Browsing Category

লিড

বজাৰলৈ ছাৰ্ভাইকেল কেন্সাৰৰ ভেকচিন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাই : পুনেৰ ছিৰাম ইনষ্টিটিউটে কৰ’না ভেকচিন প্ৰস্তুত কৰি সমগ্ৰ বিশ্বত কভিড সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছিল। এইবাৰ সেই আদৰ পুনাৱালাৰ কোম্পানী ছেৰামে বজাৰলৈ আনিছে মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ…

এছ বি আইৰ বাহিৰে ব্যক্তিগত খণ্ডলৈ যাব বহুকেইটা ৰাজহুৱা খণ্ডৰ বেংক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : ব্যক্তিগত বেংকসমূহ চৰকাৰী বেংক (পিএছবি)ৰ এক বিশ্বাসযোগ্য বিকল্প হৈ পৰিছে। গতিকে চৰকাৰে ভাৰতীয় ষ্টেট বেংক (এছবিআই)ৰ বাহিৰে সকলো চৰকাৰী বেংকৰ ব্যক্তিগতকৰণৰ পথত খোজ আগবঢ়াব লাগে। নেচনেল কাউন্সিল অৱ এপ্লাইড…

১৮ বছৰৰ ওপৰৰ সকলোলৈকে বিনামূলীয়া বুষ্টাৰ ড’জ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : ১৫ জুলাই, অৰ্থাৎ কাইলৈৰ পৰা সকলো চৰকাৰী প্ৰতিষেধক কেন্দ্ৰত বিনামূলীয়াকৈ উপলব্ধ হ’ব বুষ্টাৰ ড’জ। এতিয়ালৈকে চৰকাৰী প্ৰতিষেধক কেন্দ্ৰসমূহত মাত্ৰ ৬০ বছৰীয়া লোক, কোভিড যোদ্ধা আৰু স্বাস্থ্যকৰ্মীসকলেহে…

উত্তৰ বংগ, ছিকিমৰ পিছত অৰুণাচল পালেহি নাইৰোবি ফ্লাই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : ছিকিম, উত্তৰ বংগ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পিছত নাইৰোবি ফ্লাই নামৰ মাখিবিধ লাহে লাহে অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। ৰাজ্যখনৰ ৰামকৃষ্ণ মিছন হাস্পতালৰ…

দেশ ‘পুলিচ ষ্টেট’ হ’ব নালাগে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই: মহম্মদ জুবাইৰক আজি ১২ জুলাইত উচ্চতম ন্যায়ালয়ত জামিন প্ৰদান কৰা হয়। কিন্তু পাটিয়ালা হাউছ কোৰ্টৰ আন এক গোচৰৰ শুনানি স্থগিত ৰখাৰ বাবে অভিযুক্ত সাংবাদিকগৰাকী আপাততঃ কাৰাগাৰত থাকিবলগা হৈছে। এনে অৱস্থাত জামিন…

নিউয়ৰ্কৰ পাঁচগুণ এলেকাৰ বন ধ্বংস আমাজনৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই : চলিত বৰ্ষৰ প্ৰথম ছমাহত অভিলেখ সংখ্যক আমাজন বৰ্ষাৰণ্যৰ অৰণ্য কাটি মুকলি কৰা হৈছে। এই কথা প্ৰকাশ কৰিছে ব্ৰাজিলৰ মহাকাশ সংস্থা ইনপে। উপগ্ৰহ প্ৰেৰিত ফটোত দেখা গৈছে যে, আমাজন বৰ্ষাৰণ্যত নিউয়ৰ্ক চহৰৰ পাঁচগুণ…

দেশৰ সকলোতকৈ বয়সস্থ ঢেঁকীয়াপতীয়া বাঘৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুলাই : বেতাজ বাদশ্বাহ ৰাজাই বন্দী অৱস্থাত জীৱনৰ অন্ত পেলালে। ভাৰতৰ আটাইতকৈ বয়সস্থ বাঘটো আছিল বন্দী অৱস্থাত থকা ৰাজা। আজি মৃত্যুৰ সময়ত বয়স হৈছিল ২৫ বছৰ। আলিপুৰদুৱাৰৰ দক্ষিণ খৈৰবাৰী বাঘ পুনৰ্বাসন কেন্দ্ৰত নিৰৱ…

‘ডাবল ইঞ্জিন’ৰ ৰাজ্যত শিক্ষাৰ মান নিম্নতম স্তৰত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুলাই : ‘ডাবল ইঞ্জিন’ চৰকাৰৰ সফলতাৰ দাবী যে বিফল, সেয়া প্ৰমাণ কৰিছে হ’ল স্বয়ং কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনে। শেহতীয়াকৈ বিগত সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ সৰু-বৰ নেতাসকলে ‘ডাবল ইঞ্জিন’…

আত্মনিৰ্ভৰঃ ১৩ হাজাৰ কোটি টকাৰ সামৰিক সঁজুলি ৰপ্তানি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : ২০২১-২২ চনত ভাৰতে অভিলেখ সংখ্যক প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছে। বছৰটোত ভাৰতে প্ৰায় ১৩ হাজাৰ কোটি টকা মূল্যৰ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছে। যিটো বিগত বছৰৰ তুলনাত প্ৰায় ৫৪ শতাংশ বেছি। এগৰাকী শীৰ্ষ…

সুষম খাদ্যৰ পৰা বঞ্চিত ৯৭ কোটি ভাৰতীয়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : সুষম আহাৰ কমেও ৬১% ভাৰতীয়ৰ সাধ্যৰ বাহিৰত। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই কৰা এক অধ্যয়নৰ পৰা এই তথ্য লাভ কৰিছে। প্ৰতিবেদন অনুসৰি, সংখ্যাৰ হিচাপত ভাৰতৰ প্ৰায় ৯৭ কোটি লোক বৰ্তমান সুষম খাদ্যৰ পৰা বঞ্চিত…