Browsing Category
শিক্ষা
১৪৪ ধাৰাৰ অধীনত শোণিতপুৰত জিলা প্ৰশাসনৰ নিষেধাজ্ঞা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৭ জুলাই: অহা ৮ৰ পৰা ১০ জুলাই, ২০২৩ লৈ তেজপুৰৰ দৰং মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া ২০২২ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক চূড়ান্ত পৰীক্ষা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত শোণিতপুৰ জিলা…
বিভিন্ন ৰোগ উপশমৰ কৌশল প্ৰদৰ্শনৰে যোগাসন কৰ্মশালা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ জুলাই : অসম যোগ সন্হাৰ ২৬ সংখ্যক জুনিয়ৰ আৰু চাব জুনিয়ৰ প্ৰতিযোগিতাখনি আগন্তুক আগষ্ট মাহত ঐতিহাসিক শিৱসাগৰ চহৰত অনুষ্ঠিত হব। উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে শোণিতপুৰ জিলাৰ পৰাও নিৰ্বাচিত খেলুৱৈৰ দলক ৰাজ্যিক…
লখিমপুৰৰ পৰীক্ষা কেন্দ্ৰত ১৪৪ ধাৰা জাৰী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৭ জুলাইঃ অসম লোকসেৱা আয়োগৰ চলিত বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত (মেইনচ) পৰীক্ষাটি অহা ৮ জুলাইৰ পৰা ১০ জুলাইলৈ অনুষ্ঠিত হব। ৰাজ্যখনৰ অন্যান্য কেন্দ্ৰৰ লগতে, লখিমপুৰ জিলাৰ নৰ্থ লখিমপুৰ…
জিলা সন্মিলিত শিক্ষক মঞ্চৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৬জুলাইঃশোণিতপুৰ জিলা সন্মিলিত শিক্ষক মঞ্চৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা কালি অনুষ্ঠিত হৈ যায়৷সভাত সভাপতিত্ব কৰে চুচেন নাথে৷সভাত শিক্ষক আৰু ছাত্ৰীৰ শিক্ষাৰ সমস্যাৰ ওপৰত আলোচনা হয়।সভাত সম্পাদকদ্বয় অৱনী কুমাৰ বৰা…
তেজপুৰ বিশ্ববিদ্যালয়ত শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগু
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, জুলাই : বিজ্ঞানৰ প্ৰতি ছাত্ৰ ছাত্ৰী আগ্ৰহী কৰি তোলাৰ লগতে ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউটৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ শিক্ষা বিভাগে সৰ্বশিক্ষা অভিযানৰ সমগ্ৰ শিক্ষাৰ অধীনত অসমৰ চাৰিটা স্হানৰ লগতে তেজপুৰ…
শিক্ষামন্ত্রীলৈ মুকলি চিঠি
মাননীয় সম্পাদক মহোদয়,
বিভিন্ন শিক্ষানুষ্ঠান, দল-সংগঠন তথা অনুষ্ঠান-প্রতিষ্ঠানে আয়োজন কৰা কেৰিয়াৰ সজাগতা সভাবোৰত মাজে সময়ে অংশগ্রহণ (অফলাইন/অনলাইন) কৰি আৰু প্ৰত্যেক শনিবাৰে বিয়লি ৬বজাৰ পৰা ৯বজাৰ ভিতৰত ফোন (০৯৪৩৫১-৮৮৬৩০) যোগেদি বিনামূলীয়াকৈ…
নৈসৰ্গিক আৱাসিক প্ৰকৃতি শিবিৰৰ প্ৰস্তুতি
প্ৰকৃতিৰ নৈসৰ্গিকতাৰ মাজত অতিবাহিত কৰি, শৈক্ষিক জীৱনৰ অন্য এক অবিস্মৰণীয় অভিজ্ঞতাৰ মাজেৰে, প্ৰকৃতি, পৰিৱেশ আৰু জৈৱবৈচিত্ৰ্যৰ পাৰদৰ্শিতাৰ হকে, নৱম শ্ৰেণীৰ উৰ্দ্ধৰ শিক্ষাৰ্থীৰ বাবে আয়োজন কৰা হৈছে তিনিটা দিনৰ আৱাসিক প্ৰকৃতি শিবিৰ ।…
তিনিচুকীয়াত নাইঃ আপোনাৰ সন্তানৰ বিদ্যালয়ত আছেনে
উপায়ুক্তলৈ পত্ৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ ৰাজ্যিক সমিতিৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ জুলাই : তিনিচুকীয়া জিলাৰ ব্যক্তিগত খণ্ডৰ একাধিক বিদ্যালয়ে চৰকাৰী নীতি-নিয়ম ধোঁৱাচাঙত তুলি আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক…
বিটিআৰত বিজ্ঞান-গণিত শিক্ষাৰ প্ৰসাৰৰ গুৰুত্বপূৰ্ণ প্ৰয়াস বিটিচিৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ জুন : বড়োলেণ্ড ক্ষেত্ৰীয় এলেকা (বিটিআৰ)ৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান আৰু গণিত শিক্ষাৰ প্ৰসাৰৰ বাবে এক মহত্বপূৰ্ণ শৈক্ষিক কাৰ্যসূচী গ্ৰহণ কৰিছে স্বায়ত্তশাসিত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ (বিটিচি)-এ।…