Browsing Category
শিক্ষা
তেজপুৰ বিশ্ববিদ্যালয়ত ২০২৩-২৪ বৰ্ষত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত পাঠ্যক্ৰম আৰম্ভ হ’ব
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭জুলাইঃ কেন্দ্ৰীয় চৰকাৰে ২০২০ৰ ২৯জুলাইত প্ৰৱৰ্তন কৰা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত তেজপুৰ বিশ্ববিদ্যালয়ত ২০২৩-২৪শিক্ষা বৰ্ষৰ পৰা পাঠদান আৰম্ভ হ'ব৷ আজি বিশ্ববিদ্যালয়খনৰ কাউন্সিল হলত অনুষ্ঠিত এক সংবাদ মেলত এই…
৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত শিক্ষাৰ্থীৰ গীত-মাত-নৃত্যৰে মুখৰিত হ’ল ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৬ জুলাইঃ উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰং মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত বিদ্যায়তনিক ক্ষেত্ৰত মহাবিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অনা শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন , বিভিন্ন ন্যাসৰ…
ইতিহাস সৃষ্টিৰে ডিমাছা জনগোষ্ঠীৰ প্ৰথম গৰাকী IPS বিষয়া হাফলঙৰ দীক্ষা লাংথাছা ( ফটো সংবাদ)
ইতিহাস সৃষ্টিৰে ডিমাছা জনগোষ্ঠীৰ প্ৰথম গৰাকী IPS বিষয়া হাফলঙৰ দীক্ষা লাংথাছা ( ফটো সংবাদ)(Diksha Langthasa from Haflong who cracks UPSC Examination recorded History for the Dimasa Community of Northeast. First Lady IPS Officer From…
দায়িত্ব বানচ গ্ৰহণ নকৰে ক্ষোভিত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯জুলাইঃ ৰাজ্যৰ বিভিন্ন শিক্ষাখণ্ডৰ প্ৰাথমিক বিদ্যালয় সমূহত পদহীনতাৰ বিপৰীতে ভাৰপ্ৰাপ্ত প্ৰধানশিক্ষকৰ দায়িত্ব পালন কৰাৰ বাবে লাভ কৰা তিনিশ টকাৰ দায়িত্ব বানচ আজি শোণিতপুৰৰ বিভিন্ন শিক্ষাখণ্ডৰ অধীনস্থ প্ৰাথমিক…
ধেমাজিত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান
শতাব্দ প্ৰতিনিধি, ধেমাজি, ১৮ জুলাই : ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আজি বিশেষভাৱে অভিনন্দন জনোৱা হয় ৷ ধেমাজি ৰাজহুৱা…
বিশিষ্ট নৃত্যশিল্পী ড০ প্ৰতিভা শৰ্মাৰ পৰিচালনাত লুপ্ত হ’বলৈ ধৰা দেৱদাসী নৃত্য পৰিৱেশন
মালয়েছিয়াত শাস্ত্ৰীয় নৃত্যৰে সুনাম কঢ়িয়াই অনা সাৰণ্যা মহন্তৰ লগতে ভাৰত চৰকাৰৰ জলপানি লাভ কৰা চাৰি উদীয়মান শিল্পীক অভিনন্দন জ্ঞাপন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৭ জুলাই : প্ৰাচীন মন্দিৰ সমূহত সততে প্ৰচলিত হৈ অহা দেৱদাসী নৃত্য…
অভিনৱ থিয়েটাৰত নাটক আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা
উত্তৰ লখিমপুৰ, ১৫ জুলাইঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত নাওবৈচা বিধান সভা সমষ্টিভিত্তিত ফুলবাৰী বোকানদীৰ অভিনৱ থিয়েটাৰৰ দ্বাৰা আজিৰে পৰা ১০ দিনীয়া নাটক আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়।…
তেজপুৰত নৱপ্ৰজন্মৰ বায়ন গায়ন জোৰালৈ ৰাজহুৱা স্বীকৃতি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫জুলাইঃ তেজপুৰ চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰত্বৰ বৰপাট গাঁৱত অগ্ৰজ আৰু নৱপ্ৰজন্মৰ সন্মিলিত প্ৰচেষ্টাত উজ্জীৱিত হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অময়া সৃষ্টি৷যোৱা নিশা বৰপাটগাঁৱত দেখা গ’ল ভক্তিৰসৰে ভৰা এক অনন্য…
সমগ্ৰ শিক্ষা, শোণিতপুৰ জিলা উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত “শৈক্ষিক সজাগতা সভা”
শতাব্দ, ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১২ জুলাই: সমগ্ৰ শিক্ষা, শোণিতপুৰ জিলাই গ্ৰীষ্মবন্ধৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক উত্তৰণৰ বাবে বিভিন্ন কৰ্মসূচী গ্ৰহণ কৰিছে। আৰ্থিকভাৱে অতিকৈ পিছপৰা পৰিয়ালৰ ছোৱালী শিক্ষাৰ বাবে স্থাপিত বৰচলা, ঢেকিয়াজুলী…
ৰাজ্যৰ বাহিৰৰ তিনি পৰীক্ষাৰ্থীক আটক তেজপুৰত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১জুলাইঃ তেজপুৰত আজি অনুষ্ঠিত হোৱা ষ্টাফ চিলেকচন কমিচনৰ পৰীক্ষাত ধৰা পৰে এজন ভূৱা পৰীক্ষাৰ্থী৷ আজি অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাত তেজপুৰ ৰাবাৰ বাগান পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ অহা সুগ্ৰীৱ প্ৰজাপতি নামৰ উত্তৰ…
