Browsing Category
শিক্ষা
বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অংগুষ্ঠ…
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ জুনঃ লখিমপুৰ জিলাৰ বগীনদী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অনিল কুমাৰ গগৈয়ে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি অধ্যক্ষৰ আসন দখল কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে৷…
তিনিচুকীয়া মহাবিদ্যালয়ত বিশেষ অনুষ্ঠানত প্ৰভাংগীক সম্বৰ্ধনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২১ জুন : আজি তিনিচুকীয়া মহাবিদ্যালয়ৰ সভাগৃহত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উল্লেখ্য যে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত তিনিচুকীয়া মহাবিদ্যালয়ত অধ্যয়নৰত মেধাৱী…
তেজপুৰৰ পূবেৰুণ সাংস্কৃতিক সমাজৰ উদ্যোগত অভিনন্দন অনুষ্ঠান
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২১ জুন : তেজপুৰ চহৰৰ নিকটৱৰ্তী বেছেৰীয়াত ১৯৮৯ চনতে প্ৰতিষ্ঠা হোৱা পূবেৰুণ সাংস্কৃতিক সমাজৰ উদ্যোগত সমাজৰ স্থায়ী ভৱনত কলাগুৰু বিষ্ণু ৰাভা দেৱৰ ৫৫ সংখ্যক স্মৃতি দিৱস উদযাপন কৰাৰ লগতে সদৌ বেছেৰীয়া অঞ্চলৰ উচ্চ আৰু…
লখিমপুৰত চিবিএছইৰ অধীনত ইংৰাজী মাধ্যমৰ চৰকাৰী বিদ্যালয় উদ্বোধন মন্ত্ৰী অতুল বৰাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২০জুনঃ লক্ষীমপুৰৰ ঘিলামৰাত আজি এখন আদৰ্শ বিদ্যালয় কৃষি, পশুপালন আৰু পশুচিকিৎসা বিভাগৰ মন্ত্ৰী তথা লক্ষীমপুৰৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানটি কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ…
তেজপুৰত অভিনন্দন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২০জুনঃ ইন্দ্ৰধনুছ চ’চিয়েল ৱেলফেয়াৰ চ’ছাইটিৰ সৌজন্যত তেজপুৰত আজি হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্হান প্ৰাপ্ত আৰু ডিষ্টিংচন প্ৰাপ্ত মেধাবী ছাত্ৰছাত্ৰী সকলক অভিনন্দন জনোৱা হয়৷…
তেজপুৰৰ মাজগাঁও বৰ নামঘৰত কৃতি শিক্ষাৰ্থী – সাংস্কৃতিক কৰ্মীক আশিস প্ৰদান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৮ জুনঃ নিজা চেষ্টাৰে জীৱন গঢ়াত ব্ৰতী তথা ৰাজ্যখনৰ লগতে অঞ্চলটোলৈ শৈক্ষিক, সাংস্কৃতিক ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ২৬ গৰাকীক যোৱা নিশা তেজপুৰৰ মাজগাঁও বৰনামঘৰত এক ব্যতিক্ৰমী কাৰ্যসূচীত ভৱিষ্যত উজ্জ্বল…
মূল্যবোধ সম্পন্ন সমাজৰ সুস্থ নাগৰিক হোৱাৰ আহ্বানেৰে ৪৮ শিক্ষাৰ্থীক অভিনন্দন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৭ জুন : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেজপুৰ বেছেৰীয়া উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰৰ পৰা অৱতীৰ্ণ হৈ কৃতিত্বৰ পৰিচয় দিয়া শিক্ষাৰ্থীসকলক আজি স্হানীয় "জ্ঞানম"…
নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীত প্ৰতিবাদ অব্যাহত প্ৰাথমিক শিক্ষক সন্মিলনীৰ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৬ জুনঃ অসমৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীৰ সমৰ্থনত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে নিখিল বড়ো প্ৰাথমিক শিক্ষক সংস্থা,সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ আৰু প্ৰাথমিক…
১৯৯০ চনৰ পৰা বিনা বেতনেৰে চাকৰি কৰা অগ্নিগড় বিদ্যাপীঠৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ অৱশেষত আত্মহনন
শোচনীয় আৰ্থিক অৱস্থাৰ কথা প্ৰধান শিক্ষকলৈ লিখি থৈ ল'লে কঠোৰ সিদ্ধান্ত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১৬ জুন : অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া বিভিন্ন দাবী আৰু হা-হুমুনিয়াহৰ মাজত আজি তেজপুৰত তেনে এখন আগশাৰীৰ…
চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ত অজাযুছাপৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ জুন : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ (অজাযুছাপ) তিনিচুকীয়া জিলা সমিতিয়ে আজি শেহতীয়াভাৱে অসম চৰকাৰে ৰাজ্যৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান…
