Browsing Category

শিক্ষা

এবিভিপিয়ে কৰিলে লীলা…

সৰ্বত্ৰ প্ৰতিক্ৰিয়াঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জিলা সংযোজকে নাজানে চৰকাৰী নিৰ্দেশনাৰ কথাঃ বিজেপিয়ে গণতান্ত্ৰিক ব্যৱস্থাক ধবংস কৰি আহিছে, চৰকাৰৰ অগণতান্ত্ৰিক ব্যৱস্থাক অমান্য কৰি কৰা কামক আমি আদৰণি জনাবই লাগিবঃ আছুৰ কটাক্ষ শতাব্দ…

তেজপুৰ বিশ্ববিদ্যালয়ত বিজ্ঞান শিক্ষক শিক্ষয়িত্ৰীক প্ৰশিক্ষণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১০জুলাইঃ ৰাজ্যক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে বিজ্ঞান শিক্ষাক আগবঢ়াই নিব লাগিব। ২০১৪ত ২৭,৪৫২ গৰাকী বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ বিপৰীতে বৰ্তমান ৪৬হেজাৰলৈ বৃদ্ধি পাইছে যদিও তিনি কোটি পঞ্চাশ…

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ স’তে মত বিনিময় তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১০জুলাইঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে কালি নতুন দিল্লীত দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে।আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত এক বিবৃতিত…

১৪৪ ধাৰাৰ অধীনত শোণিতপুৰত জিলা প্ৰশাসনৰ নিষেধাজ্ঞা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৭ জুলাই: অহা ৮ৰ পৰা ১০ জুলাই, ২০২৩ লৈ তেজপুৰৰ দৰং মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া ২০২২ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক চূড়ান্ত পৰীক্ষা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত শোণিতপুৰ জিলা…

বিভিন্ন ৰোগ উপশমৰ কৌশল প্ৰদৰ্শনৰে যোগাসন কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ জুলাই : অসম যোগ সন্হাৰ ২৬ সংখ্যক জুনিয়ৰ আৰু চাব জুনিয়ৰ প্ৰতিযোগিতাখনি আগন্তুক আগষ্ট মাহত ঐতিহাসিক শিৱসাগৰ চহৰত অনুষ্ঠিত হব। উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে শোণিতপুৰ জিলাৰ পৰাও নিৰ্বাচিত খেলুৱৈৰ দলক ৰাজ্যিক…

লখিমপুৰৰ পৰীক্ষা কেন্দ্ৰত ১৪৪ ধাৰা জাৰী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৭ জুলাইঃ অসম লোকসেৱা আয়োগৰ চলিত বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত (মেইনচ) পৰীক্ষাটি অহা ৮ জুলাইৰ পৰা ১০ জুলাইলৈ অনুষ্ঠিত হব। ৰাজ্যখনৰ অন্যান্য কেন্দ্ৰৰ লগতে, লখিমপুৰ জিলাৰ নৰ্থ লখিমপুৰ…

জিলা সন্মিলিত শিক্ষক মঞ্চৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৬জুলাইঃশোণিতপুৰ জিলা সন্মিলিত শিক্ষক মঞ্চৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা কালি অনুষ্ঠিত হৈ যায়৷সভাত সভাপতিত্ব কৰে চুচেন নাথে৷সভাত শিক্ষক আৰু ছাত্ৰীৰ শিক্ষাৰ সমস্যাৰ ওপৰত আলোচনা হয়।সভাত সম্পাদকদ্বয় অৱনী কুমাৰ বৰা…

তেজপুৰ বিশ্ববিদ্যালয়ত শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগু

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, জুলাই : বিজ্ঞানৰ প্ৰতি ছাত্ৰ ছাত্ৰী আগ্ৰহী কৰি তোলাৰ লগতে ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউটৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ শিক্ষা বিভাগে সৰ্বশিক্ষা অভিযানৰ সমগ্ৰ শিক্ষাৰ অধীনত অসমৰ চাৰিটা স্হানৰ লগতে তেজপুৰ…

শিক্ষামন্ত্রীলৈ মুকলি চিঠি

মাননীয় সম্পাদক মহোদয়, বিভিন্ন শিক্ষানুষ্ঠান, দল-সংগঠন তথা অনুষ্ঠান-প্রতিষ্ঠানে আয়োজন কৰা কেৰিয়াৰ সজাগতা সভাবোৰত মাজে সময়ে অংশগ্রহণ (অফলাইন/অনলাইন) কৰি আৰু প্ৰত্যেক শনিবাৰে বিয়লি ৬বজাৰ পৰা ৯বজাৰ ভিতৰত ফোন (০৯৪৩৫১-৮৮৬৩০) যোগেদি বিনামূলীয়াকৈ…