Browsing Category

শিক্ষা

বিটিআৰত বিজ্ঞান-গণিত শিক্ষাৰ প্ৰসাৰৰ গুৰুত্বপূৰ্ণ প্ৰয়াস বিটিচিৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ জুন : বড়োলেণ্ড ক্ষেত্ৰীয় এলেকা (বিটিআৰ)ৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান আৰু গণিত শিক্ষাৰ প্ৰসাৰৰ বাবে এক মহত্বপূৰ্ণ শৈক্ষিক কাৰ্যসূচী গ্ৰহণ কৰিছে স্বায়ত্তশাসিত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ (বিটিচি)-এ।…

ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত উপায়ুক্তৰ ছাডেন ভিজিট

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৬ জুনঃ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ফুলবাৰী অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি হঠাৎ উপস্থিত হয় লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱন৷ উপায়ুক্তৰ ছাডেন ভিজিটত…

তেজপুৰ বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব প্ৰতিৰক্ষা অধ্যয়ন বিভাগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুনঃ দেশৰ উত্তৰ-পূবৰ অগ্রণী উচ্চ শিক্ষা প্রতিষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ে প্ৰতিৰক্ষা অধ্যয়ন বিভাগ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে । বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু পৰিচালনা পৰিষদে ইতিমধ্যে এই সিদ্ধান্তক অনুমোদন…

গৰীয়া জাতীয় পৰিষদৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

শতাব্দ প্ৰতিবেদক, নাৰায়ণপুৰ,২৫ জুনঃ সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ উদ্যোগ আৰু লখিমপুৰ জিলা সমিতিৰ‌ সহযোগত ২৫ জুনত গৰীয়া জনগোষ্ঠীৰ প্ৰায় দুকুৰি কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।লুইতপৰীয়া প্ৰাথমিক বিদ্যালয়ত…

লখিমপুৰৰ ফুলবাৰীত প্ৰধান শিক্ষকৰ প্ৰহাৰত কণমানি ছাত্ৰী আহতঃ প্ৰতিক্ৰিয়া

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৪ জুনঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰৰ ১ নং ধেমাগড় প্ৰাথমিক বিদ্যালয়ত আজি বিদ্যালয়খনৰ প্ৰধান শিক্ষক বাবুল মুদৈয়ে তেওঁৰে কণমানি ছাত্ৰী নয়ন্দিতা বৰদলৈক উপৰ্যুপৰি প্ৰহাৰ কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ…

তেজপুৰ-ঘগৰা চাহ বাগিচা আদৰ্শ বিদ্যালয়লৈ ৰাজ্যখনৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ স্বীকৃতি

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ,২৩ জুন : নৰ্থ ইষ্ট এডুকেশ্বন ইমিনেচনচ (এডুকেশ্বনেল কনক্লেভ) ত অসম তথা উত্তৰ পূৰ্ব্বাঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ ভিতৰত সামাজিক আৰু অৰ্থনৈতিক ভাৱে বঞ্চিত ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে…

তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনলৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ,২৩ জুন : তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক শম্ভু নাথ সিঙে যোৱা ২১ জুনত ভাৰতৰ  ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে।ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীক সাক্ষাৎ কালত বিশ্ববিদ্যালয়খনৰ…

তেজপুৰ বিশ্ববিদ্যালয়ৰ “টপাৰ” নিলোৎপল গগৈৰ ৰহস্যজনক আত্মহনন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২জুনঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ এটা ছাত্ৰাবাসত এজন মেধাবী ছাত্ৰৰ মৃতদেহ তেওঁৰ বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হোৱা ঘটনাই বিশ্ববিদ্যালয়খনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।প্ৰাথমিক অৱস্থাত এই ঘটনা আত্মহত্যা বুলি আশংকা কৰা হৈছে৷…

বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অংগুষ্ঠ…

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ জুনঃ লখিমপুৰ জিলাৰ বগীনদী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অনিল কুমাৰ গগৈয়ে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি অধ্যক্ষৰ আসন দখল কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে৷…

তিনিচুকীয়া মহাবিদ্যালয়ত বিশেষ অনুষ্ঠানত প্ৰভাংগীক সম্বৰ্ধনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২১ জুন : আজি তিনিচুকীয়া মহাবিদ্যালয়ৰ সভাগৃহত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উল্লেখ্য যে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত তিনিচুকীয়া মহাবিদ্যালয়ত অধ্যয়নৰত মেধাৱী…