Browsing Category

শিক্ষা

বিহপুৰীয়া মহাবিদ্যালয়ত দুই তৰপীয়া তদন্ত আৰম্ভঃ শিক্ষক গোটৰ স্বস্তি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ জুনঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ সমস্যাৰাজিৰ সমাধানৰ দাবীত শিক্ষক গোটে যোৱা ১১ মে’ৰ পৰা চলাই অহা ধৰ্মঘটৰ পিছত অৱশেষত গা লৰিল চৰকাৰ তথা শিক্ষা বিভাগৰ। শিক্ষক গোটৰ যুক্তিসংগত আন্দোলনক নস্যাৎ কৰিবলৈ বিভিন্ন…

ধেমাজিত জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসমৰ পটভূমিত জিলা পৰ্যায়ৰ এদিনীয়া কৰ্মশালা

ধেমাজি, ১২ জুনঃ ধেমাজি জিলা শিক্ষা বিভাগ আৰু সমগ্ৰ শিক্ষা ধেমাজিৰ উদ্যোগত জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসম (FLN) ৰ পটভূমিত আজি ধেমাজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ এখন কৰ্মশালা অনুষ্ঠিত হৈ যায় ।…

প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীৰ সমৰ্থনত গণ স্বাক্ষৰ অভিযান আৰম্ভ শোণিতপুৰত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জুনঃ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে নিখিল বড়ো প্ৰাথমিক শিক্ষক সংস্থা,সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ আৰু প্ৰাথমিক ষ্টেটপুল শিক্ষক সন্থাৰ সহযোগত ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান…

বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ আন্দোলনলৈ অসম কলেজ শিক্ষক সংস্থাৰ সৰ্বাত্মক সঁহাৰি 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ জুনঃ লক্ষীমপুৰ জিলাৰ অন্যতম অগ্ৰণী আৰু পুৰণি উচ্চ শিক্ষানুষ্ঠান বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটে অধ্যক্ষ ড° অমূল্য কুমাৰ হাজৰিকাই দীৰ্ঘদিন ধৰি চলাই অহা গুৰুতৰ বিত্তীয় কেলেংকাৰী, মহিলা সহকৰ্মীৰ প্ৰতি প্ৰদৰ্শন কৰি…

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ত চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম বিষয়ক কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৭ জুনঃ লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ G.K মেমৰিয়েল সভাকক্ষত আজি নতুন শিক্ষানীতিৰ অধীনত কাৰ্যকৰী হ’বলগীয়া চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম (FYUGP) সন্দৰ্ভত এক কৰ্মশালা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ NEP Task Force ৰ…

তিনিচুকীয়াৰ দুই মেধাৱী ছাত্ৰীক প্ৰশাসনৰ সম্বৰ্ধনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ জুন : মঙ্গলবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰত সপ্তম আৰু অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হোৱা তিনিচুকীয়া জিলাৰ দুগৰাকী মেধাৱী ছাত্ৰী ক্ৰমে স্মৃতি ঠাকুৰ…

লখিমপুৰত আৰ্থিক দীনতাক নেওচি উজ্বলিল কৰিশ্মা-নিহা

উত্তৰ লখিমপুৰ, ৭ জুনঃ আৰ্থিক দীনতা যে সফলতাৰ হেঙাৰ হ'ব নোৱাৰে সেই কথা এইবাৰ প্ৰমাণ কৰি দেখুৱালে লখিমপুৰ জিলাৰ লীলাবাৰীৰ কৰিশ্মা কলিতা আৰু নিহা গোঁহায়ে। কালি ঘোষিত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ…

শিক্ষকৰ আন্দোলন মষিমূৰ কৰিবলৈ অধ্যক্ষই নিকৃষ্ট পন্থা লোৱাৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুনঃ নাৰী নিৰ্যাতনৰ দৰে ঘটনাত সাঙুৰ খাই পৰা বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শিক্ষক গোটে দীৰ্ঘদিন শান্তিপূৰ্ণভাবে আন্দোলন চলাই অহাৰ পিছত শিক্ষকৰ আন্দোলন চলে বলে কৌশলে মষিমূৰ কৰিবলৈ অধ্যক্ষই কৰা ষড়যন্ত্ৰৰ আজি…

নতুন নিযুক্তিৰ তালিকা প্ৰকাশত লক্ষীমপুৰ জিলা হাইস্কুল অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাৰ ক্ষোভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭জুনঃ ২০১০ চনত নিযুক্ত হাইস্কুল ঠিকাভিত্তিক শিক্ষক সকলক চৰকাৰে আজিলৈকে চাকৰি নিয়মীয়া নকৰি নতুনকৈ ৰাজ্যত শিক্ষক নিযুক্তি দিয়াত ব্য়াপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে উচ্চ ন্যায়ালয়ে অসমৰ ৫৯২৪ জন হাইস্কুল…