ডিজিটেল বিত্তীয় তথা বেংকিং সেৱাসমূহ প্ৰদান কৰি দেশৰ ভিতৰতে শীৰ্ষৰ দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে শোণিতপুৰৰ বিহগুৰি উন্নয়ন খণ্ডৰ অধীনত বৰগাঁৱৰ ধনেশ্বৰী বড়ো৷ ৰাজ্যখনৰ আন…
