Browsing Category

লিড

বৰ্ণাঢ্য ৰূপত দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱ আৰম্ভ 

শতাব্দ প্ৰতিনিধি, দিচাংমুখ, ২৬ ডিচেম্বৰঃ অসমৰ থলুৱা পৰ্যটন উদ্যোগক গতি প্ৰদান কৰাৰ লক্ষ্যৰে দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱ আজিৰে পৰা আৰম্ভ হৈছে। দিচাং-ব্ৰহ্মপুত্ৰঃ ২০২২ উৎসৱ উদযাপন সমিতিৰ উদ্যোগত দিচাং-ব্ৰহ্মপুত্ৰ ইক' টুৰিজিম ডেভেলপমেন্ট কমিটি,…

অসম-অৰুণাচলত বায়ুসেনাৰ বৃহৎ অনুশীলন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫ডিচেম্বৰঃ কালিৰে পৰা অসম আৰু অৰুণাচলক সামৰি দুদিনীয়াকৈ চলোৱা হৈছে দেশৰ বায়ুসেনাৰ এক বৃহৎ অনুশীলন৷ যোৱা ৯ ডিচেম্বৰৰ পাছত অৰুণাচল প্ৰদেশৰ ভাৰত চীন আন্তৰাষ্ট্ৰীয় সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত দুয়োপক্ষৰ সেনাৰ…

ৰাজ্যৰ বহু ঠাইতে এনেকুৱা দলঙেৰেই চলে বিপজ্জনক যাতায়াত ( ফটো সংবাদ)

এইখন শিৱসাগৰ দিচাংমুখ ঘাটৰ পৰা মাজুলী জিলাৰ চৰ চাপৰিলৈ যোৱা দলং... ৰাজ্যৰ বহু ঠাইতে এনেকুৱা দলঙেৰেই চলে বিপজ্জনক যাতায়াত... ৰাইজে চৰকাৰক কৰা দাবীবোৰ পূৰণ  হব কেতিয়া !আলোকচিত্ৰঃ আব্দুল মতিন

অসমৰ বাবে ৰেল কেতিয়া সুলভ হ’ব-ৰেলযাত্ৰী সংস্থা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১১ ডিচেম্বৰঃ অসমত ৰে'ল সম্পৰ্কীয় বিষয়বোৰৰ ক্ষেত্ৰত অসম ৰেলযাত্ৰী সংস্থাই আজি ৰঙিয়াত অনুষ্ঠিত এক সংবাদমেলত বিস্তৃতভাবে সদৰী কৰে। সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই জনোৱা মতে- ১) ৰঙিয়া জংচনত ১২৪২৩ ৰাজধানী ষ্টপেজ :…

এটাও চৰকাৰী চাকৰি নথকা গাঁওখন…

নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ ‘গাঁৱলৈ যাওঁ বলক’ কাৰ্যসূচীঃ বঞ্চনাৰ অন্য নাম লোহিত খাবলুৰ চেঙামাৰী মৰতপুৰ কৈৱৰ্ত গাঁওঃ মৰতপুৰলৈ যাবলৈ নাই কোনো পথ, নাৱেই একমাত্ৰ ভৰষা গাঁওবাসীৰঃ উচ্ছেদ জাননী প্ৰত্যাহাৰৰ দাবীশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ,…

জামুগুৰিহাটত পথ দুৰ্ঘটনা : নিহত ১

জামুগুৰিহাট, ৭ ডিচেম্বৰ : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শান্তিপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত এক পথ দুৰ্ঘটনাত ৰঞ্জিত শইকীয়া (৬০) নামৰ এজন লোকৰ মৃত্যু হয়। মৃত লোকজনৰ ঘৰ অঞ্চলটোৰ পাঁচিগাঁৱত। ব্যক্তিজনে চাইকেল চলাই কুসুমটোলালৈ আহি থকা…

লখিমপুৰত ভূমি পঞ্জীয়নৰ নামত ধনৰ লেন-দেন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৫ ডিচেম্বৰ : উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বক্ৰ পথেৰে বৃহৎ পৰিমাণৰ ধনৰ লেনদেনৰে ভূমি পঞ্জীয়ন কৰা এজন বিষয়াসহ এজন দালাল যোৱানিশা আৰক্ষীৰ জালত পৰে৷ আৰক্ষীৰ জালত পৰা এই লোক দুজন হৈছে উত্তৰ লখিমপুৰ…

তিনিচুকীয়াৰ উন্নয়ন আয়োগৰ বৈঠকত কঠোৰ উপায়ুক্ত

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ ডিচেম্বৰ : তিনিচুকীয়া জিলা উন্নয়ন আয়োগৰ বৈঠকত আজি (৫ ডিচেম্বৰ) উপায়ুক্ত নৰসিং পৱাৰে আঁচনি ৰূপায়ণত গাফিলতি কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত নৰসিং পৱাৰৰ সঞ্চালনাত…

প্লাষ্টিকমুক্তৰে সৌন্দৰ্যময় হ’ব সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ডিচেম্বৰঃ বাৰ বৈষ্ণৱৰ জন্মস্থান তথা বুৰঞ্জী প্ৰসিদ্ধ পিছলাপৰীয়া ৰণৰ স্থান ৰূপে প্ৰসিদ্ধি লাভ কৰা লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰত এইবাৰ অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ ৭৬ সংখ্যক অধিৱেশন। কেইবাটাও দিশৰ পৰা এইবাৰৰ…

শিক্ষকৰ হুংকাৰ– মুঠেও ব্যৱহাৰ নকৰে এপচ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩০ নৱেম্বৰঃ শোণিতপুৰ জিলাৰ সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ অধীনৰ বালিপৰা, গাভৰু, ঢেকীয়াজুলি আৰু নদুৱাৰ খণ্ডৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আজি নিজ নিজ খণ্ডত স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচী পালন কৰি অসম চৰকাৰৰ…