Browsing Category
ভাৰত
ভাৰতত চলিব চালকবিহীন মেট্ৰ’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ অক্টোবৰঃ চালক অবিহনে মেট্ৰ’ চলিব? হয়, আপুনি ঠিকেই পঢ়িছে। এইবাৰ মেট্ৰ’ত ড্ৰাইভাৰৰ চিটত কোনো নবহাকৈ ছিগনেলিং ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি সম্পূৰ্ণ ৰে’ল চলিব। দেশত প্ৰথমবাৰৰ বাবে চেন্নাইত আৰম্ভ হ’বলৈ গৈ আছে এই সেৱা।…
দিবাং উপত্যকা পৰিদৰ্শন ৰাজনাথ সিঙৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ২৯ ছেপ্টেম্বৰ বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ দিবাং উপত্যকাৰ ফৰৱাৰ্ড এলেকাসমূহ পৰিদৰ্শন কৰে। অৰুণাচল প্ৰদেশৰ দিবাং উপত্যকাৰ ফৰৱাৰ্ড এলেকাসমূহ ভ্ৰমণৰ…
অসম-অৰুণাচলৰ দুদিনীয়া ভ্ৰমণ সূচীৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ উপস্থিত দিনজানত
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৮ ছেপ্টেম্বৰঃ অৰুণাচল প্ৰদেশৰ তথা ভাৰত চীন আন্তৰাষ্ট্ৰীয় সীমান্তত দেশৰ প্ৰতিৰক্ষা শিবিৰ সমূহ পৰিদৰ্শন কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণ সূচীৰে আজি ৰাজ্যত পদাৰ্পণ কৰিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷ প্ৰতিৰক্ষা…
পি এফ আইকে ধৰি একাধিক সংগঠনক নিষিদ্ধ ঘোষণা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ ছেপ্টেম্বৰ : মুছলমান উগ্ৰপন্থী সংগঠন পি এফ আইক ভাৰত চৰকাৰে নিষিদ্ধ কৰিছে। ইয়াৰ পিছত ইটোৰ পিছত সিটোকৈ চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। পিএফআইৰ কাৰ্যালয়ৰ পৰা বোমা নিৰ্মাণৰ সূত্ৰৰ পৰা আৰম্ভ কৰি ভাৰতক ইছলামিক ৰাষ্ট্ৰলৈ…
প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা : আৰু ৩ মাহৰ বাবে বিনামূলীয়া ৰেচন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ ছেপ্টেম্বৰ : কেন্দ্ৰই প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (PMGKAY)ৰ অধীনত ৰেচন বিতৰণৰ সময়সীমা বৃদ্ধি কৰিছে। কেন্দ্ৰই ঘোষণা কৰিছে যে অহা তিনিমাহ অৰ্থাৎ ২০২২ চনৰ ডিচেম্বৰ মাহলৈকে বিনামূলীয়া ৰেচন দিয়া হ’ব। মন…
আশা পাৰেখলৈ দাদাচাহেব ফাল্কে বঁটা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ ছেপ্টেম্বৰ : প্ৰবীণ অভিনেত্ৰী আশা পাৰেখক ভাৰতীয় চিনেমাৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অপৰিসীম অৱদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্বৰ্ধনা জনাব অভিনেত্ৰীগৰাকীক।…
১৯ বছৰ বয়সতে ১০০০ কোটিৰ সম্পত্তি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ ছেপ্টেম্বৰ : শেহতীয়াকৈ AIIFL Wealthই প্ৰকাশ কৰিছে Hurun India Rich List 2022। দেশৰ আটাইতকৈ ধনী লোকসকলে এই তালিকাত স্থান লাভ কৰিছে। তাত কেইবাজনো ষ্টাৰ্ট-আপ বিল্ডাৰৰ নামো ৰখা হৈছে। তাৰে এজন হৈছে কৈবাল্য বহৰা। এই…
সাংবাদিকৰ সুৰক্ষাৰ কাৰণে দেশজুৰি শক্তিশালী সংগ্ৰাম কৰিব লাগিব – পৰমানন্দ পাণ্ডে
হায়দৰাবাদৰ পৰা অমৰজ্যোতি আৰন্ধৰা ,২৪ ছেপ্টেম্বৰ; দেশজুৰি কৰ্মৰত সাংবাদিকসকলৰ সমস্যা আছে । দা - দৰ্মহাৰ সমস্যা , পেঞ্চনৰ সমস্যা , জীৱন বীমা , চিকিৎসা সমস্যা আদি । বিশেষকৈ কৰ্মৰত সাংবাদিকৰ সুৰক্ষাৰ বিষয়টো গুৰুত্বপূৰ্ণ হৈ পৰিছে। সাংবাদিকৰ…
সৰ্বভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভালৈ অসমৰ ১৫ জনীয়া সাংবাদিকৰ দল ৰাওনা
গুৱাহাটী, ২২ ছেপ্টেম্বৰ : সৰ্বভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ (ইণ্ডিয়ান ফেডাৰেচন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট) ৭৪ সংখ্যক ৰাষ্ট্ৰীয় পৰিষদৰ সভাখন অহা ২৩ আৰু ২৪ ছেপ্টেম্বৰত তেলেঙ্গনা ৰাজ্যৰ হাইদৰাবাদত অনুষ্ঠিত হব। তেলেঙ্গনা জাৰ্নেলিষ্ট ইউনিয়নৰ আহবান মৰ্মে…
তিনি দশকৰ পাছত কাশ্মীৰত মুকলি চিনেমা হল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ ছেপ্টেম্বৰ : ৩০ বছৰৰ মূৰত জম্মু-কাশ্মীৰত মুকলি হৈছে চিনেমা হল। ১৯৮০ চনৰ পিছত আকৌ এবাৰ কাশ্মীৰৰ জনসাধাৰণ বাটলৈ আহিব। জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই ১৮ ছেপ্টেম্বৰ দেওবাৰে কাশ্মীৰত দুটা মাল্টিপ্লেক্স…
