Browsing Category
ভাৰত
চিমেণ্ট উৎপাদনত ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ প্ৰস্তুতকৰ্তা হিচাপে আদানিৰ হঠাৎ উত্থান
শতাব্দ বিশেষ প্ৰতিনিধি, ১৬ মে' : বিশ্বৰ পঞ্চম আৰু এছিয়া মহাদেশৰ শীৰ্ষস্থানৰ ধনী ব্যৱসায়ী গৌতম আদানিৰ ব্যৱসায়িক সাম্ৰাজ্য বিস্তাৰৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰাৰ চেকুৰ পূৰ্ণগতিত অব্যাহত আছে। এইবাৰ ভাৰতবৰ্ষৰ চিমেণ্ট উদ্যোগত প্ৰৱেশ ঘটিছে আদানি…
ভাৰতৰ মাটিত পৰিল ৰহস্যময় ধাতৱ গোলক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ মে' : মহাকাশৰ পৰা ভাৰতৰ মাটিত পৰিল ধাতৱ গোলক। সেয়াও কেৱল এঠাইতেই নহয়; গুজৰাটৰ আনন্দ জিলাৰ তিনিখন পৃথক ঠাইত এই আশ্চর্যকৰ ঘটনাটো ঘটিছে। স্থানীয় সূত্রত প্ৰকাশ যে, ১২ মে'ৰ বিয়লি আনন্দ জিলাৰ ভালেজ, খাম্ভোলজ আৰু…
নতুন মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ
শতাব্দ বিশেষ প্ৰতিনিধি, ১২ মে' : কেন্দ্ৰীয় আইন আৰু ন্যায় বিভাগে আজি জাৰি কৰা এক নিৰ্দেশ মৰ্মে অহা ১৫ মে' তাৰিখে ভাৰতৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে যোগদান কৰিব ৰাজীৱ কুমাৰে। বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই অৱসৰ গ্ৰহণ…
‘এয়াৰ ইণ্ডিয়া’ৰ নতুন মুৰব্বী কেম্পবেল উইলছন
শতাব্দ বিশেষ প্ৰতিনিধি, ১২ মে' : অৱশেষত জল্পনা-কল্পনাৰ অন্ত পেলাই টাটা গ্ৰুপে 'এয়াৰ ইণ্ডিয়া'ৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিছে কেম্পবেল উইলছনক। ইয়াৰ পূৰ্বে কেম্পবেল ছিংগাপুৰ এয়াৰলাইন্সৰ এটা কম মূল্যৰ…
ৰাষ্ট্রদ্রোহ আইন স্থগিত ঐতিহাসিক নির্দেশ ছুপ্রিম ক’ৰ্টৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ মে' : ছুপ্রিম ক'ৰ্টত পুনৰ মুখ থেকেচা খালে কেন্দ্র চৰকাৰে। আপাতত স্থগিত হৈ পৰিল ৰাষ্ট্রদ্রোহ আইনৰ প্রয়োগ। প্রধান বিচাৰপতিৰ ডিভিজন বেঞ্চে জনাই দিয়ে, কেন্দ্রীয় চৰকাৰে যেতিয়ালৈকে ব্রিটিছ আমোলত তৈয়াৰী আইনৰ…
‘শিৱ-হৰি’ৰ শিৱ আৰু নাই মৰ্ত্য ধামত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : বিখ্যাত সন্তুৰ বাদক পণ্ডিত শিৱ কুমাৰ শর্মাৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪ বছৰ। বিখ্যাত শিল্পীজনাৰ প্রয়াণত সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰিছে। টুইট কৰি শোক প্রকাশ কৰিছে দেশৰ প্রধান মন্ত্রী…
চীনে জীয়াই ৰাখিব বিচাৰিছে সীমান্ত বিবাদ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : লাদাখ সীমান্তত সংঘাত নিৰাময়ত চীনৰ কিমান ইচ্ছা আছে, তাক লৈ প্রশ্ন তুলিলে স্বয়ং দেশৰ সেনা প্রধান জেনেৰেল মনোজ পাণ্ডেই। তেওঁ জনায়, ভাৰতে বিচাৰিছে সীমান্তলৈ ঘূৰি আহক শান্তি আৰু স্বস্তি। তেওঁ কয় যে, এই…
সর্বকালৰ অভিলেখ ভাঙি নিম্নগামী টকাৰ মূল্য
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : ভাৰতীয় অর্থনীতিত তীব্ৰ জোকাৰণি। ভাৰতীয় মুদ্রাৰ মূল্য ডলাৰৰ তুলনাত অধিক নিম্নগামী। সর্বকালৰ অভিলেখ ভাঙি এক ডলাৰৰ মূল্য বাঢ়ি হ'ল ভাৰতীয় মুদ্রাত ৭৭.৪২ টকা। ইয়াৰ পূৰ্বে কেতিয়াও ভাৰতীয় মুদ্রাৰ ইমান অবমূল্যায়ন…
দেশদ্রোহিতা আইন পুনর্বিবেচনাৰ সিদ্ধান্ত কেন্দ্রৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : কিছুদিনৰ ব্যৱধানত ১৮০ ডিগ্রীলৈ ঘূৰিছে কেন্দ্রীয় চৰকাৰ। বিগত সপ্তাহত ছুপ্রিম ক'র্টত কেন্দ্রই জনাইছিল যে, নতুনকৈ ভাৰতীয় দণ্ডবিধিৰ ১২৪এ ধাৰাৰ পুনর্বিবেচনাৰ প্রয়োজন নাই। কিন্তু ৯ মে' সোমবাৰে শীর্ষ আদালতত নৰেন্দ্র…
আৰু এটা চৰকাৰী সংস্থা বিলগ্নীকৰণৰ পথত কেন্দ্রঃ শীঘ্রেই আহ্বান জনাব বিড
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে: চৰকাৰে এই বছৰৰ ছেপ্টেম্বৰৰ ভিতৰত ছিপিং কর্প'ৰেচন অব ইণ্ডিয়াৰ বাবে আর্থিক বিডৰ আহ্বান জনাব পাৰে । পিটিআই সূত্রৰ খবৰ— কোম্পানীৰ ‘নন-কোৰ’ সম্পদ সংস্থাৰ পৰা পৃথক কৰা হয়। এই প্রক্রিয়া সম্পন্ন হ'লেই সংস্থাৰ…
