Browsing Category
শিক্ষা
দুবছৰে মোবাইল হাতেৰে স্পৰ্শ নকৰা সত্যজিৎ বিজ্ঞানৰ চতুৰ্থ স্থানত
যোৱা দুটা বছৰে এক মুহূৰ্তৰ বাবেও মোবাইল ফোন হাতত লোৱা নাছিল ছাত্ৰজনে, আৰু আজি সেইজন ছাত্ৰই বৃহত্তৰ সোৱণশিৰিৰ অঞ্চলৰে নহয়, সমগ্ৰ লখিমপুৰ জিলাৰ নাম উজলাই আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত চতুৰ্থ স্থান লাভ কৰে।
শতাব্দ…
ডুমডুমাত কৃতী ছাত্ৰক জিতু হাজৰিকা সোঁৱৰণী বঁটা প্ৰদান
শতাব্দ তালাপৰ প্ৰতিবেদক, ৩ জুন : সদ্য ঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ডুমডুমাৰ হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰদ্বয় ক্ৰমে অনিক ধৰ আৰু মিহিৰজ্যোতি মৰাণে সৰ্বাধিক নম্বৰ পাই উত্তীৰ্ণ হোৱাত জিতু হাজৰিকা সোঁৱৰণি বঁটা লাভ কৰিবলৈ…
উৎকট গৰমৰ ফলত তেজপুৰৰ বিদ্যালয়ত ১১গৰাকী শিশু অসুস্থ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২ জুনঃ উৎকট গৰম সহ্য কৰিব নোৱাৰি আজি তেজপুৰৰ শোণিতপুৰ জাতীয় বিদ্যালয়ৰ ১১ গৰাকী শিক্ষাৰ্থী শ্ৰেণীতে অসুস্থ হৈ পৰে৷ প্ৰথমে বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ দুগৰাকী ছাত্ৰী মূৰৰ ঘূৰণি আৰম্ভ হয় আৰু ক্ৰমাৎ উশাহ লোৱাত…
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত এডুফেয়াৰ অনুষ্ঠিত
উত্তৰ লখিমপুৰঃ ২ জুনঃ বিভিন্ন বিশ্ববিদ্যালয়, প্ৰতিষ্ঠান আৰু বিজনেছ স্কুলে আগবঢ়োৱা বিভিন্ন পেছাদাৰী পাঠ্যক্ৰমত কেৰিয়াৰৰ সম্ভাৱনা থকা লোকৰ বাবে সাধাৰণভাৱে লখিমপুৰ জিলা আৰু বিশেষকৈ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে আজি…
লখিমপুৰত বিশেষ সম্বৰ্ধনা অনুষ্ঠান
উত্তৰ লখিমপুৰ, ২ জুনঃ লখিমপুৰ শিক্ষা খণ্ডৰ সমূহ বিষয়া -কৰ্মচাৰী আৰু মণ্ডল সমল কেন্দ্ৰ সমন্বয়কৰ উদ্যোগত আজি লখিমপুৰ পানীন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।উক্ত সভাত গুণোৎসৱ ২০২৩ত A+ grade প্ৰাপ্ত মুঠ…
মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰক চিকিৎসা প্ৰদানৰ পৰিৱৰ্তে বেণ্ড-এইড লগাই অধ্যক্ষৰ কাৰ্যালয়ৰ…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ জুন : ছাত্ৰ-ছাত্ৰীৰ পৰা মাচুলৰ নামত মোটা অংকৰ ধন আদায় কৰি অহা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক নাকী লগোৱাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে চৰকাৰ তথা প্ৰশাসন ৷ ইয়াৰে সুযোগ গ্ৰহণ কৰি নিজ খেয়ালখুচিমতে সকলো…
তিনিচুকীয়াৰ বস্তাত বহি পাঠ গ্ৰহণ কণ কণ ছাত্ৰ-ছাত্ৰীৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ জুন : বিজেপি চৰকাৰে চাহ বাগিছা অঞ্চলত নিৰ্মাণ কৰা মডেল স্কুল বা আদর্শ বিদ্যালয়ৰ পৰা দৰিদ্ৰ ছাত্ৰছাত্ৰীসকল তিলমানো উপকৃত হোৱা নাই ৷ কোনো পৰিকল্পনা নোহোৱাকৈ এই বিদ্যালয়সমূহ নিৰ্মাণ কৰাৰ বাবেই এনে…
বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰত্যক্ষ পক্ষপাতিত্ত্বমূলক কাৰ্যক তীব্ৰ গৰিহণা শিক্ষক গোটৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩১ মেঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটে মহাবিদ্যালয়খনৰ অধ্যক্ষই দীৰ্ঘদিন ধৰি চলাই অহা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে অধ্যক্ষগৰাকীৰ পদত্যাগৰ দাবীত চলাই অহা আন্দোলনে আজি ২১ দিনত ভৰি দিলেহি যদিও বৰ্তমানলৈকে কোনোধৰণৰ…
চৰকাৰ মাধ্যম বিৰোধী : তিনিচুকীয়া জিলাৰ প্ৰান্তে প্ৰান্তে ছাত্ৰ সন্থাৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩১ মে’ : চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰা মাহজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশৰূপে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ১২ খন আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী…
শিক্ষকসকলে কামৰ বোজা সন্দৰ্ভত কিয় প্ৰশ্ন কৰেঃ তেজপুৰত মন্ত্ৰী ৰণোজ পেগু
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮মে’ঃ “শিক্ষকতাৰ উপৰিও শিক্ষকসকলে নিৰ্বাচনী কাম কাজ কৰিব লাগিব নতুবা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তেওঁলোকে সেৱা আগবঢ়াব লাগিব৷দেশৰ শিক্ষাৰ অধিকাৰ আইন অনুসৰিয়েই শিক্ষক সকলে ৰাষ্ট্ৰৰ সেৱা প্ৰয়োজন অনুসাৰে কৰিব লাগিব৷…
