Browsing Category
লিড
লখিমপুৰ, বিশ্বনাথ, পাপুমপাৰেৰ আন্তঃৰাজ্যিক সীমান্তৰ বিবদমান অংশক লৈ সহমতত উপনীত অসম-অৰুণাচল
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ইটানগৰ, ৯ জানুৱাৰী : লখিমপুৰ, বিশ্বনাথ, পাপুমপাৰে সংলগ্ন আন্তঃৰাজ্যিক সীমান্তৰ বিবদমান অংশৰ স্থায়ী সমাধান সূত্ৰ নিৰূপণৰ দিশত পাৰস্পৰিক বুজাবুজিৰ আধাৰত আজি অসম আৰু অৰুণাচল প্ৰদেশ উভয়ে সহমতত উপনীত হয়। লখিমপুৰ, শোণিতপুৰ…
পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাবৰ বাবে আৰক্ষী-প্ৰশাসন সাজু
পাভত ৬ শতাধিক নিৰাপত্তাৰক্ষীৰ সমৰ সজ্জা
শোণিতপুৰ আছুৰ অধিৱেশনৰ সামৰণি
সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ৰাজনৈতিক মুনাফা বা ধৰ্মৰ ভিত্তিত হব নোৱাৰিবঃশংকৰ জ্যোতি বৰুৱা
চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে টঙালি বান্ধিব ৰে’ল শ্ৰমিকে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ জানুৱাৰী : এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক আৰু সাধাৰণ পৰিষদৰ সভা ৭ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈকে বৰাক উপত্যকাৰ বদৰপুৰত অনুষ্ঠিত হ'ব । ৰে'ল শ্ৰমিক সংগঠনটোৰ এই কাৰ্য্যনিৰ্বাহক আৰু…
বিশ্ব ব্ৰেইল দিৱস উদ্যাপন
উত্তৰ লখিমপুৰ, ৪ জানুৱাৰীঃ আজি উত্তৰ লখিমপুৰ নগৰ মজলীয়া বিদ্যালয়ত খণ্ড পৰ্যায়ত বিশ্ব ব্ৰেইল দিৱসটি দিনযোৰা কাৰ্যসূচীৰে উদ্যাপন কৰা হয়।পুৱা ৯বজাত পতাকা উত্তোলন কৰে উত্তৰ লখিমপুৰ নগৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতুমনি দত্তই।পুৱা ১০বজাত…
ৰাজ্যৰ চাহ শ্ৰমিকৰ ভৱিষ্যনিধিৰ ২২৩ কোটি ১ লাখৰ অধিক টকা অনাদায়
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩ জানুৱাৰী: অসমৰ স্হায়ী আৰু অস্হায়ী তথা অৱসৰপ্ৰাপ্ত লাখ লাখ চাহ শ্ৰমিকৰ দৰমহাৰ পৰা কৰ্তন কৰা কোটি কোটি টকাৰ ভৱিষ্যনিধিৰ ধনৰ লগতে চাহ বাগিচাৰ মালিকসকলে আদায় দিবলগীয়া ভৱিষ্যনিধিৰ অংশ সংশ্লিষ্ট কাৰ্যালয়ত জমা দিয়া…
“মধ্যাহ্ন ভোজন আঁচনি” সলনি হব “প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আঁচনি”লৈ
তেজপুৰত জিলা প্ৰশাসনৰ উদ্যোগত বিশেষ প্ৰশিক্ষণ - কৰ্মশালা সম্পন্ন
কাশীৰ পৰা নদীপথেৰে ডিব্ৰুগড়লৈ দীৰ্ঘতম প্ৰমোদ ভ্ৰমণ
শতাব্দ পৰ্যটন প্ৰতিবেদক, ৩ জানুৱাৰীঃ সুদূৰ কাশীৰ পৰা নদীপথেৰে পশ্চিমবংগ- ঢাকা হৈ ডিব্ৰুগড়লৈ প্ৰমোদ ভ্ৰমণ ! ৩২০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশ্বৰ আটাইতকৈ দীঘল জলপথ অতিক্ৰম কৰিব এই প্ৰমোদ তৰীয়ে। এই দীৰ্ঘ যাত্ৰাকালত জাহাজখনে যাত্ৰী আৰু পৰ্যটকক মুঠ…
কোৱাবাৰী দলনিত জলপক্ষীয়ে হেৰুৱাই পেলাইছে বিচৰণ ক্ষেত্ৰ- গভীৰতা হ্ৰাস
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ জানুৱাৰীঃ ঢকুৱাখনাৰ মেগামিক্স প্ৰকৃতি সংঘই প্ৰতিটো ইংৰাজী বছৰৰ প্ৰথম দিনটোৰ পুৱা ভাগত কোৱাবাৰী দলনি পক্ষী প্ৰসিদ্ধ (Important Birds Area) ক্ষেত্ৰত পক্ষী নিৰীক্ষণ আৰু সমীক্ষা কাৰ্যসূচীৰে শুভাৰম্ভ কৰাতো এটা অন্যতম…
ৰাজ্যপালৰ নৰ্থ লখিমপুৰ মহাবিদ্যালয়-মাধৱদেৱ বিশ্ববিদ্যালয় পৰিদৰ্শন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ ডিচেম্বৰঃ অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে আজি নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত) পৰিদৰ্শন কৰে। কলেজ কৰ্তৃপক্ষই জনোৱা মতে এই ভ্ৰমণ মূলতঃ ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ বাবে আৰু মহাবিদ্যালয়খনক প্ৰস্তাৱিত…
