Browsing Category

ভাৰত

দেশত এদিনতে নতুন সংক্রমণ ৩৩০৩

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ এপ্ৰিল : ভাৰতত যোৱা ২৪ ঘণ্টাত ৩৩০৩টা নতুন কভিড সংক্রমণৰ তথ্য ৰেকর্ড কৰা হৈছে। তদুপৰি এই ২৪ ঘন্টাত ৩৯ জনৰ মৃত্যু হৈছে বুলিও জনাইছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা। দেশত মুঠ মৃত্যুৰ সংখ্যা হৈছেগৈ…

প্ৰধানমন্ত্ৰী মোদীৰ বছৰৰ প্ৰথমটো বিদেশ ভ্ৰমণ

শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ এপ্ৰিলঃ তিনিদিনীয়া ব্যস্ত ভ্ৰমণসূচী লৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২ মে' তাৰিখে জাৰ্মানী, ডেনমাৰ্ক আৰু ফ্ৰান্সলৈ যাত্ৰা কৰিব। ২০২২ বৰ্ষত প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম বিদেশ ভ্ৰমণ। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত…

আন্তৰাষ্ট্ৰীয় গ্লোৱেল ডাইমন্ড এৱাৰ্ড প্ৰদান

শতাব্দ প্ৰতিনিধি তেজপুৰ,২৭এপ্ৰিলঃ এন্টি কৰাপশ্বন ফাউন্ডেশ্বন অব ইণ্ডিয়াৰ সভাপতি নৰেন্দ্ৰ আৰোৰাৰ সভাপতিত্বত হাৰিয়ানাৰ কাৰনালৰ ডাঃ মংগল সেন প্ৰেক্ষাগৃহ যোৱা ২৪এপ্ৰিলত দিনযোৰা কাৰ্যসূচীৰে ভাৰতৰ ৫২ গৰাকী লোকক আন্তৰাষ্ট্ৰীয় গ্লোৱেল ডাইমন্ড…

ভাৰতবৰ্ষৰ ইতিহাসত সৰ্ববৃহৎ ইনিচিয়েল পাব্লিক অফাৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ এপ্ৰিলঃ অৱশেষত দেশৰ বৃহত্তম বীমা প্ৰতিষ্ঠান ভাৰতীয় জীৱন বীমা নিগমৰ শ্বেয়াৰ বিক্ৰীৰ তাৰিখ আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হৈছে। আজি অনুষ্ঠিত হোৱা এখন সংবাদমেলত এই বিষয়ে সবিশেষ তথ্য প্ৰকাশ কৰা হৈছে। অহা ৪ মে'ত ভাৰতীয়…

নীৰৱতা ভাঙক প্ৰধান মন্ত্ৰী মহোদয়ঃ মুকলি চিঠিৰে আহ্বান ১০৮ প্ৰাক্তন শীৰ্ষ আমোলাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ এপ্ৰিল : ঘৃণাৰ ৰাজনীতিক লৈ উদ্বিগ্ন হৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ চিঠি লিখিলে দেশৰ ১০৮ জন প্রাক্তন আমোলাই। প্রধানমন্ত্রীলৈ লিখা মুকলি চিঠিত প্রাক্তন আমোলাসকলে দিল্লী, অসম, গুজৰাট, হৰিয়ানা, কর্ণাটক, মধ্যপ্রদেশ,…

নাগালেণ্ডৰ সুকীয়া পতাকা আৰু সংবিধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ সন্মত নহয়

শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰ আৰু নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠন সমূহৰ মধ্যস্থতাকাৰী এ কে মিশ্ৰই পুনৰ ন দি ঘোষণা কৰিছে যে, এন এছ চি এন(আই এম)এ দাবী কৰা অনুসৰি এখন সুকীয়া পতাকা আৰু সংবিধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ…

“এটা ষ্টেছন, এটা সামগ্ৰী” – ভাৰতীয় ৰেলৱেৰ নতুন শ্ল’গান

ৰাণু বৰুৱা "এটা ষ্টেছন, এটা সামগ্ৰী" - ভাৰতীয় ৰেলৱেৰ এতিয়া এটা নতুন শ্ল'গান। অভিনৱ এক ধাৰণাৰে ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেটত এনে এটা প্ৰস্তাৱৰ আধাৰতেই ভাৰতীয় ৰেলৱেই ইতিমধ্যে আঁচনিখন প্ৰৱৰ্তনৰ সূচনা কৰিছে। এই আঁচনিখনৰ প্ৰধান উদ্দেশ্য…

উচ্চতম ন্যায়ালয় : ৩ মাহত ৩ জন মুখ্য বিচাৰপতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ এপ্ৰিল : মাত্র ৭৬ দিনৰ ব্যৱধানত ভাৰতৰ ছুপ্রিম ক'র্টৰ প্রধান বিচাৰপতিৰ আসনত বহিব তিনিজন। ইয়াৰ পূৰ্বে ১৯৯১ চনত একে বছৰতে তিনিজন প্রধান বিচাৰপতি পাইছিল ছুপ্রিম ক'র্টে। সেই ঘটনাৰ পুনৰাবৃত্তি ঘটিবলৈ গৈ আছে ২০২২ চনত।…

সামৰিক ব্যয়ৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ দেশ

শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ এপ্ৰিলঃ ষ্টকহ'ম ইণ্টাৰনেশ্যনেল পীচ ৰিছাৰ্চ ইন্সটিটিউটে আজি প্ৰকাশ কৰা এখন প্ৰতিবেদনত উল্লেখ কৰা মতে, ২০২১ চনৰ বৰ্ষটোত বিশ্বৰ দেশসমূহে ২,১১৩ বিলিয়ন আমেৰিকান ডলাৰ সামৰিক সাজ-সজ্জাত ব্যয় কৰিছে। যোৱা বছৰটোতকৈ ইয়াৰ…

সকলোৰে বাবে পেঞ্চন সুবিধা কেন্দ্ৰীয় চৰকাৰৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো শ্ৰেণীৰ নাগৰিকৰ বাবে কেইবাখনো বিশেষ আঁচনি প্ৰচলন কৰি আহিছে। আজি এনে এখন আঁচনিৰ কথা আপোনাক জনাব খুজিছো যি আপোনাৰ বাবে লৈ আহিব প্ৰতিমাহে ৫০০০ হেজাৰকৈ টকা। আটাইতকৈ উল্লেখনীয় কথাটো…