Browsing Category
ভাৰত
কভিডঃ আক্ৰান্তৰ সংখ্যা কমিলেও বাঢ়িছে মৃত্যুৰ হাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : দেশত দৈনিক ক'ৰণা আক্রান্তৰ সংখ্যা কমিলেও সেয়া এতিয়াও চাৰে তিনি হাজাৰ চোওঁ চোওঁ। বাঢ়িল দৈনিক মৃত্যুৰ সংখ্যা। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰিসংখ্য অনুযায়ী, ৮ মে'ৰ দিনা দেশত কৰ'ণাত আক্রান্ত হৈছে ৩ হাজাৰ…
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ কৃপাল কলিতা ৰ “হাতী বন্ধু”
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৮ মে': কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ ফিল্ম ডিভিজনে আয়োজন কৰা ১৭ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখালৈ নিৰ্বাচিত হৈছে কৃপাল কলিতা পৰিচালিত তথ্যচিত্ৰ…
চীনে পাৰিছে, আমিও পাৰিম ! বৰ্ডাৰ ৰ’ডছক নিৰ্দেশ প্ৰতিৰক্ষা মন্ত্ৰীৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ মে' : সীমান্ত এলেকাত পৰিকাঠামো বৃদ্ধিৰ কাম কিমান দ্রুততাৰে কৰিব পৰা যায়, সেয়া অধ্যয়ন কৰি চোৱাৰ বাবে সীমান্ত পথ সংস্থাক নির্দেশ দিছে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে। মূলতঃ প্রকৃত নিয়ন্ত্রণ ৰেখাৰ ওচৰা ওচৰিকৈ যিদৰে…
বিমানৰ কনফাৰ্মড টিকট থকা যাত্ৰীক ব’ৰ্ডিং কাৰ্ড নিদিলে বিমান সংস্থা জগৰীয়া হব
শতাব্দ বিশেষ প্ৰতিনিধি, ৭ মে' : এতিয়াৰে পৰা ভাৰতৰ কোনো বিমান সংস্থাই যাত্ৰাৰ কনফাৰ্মড টিকট থকা স্বত্বেও আৰু নিৰ্ধাৰিত সময়ৰ পূৰ্বে বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতো যাত্ৰীক ব'ৰ্ডিং কাৰ্ড নিদিয়াকৈ থাকিব নোৱাৰিব। আৰু যাত্ৰীৰ লগত এনে ব্যৱহাৰ…
ক্ৰমে টুটি আহিছে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভঁৰাল
শতাব্দ বিশেষ প্ৰতিনিধি, ৭ মে' : শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা মতে ২৯ এপ্ৰিল তাৰিখে অন্ত পৰা সপ্তাহটোত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভঁৰাল ২.৬৯৫ বিলিয়ন ডলাৰ হ্ৰাস হৈ ৫৯৭.৭২৮ বিলিয়ন ডলাৰ হৈছৈগৈ। বছৰটোত এই প্ৰথমবাৰৰ বাবে বৈদেশিক মুদ্ৰাৰ…
ট্ৰেক কঁপাবলৈ সাজু ভাৰতৰ দ্রুততম ৰেল
দাদুল দেৱকৃষ্ণ বৰুৱা
সপোন বাস্তৱ হ'বলৈ আৰু বেছি দিন নাই। এইবাৰ ভাৰতৰ মাটিতো চলিব দ্রুতগতিৰ ৰেল; যি ৰেলে গন্তব্যত পোৱাই দিব খুব কম সময়তে। ৰেল পলমকৈ অহা-যোৱা কৰা সময়সূচী আৰু বাতিল হোৱাৰ ৰেকর্ড সৃষ্টিত আগৰণুৱা ভাৰতত এয়াও যে সম্ভৱ, সেই কথা…
বিশ্ব সংবাদ মাধ্যমৰ স্বতন্ত্ৰ সূচাংক ২০২২ত ভাৰত অৱনমিত
শতাব্দ বিশেষ প্ৰতিনিধি, ৪ মে': বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ স্বাধীনতা এতিয়া মুঠেও সুৰক্ষিত নহয়। আৰু ক্ৰমে ক্ৰমে এই স্বাধীনতাৰ অৱক্ষয় ঘটাৰহে উপক্ৰম হৈছে। ৩ মে'ত বিশ্ব সংবাদ মাধ্যম…
ফ্লাৱাৰ নহি ফায়াৰ হো মেই: মোৰ বিৰুদ্ধে গোচৰ তৰাসকল গডছে’ৰ ভক্ত–জিগনেছ মেৱানী
শতাব্দ প্ৰতিনিধি, ৩ মেঃ ফুল নহয় মই জুইহে।মোৰ বিৰুদ্ধে গোচৰ তৰাসকল নাথুৰাম গডছেৰ ভক্ত--এই অভিযোগ গুজৰাটৰ নিৰ্দলীয় বিধায়ক জিগনেছ মেৱানীৰ।আজি দিল্লীত কংগ্ৰেছ মঞ্চৰ তৰফৰপৰা এই অভিযোগ প্ৰদান কৰি তেওঁ কয় - গুজৰাটৰ বিধান সভাৰ…
ভাৰতৰ বিমান বন্দৰত আৰম্ভ হৈছে টেক্সিব’ট সেৱা
শতাব্দ বিশেষ প্ৰতিনিধি, ৩ মে' : অসামৰিক বিমান পৰিৱহণৰ ক্ষেত্ৰত ইন্ধন ৰেহাই, কাৰ্বন নিৰ্গমন হ্ৰাসকে ধৰি কেইবাটাও কাৰণৰ বাবে বিমান বন্দৰ সমূহত এতিয়া টেক্সিব'ট (TaxiBot) নামৰ এটা নতুন পদ্ধতিৰ সংযোজন ঘটিছে। 'টেক্সিব'ট' হৈছে বিমান এখন টানি অনা…
দেশজুৰি পৰ্যটনৰ সমীক্ষা চলোৱাৰ প্ৰস্তুতি
শতাব্দ বিশেষ প্ৰতিনিধি, ১ মেঃ দেশৰ কোনোবা ঠাইলৈ ফুৰিবলৈ গ'লে এতিয়াৰে পৰা আপোনাক নিৰীক্ষণ কৰা হ'ব পাৰে। কোনো এডোখৰ পৰ্যটন স্থলীত আপুনি ক'ৰ পৰা আহিছে, ক'ত আছে, কি কি দৰ্শন কৰিলে, কিমান ধন ব্যয় কৰিলে ইত্যাদি প্ৰশ্নৰ মুখামুখি হয়তো আপুনি…
