Browsing Category

লিড

ভাৰততেই সৰ্বাধিক ইণ্টাৰনেট বন্ধ কৰা হয়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ এপ্ৰিলঃ  কা আন্দোলনৰ সময়ৰ কথা মনত আছেনে? ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন কৰাৰ বাবে যে অসমত হাহাকাৰ লাগিছিল। কেৱল অসমতেই নহয়, সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰততেই সকলোতকৈ বেছি ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন কৰা হয়। ২০২১ চনত ভাৰতত…

নীৰৱ ঘাতক উষ্ণ প্ৰবাহঃ কৃষি- স্বাস্থ্যত বিৰূপ প্ৰভাব

শতাব্দ বিশেষ প্ৰতিনিধি, ২৯ এপ্ৰিলঃ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ বাহিৰে এইকেইদিন উৎকট গ্ৰীষ্মপ্ৰবাহৰ ফলত সমগ্ৰ দেশতে জনসাধাৰণৰ জীৱন দুৰ্বিষহ হৈ পৰিছে। কেইবাখনো ঠাইত পাৰাস্তম্ভই ৪৫ ডিগ্ৰী ছেণ্টিগ্ৰেড স্পৰ্শ কৰিছে। তাপপ্ৰবাহৰ ফলত কেইবাজনো…

৬০ বছৰ পিছত উভতিল নালন্দাৰ ‘বুদ্ধিসত্ত্ব মৈত্ৰেয়’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ এপ্ৰিলঃ বিদেশৰ বজাৰত চোৰাংকৈ বিক্ৰী কৰা ঐতিহাসিক ভাৰতীয় মূৰ্তি কিছুমান ভাৰত চৰকাৰে ক্রমাগতভাৱে ইখনৰ পিছত সিখন দেশৰ পৰা ঘূৰাই আনিছে। এইবাৰ বিহাৰৰ নালন্দাৰ পৰা চুৰি কৰি আমেৰিকালৈ লৈ যোৱা গৌতম বুদ্ধৰ এটা ব্রঞ্জৰ…

পৃথিৱীৰ ফালে অহা গ্রহাণু ভাঙিব চীনা প্ৰযুক্তিয়ে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ এপ্ৰিল : এক নতুন প্রযুক্তি লৈ কাম আৰম্ভ কৰিছে চীনৰ মহাকাশ বিজ্ঞানী আৰু গৱেষকে। তেওঁলোকে এনে এক ছফ্টৱেৰ তৈয়াৰ কৰিছে, যাৰ সহায়ত পৃথিৱীৰ ফালে ধীয়াই অহা যিকোনো গ্রহাণুক চিহ্নিত কৰিব পাৰিব। সংবাদ মাধ্যমক এই কথা…

নিকয়া : দীৰ্ঘায়ুৰ ক্ষুদ্ৰ প্ৰদেশ

দাদুল দেৱকৃষ্ণ বৰুৱানিকয়া উপদ্বীপ (Nicoya Peninsula)। স্পেনিচ ভাষাত পেনিনচুলা ডি নিকয়া (Península de Nicoya)। পশ্চিম কোষ্টা ৰিকা (Costa Rica)ৰ প্ৰশান্ত মহাসাগৰীয় উপদ্বীপ। এই উপদ্বীপক দুটা ভাগত ভাগ কৰা হৈছে— উত্তৰত Guanacaste Province…

ল’মা লিণ্ডা : আমেৰিকান অমৰাৱতী !

দাদুল দেৱকৃষ্ণ বৰুৱা স্পেনিচ শব্দ Loma Lindaৰ অৰ্থ হৈছে ধুনীয়া পাহাৰ বা beautiful hill। কেনিফ'ৰ্নিয়াৰ San Bernardino উপত্যকাৰ মাজত অৱস্থিত এই পাহাৰী নগৰী সুস্বাস্থ্য আৰু সদিচ্ছাৰ নগৰী হিচাপে বিখ্যাত। ইয়াতেই আছে Loma Linda University…

চাৰ্দিনিয়া : আন এক চাংগ্ৰীলা!

দাদুল দেৱকৃষ্ণ বৰুৱা আমি সকলোৱেই দীৰ্ঘ জীৱন বিচাৰোঁ। বিচাৰোঁ সুস্বাস্থ্য আৰু সুখী জীৱন। কিন্তু এয়া কিদৰে সম্ভৱ? ইয়াৰ ৰহস্য কি? যদিও বহুজনে এতিয়াও চিৰ তাৰুণ্যৰ উৎস বিচাৰি ফুৰিছে, চাৰ্ডিয়ানসকলে যেন সেই গুপ্ত ৰহস্য কেতিয়াবাই ভেদ কৰি নিজৰ…

টুইটাৰত পৰিল এল’ন মাস্কৰ ‘ব্লু টিক’ঃ ৪৪ বিলিয়ন ডলাৰত ক্ৰয়

দাদুল দেৱকৃষ্ণ বৰুৱাঅৱশেষত টুইটাৰৰ ওপৰত পৰিল এল'ন মাস্কৰ ‘ব্লু টিক’। ৪৪ বিলিয়ন মার্কিন ডলাৰৰ বিনিময়ত বিশ্বৰ অন্যতম জনপ্রিয় ছ'চিয়েল মিডিয়া প্লেটফর্ম কিনিলে টেচলাৰ মালিকে। যি ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ৩৩,৬৭২ কোটি টকা। আনুষ্ঠানিকভাৱে…

‘লাইনচ্যুত’ মোদীৰ স্বপ্নৰ বন্দে ভাৰত !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ এপ্ৰিল : যুদ্ধৰ পৰিণতিত ইউক্রেইনত আবদ্ধ মোদীৰ স্বপ্নৰ 'বন্দে ভাৰত'ৰ চকা ! আগন্তুক মাহত এই চকাবোৰ এয়াৰলিফ্ট কৰা হ'ব বুলি জনা গৈছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ উন্নয়নক যি গতিত আগুৱাই লৈ যোৱাৰ স্বপ্ন দেখিছে,…

অকিনাৱা : দীৰ্ঘায়ুৰ ৰহস্যময় দ্বীপ!

দাদুল দেৱকৃষ্ণ বৰুৱা অকিনাৱা (Okinawa)। জাপানৰ পঞ্চম বৃহত্তম দ্বীপভূমি। আয়তনত সৰু। জনসংখ্যাও কম। কিন্তু প্রশান্ত মহাসাগাৰীয় এই দ্বীপভূমিতেই আছে মানুহৰ দীর্ঘ জীৱনৰ ৰহস্য। ইয়াতেই আছে পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি শতায়ুপ্ৰাপ্ত লোক। প্রতি ১…